আনন্দ পুৰস্কাৰ
অৱয়ব
আনন্দ পুৰস্কাৰ (ইংৰাজী: Ananda Puraskar)) হ'ল ভাৰতৰ পশ্চিমবঙ্গৰ আনন্দ প্ৰকাশন গোটে বাৰ্ষিকভাৱে প্ৰদান কৰা এক সাহিত্য বঁটা।
ইতিহাস
[সম্পাদনা কৰক]১৯৫৮ চনৰ ২০ এপ্ৰিলত আনন্দ প্ৰকাশন গোটে বাংলা সাহিত্যলৈ আগ বঢে়াৱা অৱদানৰ বাবে এই বঁটা মুকলি কৰে। প্ৰথমে আনন্দবাজাৰ কাকতৰ প্ৰতিষ্ঠাতা প্ৰফুল্লকুমাৰ সৰকাৰ আৰু সুৰেশচন্দ্ৰ মজুমদাৰৰ স্মৃতিত এই পুৰস্কাৰ প্ৰদান আৰম্ভ কৰিছিল। ১৯৮৪ চনত অশোক কুমাৰ সৰকাৰৰ স্মৃতিত দেশ আলোচনীৰ সোণালী জয়ন্তী উপলক্ষে আন এক বঁটা শুভাৰম্ভ কৰা হয়। ২০০০ খ্ৰীষ্টাব্দত এই তিনিটা বঁটাক একত্ৰিত কৰা হয়।[1]
পুৰস্কাৰ বিজয়ীসকল
[সম্পাদনা কৰক]- ১৯৫৮ - বিভূতিভূষণ মুখোপাধ্যায়[1] (অযাচী সন্ধানে)
- ১৯৫৯ - সমৰেশ বসু (শ্ৰীমতী ক্যাফে)
- ১৯৬০ - প্ৰমথনাথ বিশী[1][2] (কেৰি সাহেবেৰ মুন্সি)
- ১৯৬১ - সৈয়দ মুজতবা আলী (দেশে বিদেশে)
- ১৯৬২ - কালিদাস ৰায় (ক্ষুদকুঁড়া)
- ১৯৬৩- সুকুমাৰ সেন (বাংলা সাহিত্যেৰ ইতিহাস)
- ১৯৬৪ - জ্যোতিৰিন্দ্ৰ নন্দী (বাৰো ঘৰ এক উঠোন)
- ১৯৬৫- নীৰদচন্দ্ৰ চৌধুৰী (আত্মঘাতী বাঙালী)
- ১৯৬৬- প্ৰবোধ কুমাৰ স্যান্যাল (মহাস্থবিৰ জাতক)
- ১৯৬৭ - বিমল কৰ (অসময়)
- ১৯৬৮ - গোপালচন্দ্ৰ ভট্টাচাৰ্য (বাংলাৰ কীটপতঙ্গ)
- ১৯৬৯ - শৈলেশকুমাৰ বন্দ্যোপাধ্যায় (জিন্না পাকিস্তান - নতুন ভাবনা)
- ১৯৭০ - গৌৰকিশোৰ ঘোষ (প্ৰেম নেই)
- ১৯৭১ - সত্যজিৎ ৰায়, সন্তোষকুমাৰ ঘোষ (কিনু গোয়ালাৰ গলি)
- ১৯৭২ - সুনীল গঙ্গোপাধ্যায়[3] (সেই সময়)
- ১৯৭৩ - শীৰ্ষেন্দু মুখোপাধ্যায়[4] (মানবজমিন)
- ১৯৭৪ - মতি নন্দী (সাদা খাম)
- ১৯৭৫ - শক্তি চট্টোপাধ্যায় (যেতে পাৰি কিন্তু কেন যাব)
- ১৯৭৬ - বুদ্ধদেব গুহ (হলুদ বসন্ত)
- ১৯৭৭ - দিব্যেন্দু পালিত (সহযোদ্ধা)
- ১৯৭৮ - নিখিল সৰকাৰ (শ্ৰীপান্থেৰ কলকাতা)
- ১৯৭৯ - সৈয়দ মুস্তাফা সিৰাজ (অলীক মানুষ)
- ১৯৮০- সুশোভন অধিকাৰী (ৰঙেৰ ৰবীন্দ্ৰনাথ)
- ১৯৮১ - সঞ্জীব চট্টোপাধ্যায় (লোটাকম্বল)
- ১৯৮২ - সমৰেশ মজুমদাৰ (কালবেলা)
- ১৯৮৩ - অন্নদাশঙ্কৰ ৰায় (পথে প্ৰবাসে)
