আশা দেৱী আৰ্যনায়কম
আশা দেৱী আৰ্যনায়কম | |
---|---|
জন্ম | ১৯০১ লাহোৰ, বৃটিছ ভাৰত |
মৃত্যু | ১৯৭২ (বয়স ৭০–৭১) |
দাম্পত্যসঙ্গী | ই. আৰ. ডব্লিউ. আৰ্যনায়কম |
পিতৃ-মাতৃ | ফণী ভূষণ অধিকাৰী সৰ্যূবালা দেৱী |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী (১৯৫৪) |
আশা দেৱী আৰ্যনায়কম (১৯০১–১৯৭২)[1] এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, শিক্ষাবিদ আৰু গান্ধীবাদী আছিল।[2][3] মহাত্মা গান্ধীৰ সেৱাগ্ৰাম[4] আৰু বিনোবা ভাৱেৰ ভূদান আন্দোলনৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছিল।[5]
জীৱনী
[সম্পাদনা কৰক]তেওঁৰ জন্ম হৈছিল ১৯০১ চনত পূৰ্বৰ ব্ৰিটিছ ভাৰত আৰু বৰ্তমানৰ পাকিস্তানৰ লাহোৰত অধ্যাপক ফণী ভূষণ অধিকাৰী আৰু সৰ্যূবালা দেৱীৰ ঘৰত। তেওঁ শৈশৱ লাহোৰত আৰু পিছলৈ বনাৰেছত কটায়। স্কুলীয়া শিক্ষা আৰু কলেজীয়া শিক্ষা ঘৰতে কৰি এম এ লাভ কৰাৰ পিছত তেওঁ বেনাৰসৰ মহিলা মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। পিছত শান্তিনিকেতনত ছোৱালীকেইজনীৰ চোৱা-চিতাৰ দায়িত্ব লৈ কেম্পাছলৈ গুচি যায় আৰু তাতেই ৰবীন্দ্ৰনাথ ঠাকুৰৰ ব্যক্তিগত সম্পাদক হিচাপে কাম কৰা শ্ৰীলংকাৰ ই আৰ ডব্লিউ আৰণ্যকমক লগ পায় আৰু তেওঁক বিয়া কৰায়।[2][3] সিহঁতৰ দুটা সন্তান আছিল। এই সময়তে মোহনদাস কৰমচান্দ গান্ধীৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু তেওঁ স্বামীৰ সৈতে ৱৰ্ধাৰ সেৱাগ্ৰামত যোগদান কৰিছিল। প্ৰথম অৱস্থাত মাৰোৱাড়ী বিদ্যালয়ত কাম কৰিছিল যদিও পিছলৈ নৈ তালিমৰ আদৰ্শ গ্ৰহণ কৰি হিন্দুস্তানী তালিমী সংঘত কাম কৰিছিল।[2] [3] সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৫৪ চনত ভাৰত চৰকাৰে তেওঁক চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটা পদ্মশ্ৰী বঁটা প্ৰদান কৰে।[6]
আশা দেৱী আৰ্যনায়কমে দুখন গ্ৰন্থ প্ৰকাশ কৰে, সেয়া হ'ল শিক্ষক: গান্ধী[7] আৰু শান্তি-সেনা: die indische Friedenswehr[8] দুয়োখনেই মহাত্মা গান্ধীৰ সৈতে জড়িত। ১৯৭২ চনত তেওঁৰ মৃত্যু হয়।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Boston University". Boston University. 2015. http://www.bu.edu/dbin/mlkjr/collection/search.php?query=path%3A97729%2F%2Fname%3A43068%2F%2Fname%3A44328। আহৰণ কৰা হৈছে: 31 March 2015. উদ্ধৃতি ত্ৰুটি: Invalid
<ref>
tag; name "Boston University" defined multiple times with different content - ↑ 2.0 2.1 2.2 L. C. Jain (1998). The City of Hope: The Faridabad Story. Concept Publishing Company. পৃষ্ঠা. 330. ISBN 9788170227489. https://books.google.com/books?id=mrLNEnirPfwC&q=Asha+Devi+Aryanayakam&pg=PA228. উদ্ধৃতি ত্ৰুটি: Invalid
<ref>
tag; name "The City of Hope: The Faridabad Story" defined multiple times with different content - ↑ 3.0 3.1 3.2 Aijazuddin Ahmad, Moonis Raza (1990). An Atlas of Tribal India. Concept Publishing Company. পৃষ্ঠা. 472. ISBN 9788170222866. https://books.google.com/books?id=cBKUAxwTMtkC&q=Asha+Devi+Aryanayakam&pg=RA1-PA156. উদ্ধৃতি ত্ৰুটি: Invalid
<ref>
tag; name "An Atlas of Tribal India" defined multiple times with different content - ↑ Geoffrey Carnall (2010). Gandhi's Interpreter: A Life of Horace Alexander. Edinburgh University Press. পৃষ্ঠা. 314. ISBN 9780748640454. https://books.google.com/books?id=1NEo5i6x4BEC&q=Asha+Devi+Aryanayakam&pg=PA251.
- ↑ Bikram Sarkar (1989). Land Reforms in India, Theory and Practice. APH Publishing. পৃষ্ঠা. 275. ISBN 9788170242604. https://books.google.com/books?id=4jhNfZ4DtbEC&q=Asha+Devi+Aryanayakam&pg=PA98.
- ↑ "Padma Shri". Padma Shri. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 11 November 2014.
- ↑ Asha Devi Aryanayakam (1966). The Teacher: Gandhi. Bharatiya Vidya Bhavan. পৃষ্ঠা. 37. https://books.google.com/books?id=hXpDAAAAYAAJ.
- ↑ Asha Devi Aryanayakam (1958). Shanti-Sena: die indische Friedenswehr. Freundschaftsheim.