আল-গাজালি
অৱয়ব
| সম্পূৰ্ণ নাম | আল-গাজালি |
|---|---|
| জন্ম | ১৫০৮ তুস, খৰাছান, পাৰ্চ |
| মৃত্যু | ১৮ ডিচেম্বৰ, ১১১১ (৫৩ বছৰ) তুস, পাৰ্চ |
| যুগ | মধ্যযুগীয় দাৰ্শনিকতা |
| অঞ্চল | ইছলামি দাৰ্শনিকতা |
| ধাৰা | আশআৰী, সুফিজম |
| আগ্ৰহ | ধৰ্ম, সুফিবাদ, যুক্তিবাদ, নৈতিকতা |
| উল্লেখযোগ্য কৰ্ম | চিন্তাৰ অৱসান (Tahafut al-Falasifa), আধ্যাত্মিক পুনৰুজ্জীৱন |
প্ৰভাৱিত হয়
| |
প্ৰভাৱিত কৰে
| |
আল-গাজালি (আবু হামিদ আল গাজালি, Al‑Ghazali, প্ৰায় ১০৫৮ – ১৯ ডিচেম্বৰ ১১১১) আছিল এজন শ্বাফী চুন্নী মুছলমান পণ্ডিত। তেওঁ ইছলামিক ইতিহাসৰ অন্যতম বিশিষ্ট আৰু প্ৰভাৱশালী ন্যায়িক পৰামৰ্শদাতা, আইনী তত্ত্ববিদ, মুফতি, দাৰ্শনিক, ধৰ্মতত্ত্ববিদ, যুক্তিবিদ আৰু ৰহস্যবাদী হিচাপে পৰিচিত।[1][2][3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Banuazizi, Ali; Weiner, Myron (March 1994). The Politics of Social Transformation in Afghanistan, Iran, and Pakistan. Syracuse University Press. পৃষ্ঠা. 108. ISBN 9780815626091.
- ↑ "Ghazali, al-". The Columbia Encyclopedia. Retrieved 17 December 2012.
- ↑ Adamec, Ludwig W. (2009). Historical Dictionary of Islam. Scarecrow Press. পৃষ্ঠা. 109. ISBN 978-0810861619.