- ১৯৮৪ - সুভাষ ভট্টাচাৰ্য (আধুনিক বাংলা প্ৰয়োগ অভিধান), সুকুমাৰ সেন (বাংলাৰ স্থান নাম), সাগৰময় ঘোষ (একটি পেৰেকেৰ কাহিনি), বিমল মিত্ৰ[1](বেগম মেৰি বিশ্বাস)
- ১৯৮৫ - আলোকৰঞ্জন দাশগুপ্ত (গিলেটিনে আলপনা)
- ১৯৮৬ - কেতকী কুশাৰী ডাইসন[5] (ৰবীন্দ্ৰনাথ ও ভিক্টোৰিয়া ওকাম্পো সন্ধানে)
- ১৯৮৭ - অমলেশ ত্ৰিপাঠী (ইতিহাস ও ঐতিহাসিক)
- ১৯৮৮ - আবুল বাশাৰ (ফুলবউ)
- ১৯৮৯ - সুনীল গঙ্গোপাধ্যায়[3] (প্ৰথম আলো), অমিতাভ ঘোষ(শ্যাডো লাইন)
- ১৯৯০ – শীৰ্ষেন্দু মুখোপাধ্যায়[4] (পাৰ্থিব), জয় গোস্বামী[6] (আলেয়া হ্ৰদ)
- ১৯৯১ – সুভাষ মুখোপাধ্যায় (একটু পা চালিয়ে ভাই), জয়া মিত্ৰ (হন্যমান)
- ১৯৯২ - তসলিমা নাসৰিন (নিৰ্বাচিত কলাম)
- ১৯৯৩ - ক্লিণ্টন বি সীলি[7] (ৰামপ্ৰসাদ - গানেৰ সন্ধানে)
- ১৯৯৪ - অন্নদাশঙ্কৰ ৰায় (জাপানে), শামসুৰ ৰহমান (খণ্ডিত গৌৰব), আনিসুজ্জামান[8](স্বৰূপেৰ সন্ধানে), নৰেন বিশ্বাস[9](ঐতিহ্যেৰ অঙ্গীকাৰ-অডিও)
- ১৯৯৫ - নজৰুল ইসলাম[10](বকুল), দেবাৰতি মিত্ৰ (ভূতেৰা ও খুকি)
- ১৯৯৬ - আখতাৰুজ্জামান ইলিয়াস (খোয়াবনামা)
- ১৯৯৭ - বাণী বসু[11] (মৈত্ৰেয় জাতক)
- ১৯৯৮ - জয় গোস্বামী [6] (যাৰা বৃষ্টিতে ভিজেছিল)
- ১৯৯৯ - মন্দাক্ৰান্তা সেন (হৃদয় অবাধ্য মেয়ে)
- ২০০০ - তসলিমা নাসৰিন (আমাৰ মেয়েবেলা)
- ২০০১ - গৌৰীপ্ৰসাদ ঘোষ[12]( এভৰিম্যানস ডিকশনাৰি)
- ২০০২ - সুধীৰ চক্ৰবৰ্তী[13] (বাউল ফকিৰ কথা)
- ২০০৩ - তিলোত্তমা মজুমদাৰ[14] (বসুধাৰা)
- ২০০৪ - শ্ৰীজাত[15] (উড়ন্ত সব জোকাৰ)
- ২০০৫ - মিহিৰ সেনগুপ্ত[16](বিষাদবৃক্ষ)
- ২০০৬ - উৎপলকুমাৰ বসু[17](পুৰী সিৰিজ)
- ২০০৭ - ধৃতিকান্ত লাহিড়ী চৌধুৰী[18] ( হাতিৰ বই)
- ২০০৮ - হাসান আজিজুল হক[19] (আগুনপাখী)
- ২০০৯ - ৰণজিত গুহ[20] (কবিৰ নাম ও সৰ্বনাম)
- ২০১০ - সুনন্দা শিকদাৰ[21] (দয়াময়ীৰ কথা)
- ২০১১ - গৌতম ভদ্ৰ[22]( নেড়া বটতলায় ক- বাৰ যায়)
- ২০১২ - পিনাকী ঠাকুৰ[23] ( চুম্বনেৰ ক্ষত)
- ২০১৩ - ৰামকুমাৰ মুখোপাধ্যায়[24] (ধনপতিৰ সিংহলযাত্ৰা)
- ২০১৪ - অৰিন্দম চক্ৰবৰ্তী[25](ভাত কাপড়েৰ ভাবনা)
- ২০১৫ - স্বপ্নময় চক্ৰবৰ্তী[26] (হলদে গোলাপ)
