সমললৈ যাওক

আলভি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আলভি দক্ষিণ এছিয়াৰ এটা আলিদ মুছলমান সম্প্ৰদায়। ইছলামিক হজৰত মহম্মদৰ খুলশালীয়েক, সংগী আৰু জোঁৱাই আছিল চতুৰ্থ ৰছিদুন খলিফা আলী ইবনে আবি তালিবৰ বংশধৰ, তেওঁৰ পত্নীসকলৰ জৰিয়তে যিসকলক তেওঁ নবীৰ কন্যা ফাতিমা বিন্ত মুহাম্মাদ মৃত্যুৰ পাছত বিয়া কৰাইছিল। আনহাতে, চৈয়দ আলীৰ বংশধৰসকল ফাতিমাৰ জৰিয়তে বিস্তাৰ হৈছিল।

আলভিসকলৰ ভিতৰত আছে, মহম্মদ ইবনে আল-হানাফিয়া, আব্বাছ ইবনে আলী, আৰু উমৰ আল-আট্ৰাফৰ বংশধৰ। ক্ৰমে তেওঁলোকৰ জন্ম হৈছিল খোৱালা আল-হানাফিয়া, উম্ম আল-বানিন আৰু উম্ম হাবিব বিন্ত ৰবিয়া (আল-ছাহবা)ৰ ঘৰত।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Lewis 2012.