সমললৈ যাওক

আফৰোজা পাৰভীন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আফৰোজা পাৰভীন
জন্ম ০৪ ফেব্ৰুৱাৰী, ১৯৫৭ (৬৮ বছৰ)
নৰাইল, বাংলাদেশ
পেচা
  • লেখিকা
  • সাংবাদিকতা
ভাষা বাংলা
ৰাষ্ট্ৰীয়তা বাংলাদেশী
শিক্ষা ঢাকা বিশ্ববিদ্যালয়
বিষয় কল্পকাহিনী, অকল্পকাহিনী, নাটক, সম্পাদনা, সাংবাদিকতা
উল্লেখযোগ্য বঁটা বাংলা একাডেমী সাহিত্য বঁটা (২০২৩)

আফৰোজা পাৰভীন (ইংৰাজী : Afroza Parvin; জন্ম: ১৪ ফেব্ৰুৱাৰী ১৯৫৭) এগৰাকী বাংলাদেশী কল্পকাহিনী লেখিকা।[1] মুক্তিযুদ্ধ ভিত্তিক গৱেষণাৰ বিশেষ অৱদানৰ বাবে তেওঁ ২০২৩ চনত বাংলা একাডেমী বঁটা লাভ কৰে।[2][3] লগতে তেওঁ ৰক্তবীজৰ সম্পাদিকা।[4]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

পাৰবিনে জন্মগ্ৰহণ কৰিছিল ১৯৫৭ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে বাংলাদেশৰ নাৰাইল জিলাত। তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী।[5]

  • পতাকা হাতে ক্ষুদে যোদ্ধা[6]
  • যুদ্ধ শেষেৰ কাব্য[7]

পুৰস্কাৰ

[সম্পাদনা কৰক]
বছৰ পুৰস্কাৰ বলাফল তথ্যসূত্ৰ
২০২৩ বাংলা একাডেমি সাহিত্য পুৰস্কাৰ বিজয়ী [8]
অনন্যা সাহিত্য পুৰস্কাৰ বিজয়ী [9]
২০২২ বেগম ৰকেয়া পদক বিজয়ী [10]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "আৰ্কাইভ কপি". Archived from the original on 2024-02-13. https://web.archive.org/web/20240213020345/https://www.daily-bangladesh.com/writers/%E0%A6%86%E0%A6%AB%E0%A6%B0%E0%A7%8B%E0%A6%9C%E0%A6%BE-%E0%A6%AA%E0%A6%BE%E0%A6%B0%E0%A6%AD%E0%A7%80%E0%A6%A8। আহৰণ কৰা হৈছে: 2025-03-08. 
  2. (bn ভাষাত)bdnews24. https://bangla.bdnews24.com/bangladesh/z5sqrrcaud. 
  3. (bn ভাষাত)The Daily Ittefaq. https://www.ittefaq.com.bd/675229/%E0%A6%8F%E0%A6%AC%E0%A6%BE%E0%A6%B0-%E0%A6%AC%E0%A6%BE%E0%A6%82%E0%A6%B2%E0%A6%BE-%E0%A6%8F%E0%A6%95%E0%A6%BE%E0%A6%A1%E0%A7%87%E0%A6%AE%E0%A6%BF-%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF-%E0%A6%AA%E0%A7%81%E0%A6%B0%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A6%BE%E0%A6%B0-%E0%A6%AA%E0%A6%BE%E0%A6%9A%E0%A7%8D%E0%A6%9B%E0%A7%87%E0%A6%A8-%E0%A7%A7%E0%A7%AC-%E0%A6%9C%E0%A6%A8. 
  4. https://Roktobij.com
  5. (bn ভাষাত). 2023-11-10. https://bangla.bdnews24.com/arts/nosdpdvz6v. 
  6. "Error: no |title= specified when using {{Cite web}}" (en ভাষাত). Rokomari.com. https://www.rokomari.com/book/79354/pataka-hate-khude-jodda। আহৰণ কৰা হৈছে: 2024-02-13. 
  7. "Error: no |title= specified when using {{Cite web}}" (en ভাষাত). Rokomari.com. https://www.rokomari.com/book/15549/juddo-seser-kabbo। আহৰণ কৰা হৈছে: 2024-02-13. 
  8. "এবাৰ বাংলা একাডেমি সাহিত্য পুৰস্কাৰ পাচ্ছেন যাঁৰা" (bn ভাষাত). Bangladesh Pratidin. 2024-01-24. http://www.bd-pratidin.com/national/2024/01/24/961307. 
  9. (bn ভাষাত)Prothom Alo. 2023-11-24. https://www.prothomalo.com/bangladesh/nd4qzr9oro. 
  10. "PM hands over Begum Rokeya Padak to 5 women". The Daily Star. 9 December 2022. https://www.thedailystar.net/news/bangladesh/news/pm-hands-over-begum-rokeya-padak-5-women-3191501.