সমললৈ যাওক

আনিছ উজ্ জামান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জন্ম শিৱসাগৰ, অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
বিষয় কবি

আনিছ উজ্ জামান (মৃত্যু: ২০ ছেপ্টেম্বৰ ২০২৬[1]) এগৰাকী কবি, সাহিত্য সমালোচক, অনুবাদক৷ তেখেতৰ এতিয়ালৈকে দহখনতকৈয়ো অধিক কবিতা পুথি প্ৰকাশ হোৱাৰ লগতে সম্পাদনা গ্ৰন্থও প্ৰকাশ হৈছে৷ [2]

জন্ম আৰু পৰিচয়

[সম্পাদনা কৰক]

তেখেতৰ জন্ম হয় ১৯৪৭ চনত শিৱসাগৰৰ বৰুৱা বামুণবাৰী গাঁৱত৷

সাহিত্যৰাজি

[সম্পাদনা কৰক]

কাব্যগ্ৰন্থ

[সম্পাদনা কৰক]
  • অজ্ঞাতে (১৯৮৯)
  • সেউজীয়া জোন (১৯৯৯)
  • গোধূলি (১৯৯৪)
  • দোকমোকাল, বনফুল প্ৰকাশন (২০১৪)
  • এই বাটেদিয়েই, বনফুল প্ৰকাশন ()
  • নিৰ্বাচিত কবিতা, সম্পাদনা- সত্যকাম বৰঠাকুৰ

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • কাব্যৰত্ন, অসম কবি সন্মিলনে প্ৰদান কৰা বঁটা
  • ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ-২০২১[3]
  • গংগাধৰ মেহেৰ ৰাষ্ট্ৰীয় কাব্য বঁটা-২০২২[4][5]
  • অমূল্য চক্ৰৱৰ্তী সোঁৱৰণী অনুবাদ সাহিত্য বঁটা, ২০২৩[6]
  • গণেশ গগৈ বঁটা, ২০২৪[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ "Anyayug" (as ভাষাত). Anyayug. https://www.anyayug.com/p/blog-page_879.html?m=1। আহৰণ কৰা হৈছে: 2026-10-01.
  2. ↑ ধ্ৰুৱজ্যোতি বৰা (জানুৱাৰী). গৰীয়সী. ঊনিত্ৰংশ বছৰ. pp. ২৮.
  3. ↑ "কবি আনিছ উজ্ জামানলৈ ২০২১ বৰ্ষৰ ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ". https://thecrosscurrent.in/state-13-12-21/। আহৰণ কৰা হৈছে: 9 January 2024.
  4. ↑ "বিশিষ্ট কবি আনিছ উজ জামানলৈ ২০২২ বৰ্ষৰ গংগাধৰ মেহেৰ ৰাষ্ট্ৰীয় কাব্য বঁটা". https://www.assam.awazthevoice.in/stories-news/gangadhar-meher-poetry-award-for-to-noted-poet-anish-uz-zaman-9676.html। আহৰণ কৰা হৈছে: 9 January 2024.
  5. ↑ "আনিছ উজ জামানলৈ ২০২২ বৰ্ষৰ গংগাধৰ মেহেৰ ৰাষ্ট্ৰীয় কাব্য বঁটা". https://www.asomiyapratidin.in/guwahati-news/gangadhar-meher-national-poetry-award-2022-to-eminent-poet-anis-uz-zaman। আহৰণ কৰা হৈছে: 9 January 2024.
  6. ↑ "কবি-অনুবাদক আনিছ উজ জামানলৈ ২০২৩ বৰ্ষৰ অমূল্য চক্ৰৱৰ্তী সোঁৱৰণী অনুবাদ সাহিত্য বঁটা প্ৰদান". https://www.dainandinbartagroup.in/poet-translator-anis-uz-zaman-presented-the-amulya-chakravarti-sonwarni-translation-literary-award-for-the-year-2023/। আহৰণ কৰা হৈছে: 9 January 2024.
  7. ↑ "Himanta Biswa Sarma congratulates wiinners of Bishnu Rabha Award 2024". India Today NE. ১৭ জুন ২০২৪. https://www.indiatodayne.in/assam/story/himanta-biswa-sarma-congratulates-wiinners-of-bishnu-rabha-award-2024-1030376-2024-06-17.