- ২০১৬ - সুধীৰ দত্ত[27] (তাঁবু মই ও শ্ৰেষ্ঠ কবিতাগুচ্ছ)
- ২০১৭ - আনিসুজ্জামান[28] (বিপুলা পৃথিবী)
- ২০১৮ - সন্তোষ ৰানা (ৰাজনীতিৰ এক জীবন)
- ২০১৯ - নলিনী বেৰা (সুবৰ্ণৰেণু সুবৰ্ণৰেখা)
- ২০২০-২০২২ - কৰোনা অতিমাৰীৰ জন্য পুৰস্কাৰ দেওয়া হয়নি।
- ২০২৩-পূৰ্ণেন্দুবিকাশ সৰকাৰ (গীতবিতান তথ্যভাণ্ডাৰ)
- ২০২৪ - অসীম চট্টোপাধ্যায় ( নকশালবাড়িনামা)
- ২০২৫- স্মৰণজিৎ চক্ৰবৰ্তী ( শূন্য পথেৰ মল্লিকা)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 "Ananda Purashkar". http://www.abp.in/#anpurashkar.
- ↑ বদিউজ্জামান. Unknown parameter
|নিবন্ধ=ignored (help); Missing or empty|title=(help) - 1 2 "সংৰক্ষণাগাৰভুক্ত অনুলিপি". ২৬ নভেম্বৰ ২০১৮. Archived from the original on 2012-08-31. https://web.archive.org/web/20120831234821/http://www.sunilgangopadhyay.org/awards1.html। আহৰণ কৰা হৈছে: 2025-06-06.
- 1 2 http://www.parabaas.com/translation/database/authors/texts/shirshendu.html
- ↑ http://www.virgiliolibro.com/kkd/awards.htm
- 1 2 http://parabaas.com/translation/database/authors/texts/joygoswami.html
- ↑ https://books.google.co.in/books?id=HG7DIrX3YeEC&pg=PP1
- ↑ "Error: no
|title=specified when using {{Cite web}}" (Bengali ভাষাত). http://gunijan.org.bd/GjProfDetails_action.php?GjProfId=13. - ↑ "গুণীজন: গবেষক ও অধ্যাপক নৰেন বিশ্বাস". ১০ অক্টোবৰ ২০১৫. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304172653/http://goonijon.com/bangla/index.php?article=101&cat=%e0%a6%97%e0%a6%ac%e0%a7%87%e0%a6%b7%e0%a6%95&mod=article। আহৰণ কৰা হৈছে: 2025-06-06.
- ↑ Bhattacharjee, C S (March 28, 2014). "Nazrul Islam: Maverick lone ranger in West Bengal". Archived from the original on March 4, 2016. https://web.archive.org/web/20160304201124/http://www.thesundayindian.com/en/story/nazrul-islam-maverick-lone-ranger-in-west-bengal/99/26935/.
