সমললৈ যাওক

আৰাশ আব্বাচী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আৰাশ আব্বাচী

২০২০ চনত আব্বাচী
স্থানীয় নাম آرش عباسی
জন্ম আৰাশ আব্বাচী
০৪ জানুৱাৰী, ১৯৭৮ (৪৮ বছৰ)
মালায়ৰ, ইৰান
শিক্ষা বলোনিয়া বিশ্ববিদ্যালয়ৰপৰা থিয়েটাৰৰ নিয়ম বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী
পেচা চিত্ৰনাট্যকাৰ, পৰিচালক, অভিনেতা
সক্ৰিয় হৈ থকা সময় ১৯৯০–বৰ্তমান

আৰাশ আব্বাচী (ফাৰ্চী: آرش عباسی; জন্ম ১৯৭৮, মালায়ৰ) হৈছে এজন ইৰানী চিত্ৰনাট্যকাৰ, পৰিচালক আৰু অভিনেতা।[1][2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

আব্বাচীয়ে ১৯৯০ চনত তেওঁৰ গৃহ চহৰৰ বিদ্যালয়ৰপৰাই কাম আৰম্ভ কৰিছিল।[3] ১৯৯৮ চনত তেওঁ নাট্যশাস্ত্ৰ অধ্যয়ন কৰিবলৈ তেহৰানলৈ যায়।[4] তেওঁ আজাদ কলা আৰু স্থাপত্য বিশ্ববিদ্যালয়ৰপৰা নাট্য সাহিত্য বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।[5] ২০১২ চনত তেওঁ বলোনিয়ালৈ যায় আৰু বলোনিয়া বিশ্ববিদ্যালয়ৰপৰা থিয়েটাৰৰ নিয়ম বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[6][7]

কৰ্ম-তৎপৰতা

[সম্পাদনা কৰক]

আব্বাচীয়ে ইৰান আৰু ইটালীত ২৫খন মঞ্চ নাটক ৰচনা কৰিছে আৰু ১৫খন নাটক পৰিচালনা কৰিছে। তেওঁৰ নেভিচান্দেহ মৰ্দেহ আষ্ট (দা ৰাইটাৰ ইজ ডেড) নামৰ নাটকখন জাৰ্মান আৰু ইটালীমুলীয় ভাষালৈ অনুবাদ কৰা হৈছে আৰু ইটালীৰ বিভিন্ন চহৰত ইয়াৰ মঞ্চায়ন কৰা হৈছে।[8] তেওঁ কেইবাখনো দূৰদৰ্শন ধাৰাবাহিকৰ লেখক, যেনে ইষ্টগাহ-এ চে ৰাহী (থ্ৰী-ৱে ষ্টেচন), টিভি চলচ্চিত্ৰ গৰীবেহ (ষ্ট্ৰেঞ্জাৰ)। ইয়াৰ উপৰি তেওঁ তাজৰোবেহ (এক্সপেৰিয়েন্স) আৰু খানেহ-ঈ দৰ তাৰিকী (দা হাউচ ইন দা ডাৰ্কনেচ) আদি দূৰদৰ্শন ধাৰাবাহিকত সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল।[9][10] তেওঁ গাহী (চামটাইমচ) চলচ্চিত্ৰৰ চিত্ৰনাট্যও ৰচনা কৰিছে। তেওঁ ২০১৩ চনত জুচেপ্পে টৰ্নাটোৰেৰ পৰিচালনা কৰ্মশালাত অংশগ্ৰহণ কৰিছিল।[11]

পূৰ্বতে ২০১৬ চনত আব্বাচীক ইটালীৰ বলোনিয়া চহৰত "হাৰ্ট অৱ পাৰ্চিয়া" শীৰ্ষক এটা ইৰানী সাংস্কৃতিক উৎসৱৰ সময়ত তেওঁৰ নাটক দা লেডী মঞ্চস্থ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল।[12] বলোনিয়াৰ থিয়েটাৰ আৰু সমসাময়িক কলাৰ এটা আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ 'তেত্ৰী দি বিতা' আছিল এই উৎসৱৰ মূল উদ্যোক্তা।[13] ইটালীয় ভাষাত ছনম নাদেৰিয়ে মুখ্য চৰিত্ৰত অভিনয় কৰা দা লেডী নাটকখন ইৰানতো প্ৰদৰ্শিত হৈছিল।[14] ২০১৭ চনৰ শৰৎকালত আব্বাচীৰ গোট 'মোজ'-এ ইটালীয় থিয়েটাৰ বিশেষজ্ঞ তথা কৰিঅ’গ্ৰাফাৰ ক্লডিয়া কাষ্টেলুচীৰ সৈতে এক যুটীয়া প্ৰদৰ্শনত সহযোগিতা কৰিছিল।[15]

