আন্তৰ্জাতিক সাক্ষৰতা দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(আন্তৰ্জাতিক স্বাক্ষৰতা দিৱসৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
আন্তৰ্জাতিক সাক্ষৰতা দিৱস
সম্পুৰ্ণ নাম International Literacy Day
পালন কৰে বিশ্বজুৰি
প্ৰকাৰ ৰাষ্ট্ৰসংঘ
তাৰিখ ৮ ছেপ্টেম্বৰ

১৯৬৫ চনৰ ১৭ নৱেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘশিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা (ইউনেস্কো)-ৱে ৮ ছেপ্টেম্বৰ তাৰিখটো আন্তৰ্জাতিক সাক্ষৰতা দিৱস হিচাপে ঘোষণা কৰে । ইয়াক ১৯৬৬ চনত প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল । ইয়াৰ মূল উদ্দেশ্য হৈছে ব্যক্তিগত, গোষ্ঠীগত তথা সামাজিক ভিত্তিত সাক্ষৰতাৰ আৱশ্যকতা দাঙি ধৰা । প্ৰত্যেক বছৰে আন্তৰ্জাতিক সাক্ষৰতা দিৱসৰ দিনা ইউনেস্কোৱে বিশ্ববাসীক সাক্ষৰতা আৰু প্ৰাপ্তবয়স্ক শিক্ষাৰ কথা মনত পেলাব বিচাৰে । সমগ্ৰ বিশ্বজুৰি এই দিৱস পালন কৰা হয় ।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

আন্তজাৰ্তিক সাক্ষৰতা

  1. International Literacy Day 2015