আন্দ্ৰেয়া কেভিচুছা
আন্দ্ৰেয়া কেভিচুছা | |
---|---|
![]() নৱেম্বৰ ২০২৩ চনত আন্দ্ৰেয়া কেভিচুছা | |
জন্ম | কেৰল আন্দ্ৰেয়া কেভিচুছা ১৮ ফেব্ৰুৱাৰী, ২০০১ (২৪ বছৰ) কোহিমা, নাগালেণ্ড, ভাৰত |
শিক্ষা | লিটল ফ্ল'ৱাৰ স্কুল |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ২০২৬–বৰ্তমান |
'Modelling information' | |
Height | ৫ ফুট ৯ ইঞ্চি (১.৭৫ মিটাৰ) |
Hair colour | ক'লা |
Eye colour | Dark Brown |
Agency |
|
কেৰল আন্দ্ৰেয়া কেভিচুছা ( /ˈkɛvitʃsə/ ; জন্ম: ১৮ ফেব্ৰুৱাৰী ২০০১) নাগালেণ্ডৰ এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী।[2][3] তেওঁ ২০২২ চনত আয়ুষমান খুৰৰানাৰ সৈতে অনেক চলচ্চিত্ৰত অভিনয়ত অভিষেক ঘটায়, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ মহিলা অভিষেকৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে।
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]কেৰল আন্দ্ৰেয়া কেভিচুছাৰ জন্ম হৈছিল ২০০১ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে নাগালেণ্ডৰ কোহিমাত।[4] তাইৰ পিতৃ খোনোমাৰ এজন আংগামী নগা, লগতে মিজো বংশৰ। তাইৰ মাক আছিল আও নগা৷ তেওঁ পাঁচগৰাকী ভগ্নীৰ ভিতৰত সৰু।[5] কেভিচুছাই স্কুলীয়া শিক্ষা কোহিমাৰ লিটিল ফ্লাৱাৰ হাইয়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা কৰিছিল।[6]
কেৰিয়াৰ
[সম্পাদনা কৰক]কেভিচুছাই ২০১৬ চনত ১৫ বছৰ বয়সত মডেলিং এজেন্সীয়ে স্কাউট কৰাৰ পিছত মডেলিং আৰম্ভ কৰিছিল।[7]
কেভিচুছাই সব্যাসচী মুখাৰ্জীৰ দৰে ফেশ্বন ডিজাইনাৰ আৰু আন কেইবাটাও উল্লেখযোগ্য ব্ৰেণ্ডৰ সৈতে কাম কৰিছে। তেওঁ কেটৰিনা কাইফৰ প্ৰসাধন লাইন কে বিউটিৰ বাবেও কাম কৰিছিল আৰু ভোগ ইণ্ডিয়া, এলে, ফেমিনা আদি আলোচনীৰ সম্পাদকীয় আৰু ফিল্মফেয়াৰ, গ্ৰেজিয়া, লুচিয়াৰ,[8] আৰু হাৰ্পাৰছ বাজাৰৰ কভাৰত প্ৰকাশ পাইছে।[9] [10]
২০২২ চনত কেভিচুছাই আনেক চলচ্চিত্ৰৰ যোগেদি চলচ্চিত্ৰ জগতত অভিষেক ঘটায়। ছবিখনৰ লেখক আৰু পৰিচালক অনুভৱ সিনহা।[11][12] কেভিচুছাই উত্তৰ-পূব ভাৰতীয় বক্সাৰৰ চৰিত্ৰত অভিনয় কৰিছে।[13]
চলচ্চিত্ৰ তালিকা
[সম্পাদনা কৰক]বৰ্ষ | শিৰোনাম | ভূমিকাৰ নাম | টোকা | Ref. |
---|---|---|---|---|
২০২২ | আনেক | আইডো | চলচ্চিত্ৰ আৰম্ভণি | [13] |
বঁটা আৰু মনোনয়ন
[সম্পাদনা কৰক]বৰ্ষ | বঁটা | শ্ৰেণী | কাজ | ফলাফল | Ref. |
---|---|---|---|---|---|
২০২৩ | ৬৮তম ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ মহিলা আৰম্ভণি শিল্পী | আনেক | বিজয়ী | [14] |
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]![]() |
ৱিকিমিডিয়া কমন্সত Andrea Kevichüsa সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- আন্দ্ৰেয়া কেভিচুছা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ইনষ্টাগ্ৰামত আন্দ্ৰেয়া কেভিচুছা
- Andrea Kevichüsa Archived 2023-06-14 at the Wayback Machine on Anima Creatives
|
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "ANDREA KEVICHUSA | New York | Women | ONE Management". onemanagement.com. https://onemanagement.com/New-York/Women/Development/ANDREA-KEVICHUSA/Portfolio.
