আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক


আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস (International Youth Day) ৰাষ্ট্ৰসংঘৰ তত্ত্বাৱধানত সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ১২ আগষ্টৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয় | ২০০০ চনৰ ১২ আগষ্ট তাৰিখৰ পৰা এই দিৱস পালন কৰা হয় |এই দিৱস পালন কৰাৰ মূল উদ্দেশ্য হৈছে যুৱ শক্তিৰ সতব্যৱহাৰৰ বাবে সমাজত সজাগ কৰা|