আন্তৰ্জাতিক সাক্ষৰতা দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(আন্তৰ্জাতিক স্বাক্ষৰতা দিৱসৰ পৰা পুনঃনিৰ্দেশিত)
আন্তৰ্জাতিক সাক্ষৰতা দিৱস
সম্পূৰ্ণ নাম International Literacy Day
পালন কৰে বিশ্বজুৰি
প্ৰকাৰ ৰাষ্ট্ৰসংঘ
তাৰিখ ৮ ছেপ্টেম্বৰ
পৰৱৰ্তী তাৰিখ প্ৰতি বছৰৰ একে তাৰিখে
অৱধি ১ দিন
সংঘটন বাৰ্ষিক

১৯৬৫ চনৰ ১৭ নৱেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘশিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা (ইউনেস্কো)-ৱে ৮ ছেপ্টেম্বৰ তাৰিখটো আন্তৰ্জাতিক সাক্ষৰতা দিৱস হিচাপে ঘোষণা কৰে । ইয়াক ১৯৬৬ চনত প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল । ইয়াৰ মূল উদ্দেশ্য হৈছে ব্যক্তিগত, গোষ্ঠীগত তথা সামাজিক ভিত্তিত সাক্ষৰতাৰ আৱশ্যকতা দাঙি ধৰা । প্ৰত্যেক বছৰে আন্তৰ্জাতিক সাক্ষৰতা দিৱসৰ দিনা ইউনেস্কোৱে বিশ্ববাসীক সাক্ষৰতা আৰু প্ৰাপ্তবয়স্ক শিক্ষাৰ কথা মনত পেলাব বিচাৰে । সমগ্ৰ বিশ্বজুৰি এই দিৱস পালন কৰা হয় ।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

আন্তজাৰ্তিক সাক্ষৰতা

  1. International Literacy Day 2015