সমললৈ যাওক

আন্নাই ভেলাংকন্নী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আন্নাই ভেলাংকন্নী

পোষ্টাৰ
পৰিচালক কে থাংগাপ্পান
ৰচনা ছেম ডি থমছন
প্ৰযোজক কে থাংগাপ্পান
অভিনয়ত
  • শ্ৰীবিদ্যা
  • শিৱকুমাৰ
  • জয়ললিতা
  • জেমিনী গণেশন
  • পদ্মিনী
সংগীত পৰিচালক জি দেৱৰাজন
প্ৰযোজনা
কোম্পানী
গিৰি মুভীজ
মুক্তি
১৫ আগষ্ট ১৯৭১ (1971-08-15)
দৈৰ্ঘ্য
১৪৮ মিনিট
দেশ ভাৰত
ভাষা তামিল

আন্নাই ভেলাংকন্নী (ইংৰাজী: Ali Baba 40 Dongalu; অনুবাদ. মাতৃ ভেলাংকন্নী) ১৯৭১ চনৰ কে থাংগাপ্পানৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় তামিল ভাষাৰ এখন ছবি। ছবিখনত অভিনয় কৰিছে মিথুন গণেশন, জয়ললিতা, পদ্মিনী আৰু কে আৰ বিজয়াই।[1] কমল হাছানে কম সময়ৰ বাবে যীচু খ্ৰীষ্টৰ চৰিত্ৰত অভিনয় কৰিছে যদিও তেওঁৰ নামোল্লেখ কৰা হোৱা নাই।[2] ইয়াত কেথলিক বিশ্বাসৰ সৈতে জড়িত তিনিটা কাহিনী সন্নিবিষ্ট কৰা হৈছে।[3]

ছবিখনৰ পটভূমি ভেলাংকন্নী ভাৰতৰ তামিলনাডুৰ নাগপট্টিনম জিলাৰ এখন চহৰ। ইয়াত যীচুৰ মাতৃ মেৰীৰ প্ৰতি উৎসৰ্গিত বেচিলিকা অৱ আৱাৰ লেডী অৱ গুড হেল্থ আছে।

নাগপট্টিনমৰ এখন চিকিৎসালয়ৰ নাৰ্ছ হিচাপে কৰ্মৰত মেৰী, ভেলাংকন্নীৰ মাদাৰ মেৰীৰ ভক্ত। যেতিয়া মেৰীয়ে তেওঁৰ প্ৰেমিক ছুছেনথক লগ পাবলৈ হাস্পাতালৰ পৰা আঁতৰত থাকে, তেতিয়া দেৱীয়ে মেৰীৰ ৰূপ ধাৰণ কৰি তেওঁৰ কৰ্তব্য পালন কৰে।

মুক্তি আৰু সঁহাৰি

[সম্পাদনা কৰক]

১৯৭১ চনৰ ১৫ আগষ্টত আন্নাই ভেলাংকানীক মুক্তি দিয়া হয়।[4] ছবিখনক তেলেগু ভাষাত মেৰী মাথা নামেৰে ডাব কৰা হয় আৰু ১৯৭১ চনৰ ২৫ ডিচেম্বৰত মুক্তি দিয়া হয়।[5] পিছলৈ ছবিখনক ভেলাংকন্নী মাথাভু নামেৰে মালয়ালম ভাষাতো ডাব কৰা হয়, যিখন ১৯৭৭ চনৰ ২৭ মে'ত মুক্তি পায়। ইতিহাসবিদ বি বিজয়াকুমাৰে এটা প্ৰবন্ধত উল্লেখ কৰিছে যে তামিল আৰু মালয়ালম ডাব কৰা সংস্কৰণটো বক্স অফিচত হিট হৈছিল। দুয়োটা সংস্কৰণেই কেৰালাত বক্স অফিচত হিট হৈছিল।[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Vijayakumar, B. (December 20, 2015). "Old is Gold - Velankanni Mathavu 1977". The Hindu. http://www.thehindu.com/features/cinema/cinema-columns/velankanni-mathavu-1977/article8011033.ece। আহৰণ কৰা হৈছে: 2016-09-14. 
  2. "ஜெமினிகணேசன் உதவியால் எனக்கு வாய்ப்பு கிடைத்தது - கமலஹாசன் வெளியிட்ட தகவல்" (ta ভাষাত). Maalai Malar. 29 January 2021. https://cinema.maalaimalar.com/cinema/cinehistory/2021/01/29013346/2299481/cinima-history.vpf। আহৰণ কৰা হৈছে: 6 May 2021. 
  3. Rangarajan, Malathi (27 October 2006). "Subtle portraits, eloquent eyes". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-fridayreview/subtle-portraits-eloquent-eyes/article3231120.ece. 
  4. "ஜெயலலிதா நடித்த திரைப்படங்களின் பட்டியல்" (ta ভাষাত). Dinamani. 6 December 2016. http://www.dinamani.com/cm-jayalalitha/2016/dec/06/%E0%AE%9C%E0%AF%86%E0%AE%AF%E0%AE%B2%E0%AE%B2%E0%AE%BF%E0%AE%A4%E0%AE%BE-%E0%AE%A8%E0%AE%9F%E0%AE%BF%E0%AE%A4%E0%AF%8D%E0%AE%A4-%E0%AE%A4%E0%AE%BF%E0%AE%B0%E0%AF%88%E0%AE%AA%E0%AF%8D%E0%AE%AA%E0%AE%9F%E0%AE%99%E0%AF%8D%E0%AE%95%E0%AE%B3%E0%AE%BF%E0%AE%A9%E0%AF%8D-%E0%AE%AA%E0%AE%9F%E0%AF%8D%E0%AE%9F%E0%AE%BF%E0%AE%AF%E0%AE%B2%E0%AF%8D-2610816.html. 
  5. "Mary Matha" (te ভাষাত). Andhra Patrika: পৃষ্ঠা 6. 25 December 1971. https://archive.org/details/ANDHRAPATRIKA25121971/page/n5/mode/2up. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]