আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস (গ্ৰন্থ)
অৱয়ব
আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস (২੦২৩, ইংৰাজী: Adhunik Asamiya Sahityar Itihas) হ’ল ১৮৪৬ চনৰপৰা গ্ৰন্থখন প্ৰকাশৰ সময়লৈকে আধুনিক অসমীয়া সাহিত্যৰ বিস্তৃত ইতিহাস সম্বলিত এখন গ্ৰন্থ৷ গ্ৰন্থখনৰ লেখক হ’ল সমালোচক আৰু অনুবাদক আনন্দ বৰমুদৈ৷[1]
| আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস | |
|---|---|
| লেখক | আনন্দ বৰমুদৈ |
| ভাষা | অসমীয়া |
| বিষয় | সাহিত্যৰ ইতিহাস |
| প্ৰকাশক | প্ৰকাশন শাখা, ডিব্ৰুগড় বিশ্ববিদ্যালয় |
| প্ৰকাশ | ২੦২৩ |
| পৃষ্ঠা সংখ্যা | ৮੦੦ |
| আই.এচ.বি.এন. | 978-93-84819-22-4 |
বিৱৰণ
[সম্পাদনা কৰক]গ্ৰন্থখনত মুঠ পাঁচটা অধ্যায় আছে৷ অধ্যায়কেইটা হ’ল : কবিতা, চুটি গল্প, উপন্যাস, নাটক আৰু সমালোচনা৷[1]