আশা নেগী
আশা নেগী | |
---|---|
![]() | |
জন্ম | ২৩ আগষ্ট, ১৯৮৯ (৩৫ বছৰ)[1] ডেৰাডুন, উত্তৰাখণ্ড, ভাৰত[2] |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ২০১০- বৰ্তমান |
অংশীদাৰ | ঋত্বিক ধনজনী (2013–2020) [3][4][5] |
আশা নেগী (ইংৰাজী: Asha Negi ; জন্ম: ২৩ আগষ্ট ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী টেলিভিছন প্ৰডাকচনৰ কামৰ বাবে পৰিচিত। জি টিভিৰ ছ’প অপেৰা পবিত্ৰ ৰিষ্টাত পূৰৱী দেশমুখ কিৰ্লোস্কৰ আৰু অল্ট বালাজীৰ ৱেব চিৰিজ বাৰীশত গৌৰৱী কৰ্মৰকাৰৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বেছিকৈ পৰিচিত। ৰিয়েলিটি শ্ব' ফিয়াৰ ফেক্টৰ: খাট্ৰন কে খিলাৰী ৬ত অংশগ্ৰহণৰ বাবেও তেওঁ পৰিচিত।[6][2]
২০১০ চনত নেগীয়ে সপোনো ছে ভৰে নাইনাত মধুৰাৰ চৰিত্ৰত অভিনয় কৰি টেলিভিছনত অভিষেক ঘটায় আৰু পিছলৈ ২০১১ চনত চনী টিভিত একতা কাপুৰৰ বদে আচ্ছে লগা হেইত অপেক্ষা মালহোত্ৰাৰ চৰিত্ৰত অভিনয় কৰে।[7] তেখেতে ২০১১ চনৰ পৰা ২০১৪ চনলৈকে পূৰৱী দেশমুখৰ চৰিত্ৰত অভিনয় কৰা ছ'প অপেৰা পবিত্ৰ ৰিষ্টাত তেওঁৰ ব্ৰেকথ্ৰু অভিনয় লাভ কৰে।[8][9]
২০১৩ চনত তেওঁ পবিত্ৰ ৰিষ্টাৰ সহ অভিনেতা আৰু সংগী ঋত্বিক ধনজনীৰ সৈতে নৃত্য ৰিয়েলিটি শ্ব' নাচ বল্লীয়ে ৬ত জয়ী হয়। [3] তেওঁৰ আন ভূমিকা আছিল জি টিভিত চুহানা/কল্পনাৰ চৰিত্ৰত এক মুঠি আছমান আৰু ষ্টাৰপ্লাছত কয়লৰ চৰিত্ৰত কুচ তোহ হাই তেৰে মেৰে দাৰমিয়ানত। পিছলৈ তেওঁ কালাৰ্ছ টিভিত ফিয়াৰ ফেক্টৰ: খাট্ৰন কে খিলাদি ৬ত অংশগ্ৰহণ কৰে।[10] ২০১৯ চনত তেওঁক ৱেব ছিৰিজ বাৰীশত গৌৰৱী কৰ্মকাৰৰ চৰিত্ৰত অভিনয় কৰা হয়।[11] অনুৰাগ বাসুৰ পৰিচালক লুডো (চলচ্চিত্ৰ)ৰ জৰিয়তে হিন্দী চলচ্চিত্ৰত অভিষেক ঘটায়, য'ত তেওঁ সহযোগী চৰিত্ৰত অভিনয় কৰে। কলাৰ বম ছবিতো অভিনয় কৰিছিল।
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]উত্তৰাখণ্ডৰ ডেৰাডুনত এল. নেগী আৰু বীনা নেগী ঘৰত আশা নেগীৰ জন্ম হৈছিল । ২০০৯ চনত তেওঁক মিছ উত্তৰাখণ্ড ২০০৯ৰ মুকুট পিন্ধোৱা হয়।[12] অৱশেষত তেওঁ অভিনয় কেৰিয়াৰ গঢ়িবলৈ মুম্বাইলৈ গুচি যায়।[2]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]নেগীয়ে ২০১৩ চনত তেওঁৰ পবিত্ৰ ৰিষ্টাৰ কষ্টাৰ ঋত্বিক ধনজনীৰ সৈতে সম্পৰ্ক আৰম্ভ কৰে।[3][4][13] পিছলৈ ৭ বছৰ ডেটিং কৰাৰ পিছত ২০২০ চনত তেওঁলোকৰ মাজত বিচ্ছেদ ঘটে।[5]

বঁটা আৰু মনোনয়ন
[সম্পাদনা কৰক]বছৰ | Award | Category | Role | Show | Result |
---|---|---|---|---|---|
2012 | গোল্ড এৱাৰ্ডছ | ষ্টেলাৰ পাৰ্ফৰ্মাৰ অৱ দ্য ইয়েৰ | Purvi Deshmukh Kirloskar | পবিত্ৰ ৰিষ্টা | বিজয়ী |
গোল্ড ডেবিউ ইন এ লিড ৰ'ল (মহিলা) | মনোনীত | ||||
2013 | ভাৰতীয় টেলি বঁটা | শ্ৰেষ্ঠ ফ্ৰেচ নতুন মুখ(মহিলা) | মনোনীত | ||
Best Onscreen Couple (ঋত্বিক ধনজনীৰ সৈতে) |
মনোনীত | ||||
গোল্ড এৱাৰ্ড | শ্ৰেষ্ঠ চেলিব্ৰিটি জোৰী (ঋত্বিক ধনজনীৰ সৈতে) |
মনোনীত | |||
সহযোগী চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰীৰ স্বৰ্ণ বঁটা | মনোনীত |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Rithvik Dhanjani's message for Asha Negi on her birthday is worth a read. See photo". 24 August 2017. https://indianexpress.com/article/entertainment/television/rithvik-dhanjani-message-for-asha-negi-on-her-birthday-is-worth-a-read-see-photo-4811184/। আহৰণ কৰা হৈছে: 22 May 2019.
