আলী বাবা ৪০ ডংগালু
অৱয়ব
আলী বাবা ৪০ ডংগালু | |
---|---|
![]() পোষ্টাৰ | |
পৰিচালক | বি. বিট্টলাচাৰ্য |
ভিত্তি | আৰবীয়াননাইটছ - আলি বাবা আৰু ৪০টা চোৰ |
অভিনয়ত | এন টি ৰামাৰাও জয়ললিতা |
সংগীত পৰিচালক | ঘণ্টাশাল |
প্ৰযোজনা কোম্পানী |
শ্ৰী গৌতম পিকচাৰ্ছ [1] |
মুক্তি |
৪ এপ্ৰিল ১৯৭০ |
দৈৰ্ঘ্য |
১৭৯ মিনিট |
দেশ | ভাৰত |
ভাষা | তেলেগু |
আলী বাবা ৪০ ডংগালু (ইংৰাজী: Ali Baba 40 Dongalu; অনু. আলি বাবা আৰু ৪০টা চোৰ) বি. বিট্টলাচাৰ্য পৰিচালিত[2], ১৯৭০ চনৰ এখন তেলেগু ভাষাৰ ফেণ্টাচী ছচবাল্কাৰ ছবি। ইয়াত এন টি ৰামা ৰাও আৰু জয়ললিতা মুখ্য ভূমিকাত অভিনয় কৰিছে। সংগীত ৰচনা ঘন্টাশালৰ।[3] শ্ৰী গৌতম পিকচাৰ্ছৰ বেনাৰত ছবিখন এন ৰামব্ৰহ্মমে প্ৰযোজনা কৰিছে।[4] আৰবীয় নাইটছৰ আলী বাবা আৰু চল্লিশ চোৰ নামৰ কাহিনী এটাৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।[5]
অভিনয়
[সম্পাদনা কৰক]- এন টি ৰামাৰাও (আলিবাবা)
- জয়ললিতা (মাৰ্জিয়ানা)
- সত্যনাৰায়ন (কাছিম)
- নাগভূষণম (চটু)
- মিক্কিলিনেনী (চৰ্দাৰ)
- আল্লু ৰামলিংগয়া (ব্যাদ্যুদু)
- ৰাজা বাবু
- ৰাভি কোন্দলা ৰাও
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Ali Baba 40 Dongalu (Overview)". IMDb. https://www.imdb.com/title/tt0333067/.
- ↑ "Ali Baba 40 Dongalu (Direction)". Filmiclub. Archived from the original on 2023-04-01. https://web.archive.org/web/20230401111632/https://www.filmiclub.com/movie/alibaba-40-thongalu-1970-telugu-movie। আহৰণ কৰা হৈছে: 2025-03-17.
- ↑ "Ali Baba 40 Dongalu (Music)". Know Your Films. http://www.knowyourfilms.com/film/Alibaba-40-Dongalu/8483=.[সংযোগবিহীন উৎস]
- ↑ "Ali Baba 40 Dongalu (Music)". Know Your Films. http://www.knowyourfilms.com/film/Alibaba-40-Dongalu/8483=.[সংযোগবিহীন উৎস]
- ↑ "Ali Baba 40 Dongalu (Preview)". Spicy Onion. Archived from the original on 2024-11-27. https://web.archive.org/web/20241127063621/https://spicyonion.com/title/alibaba-40-dongalu-telugu-movie/। আহৰণ কৰা হৈছে: 2025-03-17.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]আলী বাবা ৪০ ডংগালু সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।