- ↑ "Andrea Kevichüsa - Model". animacreatives.com. Archived from the original on 2023-06-14. https://web.archive.org/web/20230614151424/https://animacreatives.com/website/modelgallery?id=280&model=150। আহৰণ কৰা হৈছে: 2025-02-27.
- ↑ "Who Is Andrea Kevichusa? Actor To Make Her Bollywood Debut With 'Anek'". SheThePeople. 9 August 2018. https://www.shethepeople.tv/shestars/who-is-andrea-kevichusa-anek/। আহৰণ কৰা হৈছে: 7 May 2022.
- ↑ "Know all about Andrea Kevichusa actress to star in Anek alongside Ayushmann Khurrana; Modeling, career". Jagrant TV. 6 May 2022. https://www.jagrantv.com/en-show/andrea-kevichusa-biography-all-set-to-star-in-anek-career-age-modeling-relationship-more-rc1030807। আহৰণ কৰা হৈছে: 7 May 2022.
- ↑ Lungzeu (24 October 2018). "A Naga Bride Reminisces About Her Wedding Day - A Chat With Cheryl Kevichusa from Nagaland". Roots and Leisure. https://rootsandleisure.com/cheryl-kevichusa-weddingday/। আহৰণ কৰা হৈছে: 7 May 2022.
- ↑ "ANDREA KEVICHUSA SPEAKS TO HORNBILL TV; ACTOR SHARES ABOUT BOLLYWOOD JOURNEY". YouTube. 20 May 2022. https://m.youtube.com/watch?v=DLHQCjHWtJI। আহৰণ কৰা হৈছে: 21 May 2022.
- ↑ "This 17-Year-Old Model from Nagaland Might be India's Next Supermodel – Meet Andrea Kevichusa". Roots and Leisure. 9 August 2018. https://rootsandleisure.com/model-andrea-kevichusa-from-nagaland/। আহৰণ কৰা হৈছে: 7 May 2022.
- ↑ Yan, Jack (2023-06-18). "A hot cover with Andrea Kevichüsa". Lucire. https://lucire.com/insider/20230618/a-hot-cover-with-andrea-kevichusa/। আহৰণ কৰা হৈছে: 2023-07-21.
- ↑ Hirani, Sandhya (5 May 2022). "Why the girl who slapped in the trailer of Anek is being discussed, know some special things". Any TV News. https://anytvnews.com/entertainment/why-the-girl-who-slapped-in-the-trailer-of-anek-is-being-discussed-know-some-special-things/। আহৰণ কৰা হৈছে: 7 May 2022.[সংযোগবিহীন উৎস]
- ↑ Hirani, Sandhya (7 May 2022). "Naga model Andrea Kevichusa marks B'wood debut with action thriller 'Anek'". Nagaland Post. https://www.nagalandpost.com/index.php/naga-model-andrea-kevichusa-marks-bwood-debut-with-action-thriller-anek/। আহৰণ কৰা হৈছে: 7 May 2022.[সংযোগবিহীন উৎস]
- ↑ "Nagaland's Andrea Kevichusa to debut alongside Ayushmaan Khuranna in Anek". Northeast Live. 6 May 2022. https://northeastlivetv.com/around-ne/nagaland/nagalands-andrea-kevichusa-to-debut-alongside-ayushmaan-khuranna-in-anek/। আহৰণ কৰা হৈছে: 7 May 2022.[সংযোগবিহীন উৎস]
- ↑ "Anek Cast List". Bollywood Hungama. 5 May 2022. https://www.bollywoodhungama.com/movie/anek/cast/। আহৰণ কৰা হৈছে: 7 May 2022.
- ↑ 13.0 13.1 "Andrea Kevichüsa Makes Her Bollywood Debut in The Film 'Anek'". Yilled. 6 May 2022. Archived from the original on 14 June 2023. https://web.archive.org/web/20230614014000/https://yilled.com/andrea-kevichusa-debut-anek-movie/। আহৰণ কৰা হৈছে: 11 May 2022.
- ↑ "৬৮তম হুন্দাই ফিল্মফেয়াৰ বঁটা ২০২৩ৰ বিজয়ীসকল". Filmfare. ২৮ এপ্ৰিল ২০২৩. https://www.filmfare.com/features/here-are-the-winners-of-the-68th-hyundai-filmfare-awards-2023-with-maharashtra-tourism-58146.html। আহৰণ কৰা হৈছে: ২৮ এপ্ৰিল ২০২৩.