- ↑ http://www.loc.gov/acq/ovop/delhi/salrp/banibasu.html
- ↑ বৈশাখী সন্ধ্যায় অভিধানগ্ৰন্থকে আনন্দ সম্মান সাঁচ:ওয়েব আৰ্কাইভ, আনন্দবাজাৰ পত্ৰিকা, এপ্ৰিল 22, 2001
- ↑ আনন্দ পুৰস্কাৰ পাচ্ছেন বাউল–ফকিৰদেৰ কথাকাৰ সাঁচ:ওয়েব আৰ্কাইভ, আনন্দবাজাৰ পত্ৰিকা, এপ্ৰিল 15, 2002
- ↑ প্ৰবীণেৰ উচ্ছ্বাস‚ নবীনেৰ অঙ্গীকাৰে উদ্বেল আনন্দসন্ধ্যায় পুৰস্কৃত তিলোত্তমা সাঁচ:ওয়েব আৰ্কাইভ, আনন্দবাজাৰ পত্ৰিকা, এপ্ৰিল 27, 2003
- ↑ আনন্দ–সন্ধ্যায় শ্ৰীজাতকে সাহিত্য–শিৰোপা সাঁচ:ওয়েব আৰ্কাইভ, আনন্দবাজাৰ পত্ৰিকা, এপ্ৰিল 18, 2004
- ↑ অকপট আত্মজীবনীকে কুৰ্নিশ আনন্দ–সন্ধ্যায় সাঁচ:ওয়েব আৰ্কাইভ, আনন্দবাজাৰ পত্ৰিকা, এপ্ৰিল 24, 2005
- ↑ আত্মস্থ‚ মিতভাষ কবিকে আনন্দ শিৰোপা সাঁচ:ওয়েব আৰ্কাইভ, আনন্দবাজাৰ পত্ৰিকা, এপ্ৰিল 30, 2006
- ↑ যুক্তিকে কুৰ্নিশ কৰছে আনন্দ পুৰস্কাৰ সাঁচ:ওয়েব আৰ্কাইভ, আনন্দবাজাৰ পত্ৰিকা, এপ্ৰিল 15, 2007
- ↑ হৃদয় ও মস্তিষ্কেৰ মেলবন্ধনে উজ্জ্বল আনন্দসন্ধ্যা সাঁচ:ওয়েব আৰ্কাইভ, আনন্দবাজাৰ পত্ৰিকা, এপ্ৰিল 27, 2008
- ↑ আনন্দ-সম্মানই ঘৰে ফেৰাল প্ৰবাসী ৰণজিৎকে সাঁচ:ওয়েব আৰ্কাইভ, আনন্দবাজাৰ পত্ৰিকা, এপ্ৰিল 26, 2009
- ↑ নাৰীৰ 'সাদা' ভাষাকেই আনন্দ-অভিবাদন সাঁচ:ওয়েব আৰ্কাইভ, আনন্দবাজাৰ পত্ৰিকা, এপ্ৰিল 25, 2010
- ↑ বটতলায় গিয়েই আনন্দ ন্যাড়াৰ সাঁচ:ওয়েব আৰ্কাইভ, আনন্দবাজাৰ পত্ৰিকা, এপ্ৰিল 15, 2011
- ↑ কাব্যেৰ আলো ছড়াল বিস্তৃত ভুবনডাঙায় সাঁচ:ওয়েব আৰ্কাইভ, আনন্দবাজাৰ পত্ৰিকা, এপ্ৰিল 29, 2012
- ↑ হাৰানো শব্দেৰ মায়ায় মুগ্ধ আনন্দ-সন্ধ্যা Archived 2015-12-22 at the Wayback Machine, আনন্দবাজাৰ পত্ৰিকা, এপ্ৰিল 28, 2013
- ↑ নামযশেৰ সুখ নয়, বৈশাখী আনন্দসন্ধ্যায় আনন্দ-সন্ধান, আনন্দবাজাৰ পত্ৰিকা, এপ্ৰিল 16, 2014
- ↑ "ৰূপান্তৰকামীদেৰ স্বপ্নেৰ কথা বলে আনন্দ পুৰস্কাৰে সম্মানিত ‘হলদে গোলাপ’-এৰ স্বপ্নময়". 2016-08-01.
- ↑ চক্ৰবৰ্তী, গৌতম (2016-08-01). "চপ্পলবাহনা পুৰাণেৰ কবিকে আনন্দ-অৰ্ঘ্য".
- ↑ "আনন্দ পুৰস্কাৰ পেলেন আনিসুজ্জামান". 29 এপ্ৰিল 2017.