সমললৈ যাওক

আমৰি বিধানসভা সমষ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আমৰি
সমষ্টি নং- ১১২ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
বিভাগপাৰ্বত্য সংমণ্ডল
জিলাপশ্চিম কাৰ্বি আংলং
লোকসভা সমষ্টিডিফু
প্ৰতিস্থা২০২৩
সংৰক্ষণঅনুসূচিত জনজাতি
বিধান সভাৰ সদস্য
পদাধিকাৰী
হাব্বে টেৰন
দল  বিজেপি
মিত্ৰগোট  এনডিএ
নিৰ্বাচিত বছৰ২০২৬

আমৰি বিধানসভা সমষ্টি (ইংৰাজী: Amri Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত এই সমষ্টিটো নতুনকৈ গঠন কৰা হয় (পূৰ্বৰ বৈঠালাংছ’ সমষ্টিৰ একাংশ লৈ ইয়াৰ সৃষ্টি কৰা হৈছিল)। ২০২৬ চনত এই সমষ্টিটোত পোনপ্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়।

এই সমষ্টিটো পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত আৰু ই ডিফু (লোকসভা সমষ্টি)ৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো অনুসূচিত জনজাতিৰ (ST) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।





আমৰি বিধানসভা সমষ্টিৰ আটাইতকৈ সফল দলসমূহ

বিধানসভাৰ সদস্যসকল

[সম্পাদনা কৰক]
নিৰ্বাচন সদস্য দলৰ সংযোগ
২০২৬ হাব্বে টেৰন ভাৰতীয় জনতা পাৰ্টী

নিৰ্বাচনী ফলাফল

[সম্পাদনা কৰক]

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী অমৰছিং তিছ’ৱে এই সমষ্টিৰ প্ৰথম বিধায়ক হিচাপে বিজয় সাব্যস্ত কৰে। নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:

২০২৬ৰ অসম বিধানসভা নিৰ্বাচন: আমৰি[1]
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
বিজেপি হাব্বে টেৰন 64,812 55.45
আইএনচি ৰূপছিং তিমুং 43,625 37.32
ASDC কাংবূৰ টেৰন 5,780 4.95
ওপৰৰ এটাও নহয় (নটা) নটা 2,664 2.28
সংখ্যাগৰিষ্ট 21,187 18.13
মুঠ ভোটদান 1,16,881
বিজয় (নতুন আসন)

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]