আয়েশ্বা আব্দুল বাছিত
অৱয়ব
| সাময়িক সংশোধনৰ প্ৰয়োজন। এই প্ৰবন্ধৰ বিষয়বস্তু এনে ধৰণৰ যে সময়ৰ সৈতে তথ্য সলনি হ'ব পাৰে। কাৰণ: জীৱিত ব্যক্তি। বৰ্তমানে উপলব্ধ তথ্যৰ সত্যাসত্য ২০২৬ চনৰ জানুৱাৰী মাহৰ ০৭ তাৰিখে পৰীক্ষা কৰা হৈছিল। |
আয়েশ্বা আব্দুল বাছিত ( ইংৰাজী : Ayisha Abdul Basit; জন্ম: ২৯ মাৰ্চ ২০০৫) এগৰাকী ভাৰতীয় ধৰ্মীয় আৰু আধ্যাত্মিক সংগীতজ্ঞ আৰু ইউটিউবাৰ। ভাৰতৰ কেৰালা ৰাজ্যৰ কান্নুৰ জিলাৰ তালছেৰীত জন্মগ্ৰহণ কৰা।[1] তেখেতৰ ঘৰ আবুধাবিত ২০১৩ চনত বাছিতৰ পিতৃ-মাতৃয়ে তেওঁৰ নামেৰে এটা ইউটিউব চেনেল আৰম্ভ কৰিছিল আৰু ২০১৬ চনত তেওঁৰ " হাচ্বি ৰাব্বি জাল্লিলা" ৮০ মিলিয়ন দৰ্শন হয়।[2]
আয়েশ্বা আব্দুল বাছিত | |
|---|---|
| পৃষ্ঠভূমি | |
| জন্ম | ২৯ মাৰ্চ ২০০৫ কেৰেলা,ভাৰত |
| ৱেবছাইট | https://ayishaabdulbasith.com |
২০২৪ চনৰ মাৰ্চ মাহলৈকে তেওঁৰ ইউটিউব চেনেলৰ ৩৯.৭ মিলিয়ন চাবস্ক্ৰাইবাৰ আৰু ৫৮৩ মিলিয়নতকৈ অধিক ভিউ আছে।[3] ফেচবুকত তেওঁৰ ২০ লাখ অনুগামী আছে। ইনষ্টাগ্ৰামতো তেওঁৰ ৪ লাখ ২৭ হাজাৰ আৰু টিকটকত ১ লাখ ৮২ হাজাৰ ফ’ল’ৱাৰ আছে।[4]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ Ayisha Abdul Basith Indian YouTube star based in Abu Dhabi whose religious and spiritual singings have amassed her 4.1 million subscribers and 645 million overall views. Famous/ YouTube Star archive 2024
- ↑ Ayisha Abdul Basith Archived 2024-08-19 at the Wayback Machine Healing from India, © 2024 Ayisha Abdul Basith. All rights reserved.
- ↑ ഡെസ്ക്, വെബ് (২০২০-০৪-০৫)। "കൊറോണക്കാലത്തെ കാവൽ | Madhyamam।" "കൊറോണക്കാലത്തെ കാവൽ | madhyamam। ২০২৪-০৩-১৮ তাৰিখত মূল পৰা আৰ্কাইভ কৰা। সংগ্ৰহৰ তাৰিখ ২০২৪-০৩-২৫
- ↑ Spotify: 44K Listener/ Ayisha Abdul Basith from Spotify