ছূৰা আল ফালাক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(আল ফালাকৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search

আল ফালাক (প্ৰভাত)

ছূৰা নং- ১১৩

মুঠ আয়াতৰ সংখ্যা- ৫

মুঠ ৰুকুৰ সংখ্যা- ১

আয়াতসমূহ[সম্পাদনা কৰক]

قُلۡ أَعُوذُ بِرَبِّ ٱلۡفَلَقِ
১. কোৱা, ‘মই আশ্ৰয় বিচাৰিছোঁ প্ৰভাতৰ পালনকৰ্তাৰ
مِن شَرِّ مَا خَلَقَ
২. তেওঁ যিবিলাক সৃষ্টি কৰিছে, তাৰ অনিষ্টৰ পৰা
وَمِن شَرِّ غَاسِقٍ إِذَا وَقَبَ
৩. আন্ধকাৰ ৰাত্ৰিৰ অনিষ্টৰ পৰা যেতিয়া ই সমাগত হয়
وَمِن شَرِّ ٱلنَّفَّـٰثَـٰتِ فِى ٱلۡعُقَدِ
৪. গাঁঠিত জৰা-ফুকা কৰা জাদুকাৰীসকলৰ অনিষ্টৰ পৰা
وَمِن شَرِّ حَاسِدٍ إِذَا حَسَدَ
৫. আৰু হিংসুকৰ অনিষ্টৰ পৰা যেতিয়া সি হিংসা কৰে