এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস
(International Youth Day)
ৰাষ্ট্ৰসংঘৰ তত্ত্বাৱধানত সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ১২ আগষ্টৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয় | ২০০০ চনৰ ১২ আগষ্ট তাৰিখৰ পৰা এই দিৱস পালন কৰা হয় |এই দিৱস পালন কৰাৰ মূল উদ্দেশ্য হৈছে যুৱ শক্তিৰ সতব্যৱহাৰৰ বাবে সমাজত সজাগ কৰা|