- ↑ 2.0 2.1 2.2 "Small town girls who made it big on small screen". The Times of India. 18 August 2012. https://timesofindia.indiatimes.com/entertainment/tv/Small-town-girls-who-made-it-big-on-small-screen/articleshow/15542230.cms.
- ↑ 3.0 3.1 3.2 "Rithvik Dhanjani and Asha Negi promote 'Nach Baliye 6' – The Times of India". Timesofindia.indiatimes.com. 13 October 2013. http://timesofindia.indiatimes.com/entertainment/tv/news/Rithvik-Dhanjani-and-Asha-Negi-promote-Nach-Baliye-6/articleshow/24045635.cms। আহৰণ কৰা হৈছে: 16 March 2014.
- ↑ 4.0 4.1 "Cute Television Lovebirds Rithvik Dhanjani And Asha Negi's Love Story was Too Filmy To Handle". 8 February 2018. https://www.bollywoodshaadis.com/articles/love-story-of-rithvik-dhanjani-and-asha-negi-4647। আহৰণ কৰা হৈছে: 24 February 2019.
- ↑ 5.0 5.1 "Asha Negi confirms break-up with Rithvik Dhanjani, says she will always have 'love and compassion' for him". 3 July 2020. https://www.hindustantimes.com/tv/asha-negi-confirms-break-up-with-rithvik-dhanjani-says-she-will-always-have-love-and-compassion-for-him/story-anjBdLhZ4xUkF27TrfrNKO.html। আহৰণ কৰা হৈছে: 10 August 2020.
- ↑ "Rithvik Dhanjani's message for Asha Negi on her birthday is worth a read. See photo". 24 August 2017. https://indianexpress.com/article/entertainment/television/rithvik-dhanjani-message-for-asha-negi-on-her-birthday-is-worth-a-read-see-photo-4811184/। আহৰণ কৰা হৈছে: 22 May 2019.
- ↑ "Pavitra Rishta fame Asha Negi rings in birthday with beau Rithvik Dhanjani in the hills". The Times of India. 23 August 2019. https://timesofindia.indiatimes.com/tv/news/hindi/pavitra-rishta-fame-asha-negi-rings-in-birthday-with-beau-rithvik-dhanjani-in-the-hills/articleshow/70802371.cms.
- ↑ "I'd like to see Delhi's nightlife: Asha Negi". The Times of India. 1 June 2012. https://timesofindia.indiatimes.com/entertainment/tv/Id-like-to-see-Delhis-nightlife-Asha-Negi/articleshow/13687160.cms। আহৰণ কৰা হৈছে: 16 March 2014.
- ↑ "Eight years of Pavitra Rishta: Here's what the cast of the show is doing now". https://timesofindia.indiatimes.com/eight-years-of-pavitra-rishta-heres-what-the-cast-of-the-show-is-doing-now/sushant-singh-rajput-as-manav/photostory/58944136.cms.
- ↑ "Soapbox's new screen jodis are amping the romance quotient". Times of India. http://timesofindia.indiatimes.com/entertainment/tv/Soapboxs-new-screen-jodis-are-amping-the-romance-quotient/articleshow/15326964.cms.
- ↑ "TV's hit couple Rithvik and Asha Negi win 'Nach Baliye 6′". The Indian Express. 2 February 2014. http://indianexpress.com/article/entertainment/television/tvs-hit-couple-rithvik-and-asha-negi-win-nach-baliye-6/.
- ↑ "Asha Negi: Movies, Photos, Videos, News, Biography & Birthday | eTimes". timesofindia.indiatimes.com. https://timesofindia.indiatimes.com/topic/asha-negi। আহৰণ কৰা হৈছে: 2021-08-28.
- ↑ "Akshay Kumar, Russell Peters' Breakaway Gets Media Attention". Sawfnews.com. 6 June 2011. http://www.sawfnews.com/Bollywood/67040.aspx.