আৰতি (১৯৬২ চলচ্চিত্ৰ)
Aarti | |
---|---|
![]() পোষ্টাৰ | |
পৰিচালক | ফণী মজুমদাৰ |
চিত্ৰনাট্য | বিশ্বমিত্ৰ আদিল |
ভিত্তি | শংকৰ লক্ষ্মী লেখক: প্ৰফুল্ল দেশাই |
প্ৰযোজক | তাৰাচান্দ বৰজাত্য |
অভিনয়ত | অশোক কুমাৰ মীনা কুমাৰ প্ৰফুল্ল কুমাৰ শশীকলা |
চিত্ৰগ্ৰহণকাৰী | পাণ্ডুৰং নায়ক |
সম্পাদনা | জি জি মায়েকাৰ |
সংগীত পৰিচালক | ৰোশন |
প্ৰযোজনা কোম্পানী |
ৰাজশ্ৰী প্ৰডাকচনছ |
মুক্তি |
১০ আগষ্ট ১৯৬২ |
দৈৰ্ঘ্য |
১৫৬ মিনিট |
দেশ | ভাৰত |
ভাষা | হিন্দী |
সৰ্বমুঠ আয় | ₹75 lakh[1] |
আৰতি' (ইংৰাজী: Aarti ) ১৯৬২ চনত ফণী মজুমদাৰৰ পৰিচালিত আৰু তাৰাচান্দ বৰজাত্যৰ প্ৰযোজনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এখন ছবি। ছবিখনত মীনা কুমাৰীয়ে আৰতিৰ শিৰোনাম চৰিত্ৰত অভিনয় কৰিছে। আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰত আছে অশোক কুমাৰ, প্ৰদীপ কুমাৰ আৰু শশীকলা।[2] প্ৰফুল্ল দেশাইৰ ৰচনা কৰা “সংস্কাৰ লক্ষ্মী” নামৰ নাটকৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।[3]
বঁটা
[সম্পাদনা কৰক]১৯৬৩ চনৰ ফিল্মফেয়াৰ বঁটাত আৰতিয়ে দুটা মনোনয়ন লাভ কৰে আৰু তাৰে এটাত শশীকলাই শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বঁটা পায়। এয়া আছিল শশীকলাৰ প্ৰথম ফিল্মফেয়াৰ বঁটা। সেই বছৰতে মীনা কুমাৰীয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ তিনিওটা মনোনয়ন লাভ কৰি অভিলেখ গঢ়িছিল আৰু অৱশেষত চাহিব বিবি ঔৰ গুলামৰ হৈ জয়লাভ কৰে। বংগ চলচ্চিত্ৰ সাংবাদিক সংস্থাই আৰতিক বছৰৰ নৱম শ্ৰেষ্ঠ ভাৰতীয় ছবি হিচাপে স্বীকৃতি দিয়ে, আৰু ইয়াক অতিৰিক্ত তিনিটা প্ৰতিযোগিতামূলক বঁটা প্ৰদান কৰে।[4]
- ফিল্মফেয়াৰ বঁটা
- শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী- শশীকলা
- বেংগল জাৰ্নলিষ্টছ্ এছোচিয়েচন এৱাৰ্ড (BJFA)
- শ্ৰেষ্ঠ অভিনেত্ৰী (হিন্দী)- মীনা কুমাৰী
- শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী-শশীকল
- শ্ৰেষ্ঠ শব্দগ্ৰহণ- আৰ জি পুষলকৰ
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ "Box Office 1962". Box Office India. http://boxofficeindia.com/showProd.php?itemCat=168&catName=MTk2Mg==। আহৰণ কৰা হৈছে: 12 November 2019.
- ↑ Pothukuchi, Madhavi (12 May 2019). "Barjatya film and feminist? Meena Kumari's 1962 film 'Aarti' made it possible". ThePrint. https://theprint.in/feature/reel-take/barjatya-film-and-feminist-meena-kumaris-1962-film-aarti-made-it-possible/233928/.
- ↑ Vijayakumar, B. (12 April 2015). "Manaswini – 1968". The Hindu. https://www.thehindu.com/features/metroplus/old-is-gold-manaswini-1968/article7095564.ece.
- ↑ "1963 awards". BFJA. Archived from the original on 8 January 2010. https://web.archive.org/web/20100108013155/http://www.bfjaawards.com/legacy/pastwin/196326.htm। আহৰণ কৰা হৈছে: 12 November 2019.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Aarti সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।