সমললৈ যাওক

আশ্চৰ্য ফাক ইট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আশ্চৰ্য ফাক ইট
পৰিচালক সমীত কক্কড়
ৰচনা অমৰ টিপনিছ
হৃষিকেশ কোহলী
অভিনয়ত প্ৰিয়ংকা বোস
বৈভৱ ৰাজ গুপ্তা
অংকিত ৰাজ
অনংশা বিশ্বাস
সন্তোশ জুভেকাৰ
চিত্ৰগ্ৰহণকাৰী আৰ. ডী
মুক্তি
১৪ ডিচেম্বৰ ২০১৮ (2018-12-14)
দেশ ভাৰত
ভাষা হিন্দী

আশ্চৰ্য ফাক ইট (Ascharya Fuck It) (চলচ্চিত্ৰখনৰ পোষ্টাৰত Ascharya F#*k It নামেৰে বিশ্লেষণ কৰা হৈছে।[1] ; ইয়াক আচাৰ্যচকিত বুলিও কোৱা হয়![2][3]) ছবিখনত প্ৰিয়ংকা বসু,[4] বৈভৱ ৰাজ গুপ্তা, অংকিত ৰাজ, অনংশা বিশ্বাস আৰু সন্তোষ জুভেকাৰ [5][6] মুখ্য চৰিত্ৰত অভিনয় কৰিছে। যুডলী ফিল্মছৰ আঁৰত,[7] সাৰেগামাৰ প্ৰডাকচনৰ এই চলচ্চিত্ৰখনত এটা অসম্ভৱ প্ৰেম কাহিনী দেখুওৱা হৈছে, য'ত বলীউডৰ এজন অভিনেতা, তেওঁৰ গাড়ী চালক, এগৰাকী বেশ্যা আৰু তাইৰ পিম্পলৰ জীৱনক কেনেদৰে আকাংক্ষা আৰু লোভৰ মাজত আবদ্ধ কৰি ৰাখিছে সেয়া দাঙি ধৰিছে।

বলীউডৰ এগৰাকী ছুপাৰষ্টাৰে এৰাতিৰ আবেগৰ বাবে এগৰাকী বেশ্যাক নিযুক্তি দিয়ে। এই এটা নিশাই পাঁচটা চৰিত্ৰৰ ভাগ্য চিৰদিনৰ বাবে সলনি কৰি দিয়ে। সমাজবিৰোধী পিম্পলৰ কবলৰ পৰা নিজকে মুক্ত কৰিবলৈ সংগ্ৰাম কৰি থকাৰ সময়তে বেশ্যাগৰাকীয়ে ছুপাৰষ্টাৰৰ চালকজনৰ ওচৰত পৰে। ইফালে অভিনেতাজনক তেওঁৰ অতীতৰ অতিক্ৰমৰ বাবে ব্লেকমেইল কৰা হয় আৰু তেওঁ প্ৰয়োজনীয় যিকোনো উপায়েৰে নিজৰ সুনাম অক্ষত ৰাখিবলৈ বিচাৰে। এই দুটা পৰিঘটনাই এক হিংসাত্মক সিদ্ধান্তৰ সৈতে সংঘৰ্ষ কৰে য’ত সকলোৱে বাচি নাথাকিব।

অভিনেতা-অভিনেত্ৰী

[সম্পাদনা কৰক]
  • সন্তোষ জুভেকাৰ, খুশিয়াৰ ভূমিকাত
  • প্ৰিয়ংকা বসু,[8] কান্তাৰ ভূমিকাত
  • বৈভৱ ৰাজ, গুপ্ত ৰাজুৰ ভূমিকাত
  • অঙ্কিত ৰাজ, কৰণ কুমাৰৰ ভূমিকাত
  • বিপিন শৰ্মা, গোৰ্ধনৰ ভূমিকাত
  • অনংক্ষা বিস্বাস, লতিকাৰ ভূমিকাত
  • কাশ্মিৰা ইৰানি, জানকীৰ ভূমিকাত

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "How Saadat Hasan Manto inspired Samit Kakkad's Bollywood debut" (en ভাষাত). hindustantimes.com. 10 April 2018. Archived from the original on 28 April 2018. https://web.archive.org/web/20180428093442/https://www.hindustantimes.com/bollywood/how-saadat-hasan-manto-inspired-samit-kakkad-s-bollywood-debut/story-BQf7DLPaFfNI8M4HQMF4rK.html. 
  2. "Bollywood debutant explores Manto's work for bold film". Business Standard India. 10 April 2018. Archived from the original on 28 April 2018. https://web.archive.org/web/20180428093406/http://www.business-standard.com/article/news-ians/bollywood-debutant-explores-manto-s-work-for-bold-film-118041000284_1.html. 
  3. "Ascharya – Fuck It! honours Manto and Tarantino, says filmmaker Samit Kakkad". Archived from the original on 10 November 2017. https://web.archive.org/web/20171110005014/https://www.cinestaan.com/articles/2017/jul/5/6801/ascharya-ndash-fuck-it-honours-manto-and-tarantino-says-filmmaker-samit-kakkad. 
  4. "'I am equally in love with ugliness as an actor'". Archived from the original on 18 December 2023. https://web.archive.org/web/20231218060524/https://www.thehindu.com/entertainment/movies/i-am-equally-in-love-with-ugliness-as-an-actor/article17343420.ece. 
  5. "हा अभिनेता कोणाला म्हणतोय 'फक इट'". Archived from the original on 7 December 2016. https://web.archive.org/web/20161207172929/http://www.loksatta.com/manoranjan-news/actor-santosh-juvekars-news-movie-ascharya-fuck-it-1355626/. 
  6. "संतोष जुवेकर म्हणतोय 'फक इट', कुणाला ते जाणून घ्या". Archived from the original on 9 November 2017. https://web.archive.org/web/20171109191736/http://www.india.com/marathi/entertainment/santosh-juvekar-starring-in-samit-kakkads-next-hindi-movie-ascharya-fuck-it/. 
  7. "A Change of Scene". Archived from the original on 3 August 2017. https://web.archive.org/web/20170803220838/http://www.openthemagazine.com/article/cinema/a-change-of-scene. 
  8. "AshcharyaF kIt star Priyanka Bose's reverse ageing secret". mid-day. 16 April 2018. https://www.mid-day.com/articles/ashcharyafkit-star-priyanka-boses-reverse-ageing-secret/19323187.