সমললৈ যাওক

আমাথেয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আমাথেয়া
নেৰেইডছ-ৰ সদস্য
নিবাস সাগৰ
পিতৃ-মাতৃ নেৰিয়াছ আৰু ড'ৰিছ
সহোদৰ সাগৰীয় দেৱতা নেৰিয়াছসকল, সাগৰীয় দেৱী নেৰেইডছসকল

আমাথেয়া (প্ৰাচীন গ্ৰীক: Ἀμάθεια, ইংৰাজী: Amatheia)[1] গ্ৰীক শ্ৰুতিকথাৰ এগৰাকী "সুন্দৰ-চুলি"ৰ নেৰেইড[2] আৰু কিছুমানে তেওঁক "নীলা ৰঙৰ কেশ বিলাসী" বা "দীঘল, ঘন চুলি" বুলি বৰ্ণনা কৰিছে।[1] তেওঁৰ নামৰ বিকল্প বানানবোৰ হৈছে এমাথিয়া (Æmathia),[3] আমাথিয়া (Amathea)[4] আৰু আমাথিয়া (Amathia)[5] যাৰ অৰ্থ হৈছে "কণ্ঠৰ ৰাণী"।[1]

কিংবদন্তি

[সম্পাদনা কৰক]

আমাথেয়া গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছনেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।[6][7][1] হোমাৰইলিয়াডত বৰ্ণনা কৰা অনুসৰি একিলিছে মৃত পেট্ৰ'ক্লাছৰ বাবে কৰা দুখৰ সমভাগি হোৱা মাতৃ থেটিছক সংগ দিবলৈ সাগৰৰ গভীৰতাৰ পৰা ওলাই আহি ট্ৰয়ৰ উপকূলত সমবেত হোৱা ৩৩ গৰাকী নেৰেইডছৰ ভিতৰত আমাথেয়াও আছিল।[8]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 Bane, Theresa (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃষ্ঠা. 11, 12. ISBN 978-0-7864-7111-9. 
  2. Homer, Iliad 18.48.
  3. Hyginus, Fabulae Preface (Latin ed. Micyllus; Scheffero)
  4. Hyginus, Fabulae Preface (Latin ed. Munckerus)
  5. Hyginus, Fabulae Preface (Latin ed. Bunte)
  6. Homer, Iliad 18.40; Hesiod, Theogony 249; Apollodorus, 1.2.7; Hyginus, Fabulae Preface
  7. Homer, Iliad 18.41; Apollodorus, 1.2.7; Hesiod, Theogony 240
  8. Homer, Iliad 18.39