তেওঁ ২০১৬ চনত ইটালীয় থিয়েটাৰ চলচ্চিত্ৰ কৰ্মৰ পৰামৰ্শদাতা আছিল।[16] ২০১৮ চনত তেওঁ ৰাছিয়ান লেখক লিঅ’ টলষ্টয়ৰ বিখ্যাত উপন্যাস আন্না কাৰেনিনাৰ মুক্ত অভিযোজনৰ ওপৰত আধাৰিত আন্না কাৰেনিনা নাটকৰ বাবে ফজ্ ৰ আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰ উৎসৱত শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ নাট্যকাৰ (ৰাষ্ট্ৰীয় প্ৰতিযোগিতা ক) শাখাত মনোনীত হৈছিল।[17] ২০১৯ চনত তেওঁ ৰিটেন বাই দা ৱিণ্ড নাটকৰ বাবে ফজ্ ৰ আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰ উৎসৱত শ্ৰেষ্ঠ নাট্যকাৰ (ৰেডিঅ' নাটক প্ৰতিযোগিতা) শাখাত মনোনীত হয়।[18] ২০১৯ চনত তেওঁ ইটালীত অনুষ্ঠিত ১৬সংখ্যক চেডিচিকোৰ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱৰ জুৰী হিচাপেও নিৰ্বাচিত হৈছিল।[19]

২০১৯ চনত তেওঁ জনপ্ৰিয় দূৰদৰ্শন ধাৰাবাহিক পায়তাখত (ষষ্ঠ সংস্কৰণ) ৰ লেখক আছিল।[20]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Culture and art, in the paradise of May, with prohibitions and restrictions" (fa ভাষাত). BBC. https://www.bbc.com/persian/arts-48167774.
  2. "I am ready to give all my small possessions to return to life before the "capital!"" (fa ভাষাত). ISNA. 2020-08-14. https://www.isna.ir/news/99052417544/حاضرم-همه-دارایی-اندکم-را-بدهم-تا-برگردم-به-زندگی-قبل-از-پایتخت আহৰণ কৰা হৈছে: 2022-04-08.
  3. "The short film "Phoenix" was edited" (fa ভাষাত). ILNA. 2022-10-01. Archived from the original on 2022-04-07. https://web.archive.org/web/20220407232857/https://www.ilna.news/ আহৰণ কৰা হৈছে: 2022-04-08.
  4. "I am fighting to get my place in cinema" (fa ভাষাত). Khabar Online. 2021-05-08. https://www.khabaronline.ir/news/1511736/برای-به-دست-آوردن-جایگاهم-در-سینما-می-جنگم আহৰণ কৰা হৈছে: 2022-04-08.
  5. "Theater Forum" (fa ভাষাত). Theater Forum. http://www.theaterforum.ir/ আহৰণ কৰা হৈছে: 2022-04-08.
  6. "From the process of acquaintance of the author of "Paytakht" with Tanabandeh to the answer to the margins of this chapter" (fa ভাষাত). Khabar Online. 2020-04-09. https://www.khabaronline.ir/news/1374741/از-روند-آشنایی-نویسنده-پایتخت-با-تنابنده-تا-پاسخ-به-حاشیه-های আহৰণ কৰা হৈছে: 2022-04-08.
  7. "Italy's Pietro Floridia to stage "The Violin of the Titanic" with Iranian cast" (en ভাষাত). Tehran Times. 2016-10-18. https://www.tehrantimes.com/news/407431/Italy-s-Pietro-Floridia-to-stage-The-Violin-of-the-Titanic আহৰণ কৰা হৈছে: 2022-04-08.
  8. "Take a look at the play "The Writer is Dead" directed by Arash Abbasi" (fa ভাষাত). theater.ir. 2017-04-21. https://theater.ir/fa/93548 আহৰণ কৰা হৈছে: 2022-04-08.
  9. "Alvand has not had a "capital" for 2 years!" (fa ভাষাত). ISNA. 2021-02-27. https://www.isna.ir/news/99120906401/۲-سال-است-پایتخت-الوند-ندارد আহৰণ কৰা হৈছে: 2022-04-08.
  10. "'Moulin Rouge' on stage in Tehran" (en ভাষাত). Mehr News Agency. 2019-07-16. https://en.mehrnews.com/photo/147684/Moulin-Rouge-on-stage-in-Tehran আহৰণ কৰা হৈছে: 2022-04-08.
  11. "The eighth episode of the Jeeran series" (fa ভাষাত). Borna News Agency. https://www.borna.news/بخش-%D8%A8%D8%A7%D8%B2%D8%A7%D8%B1-143/1313448-%D8%AF%D8%A7%D9%86%D9%84%D9%88%D8%AF-%D9%82%D8%B3%D9%85%D8%AA-%D9%87%D8%B4%D8%AA%D9%85-%D8%B3%D8%B1%DB%8C%D8%A7%D9%84-%D8%AC%DB%8C%D8%B1%D8%A7%D9%8 আহৰণ কৰা হৈছে: 2022-04-08.[সংযোগবিহীন উৎস]
  12. "Celebrating the winners of the Sangar National Theater Festival" (fa ভাষাত). IRIB. 2022-03-08. http://www.iribnews.ir/fa/news/3381967 আহৰণ কৰা হৈছে: 2022-04-08.
  13. AA%D9%87%D8%B1%D8%A7%D9%86-%D8%A8%D8%B1%DA%AF%D8%B2%DB%8C%D8%AF%DA%AF%D8%A7%D9%86-%D %AE%D9%88%D8%AF-%D8%B1%D8%A7-%D %B4%D9%86%D8%A7%D8%AE%D8%AA-%D %A2%D8%B1%D8%B4-%D %B9%D8%A8%D8%A7%D8%B3%DB%8C-%D %A7%D8%B3%D8%AA%D8%B9%D9%81%D8%A7-%D %A %AF%D8%A7%D8%AF "Tehran Short Film Festival recognized its 36 winners." (fa ভাষাত). Moj News. https://mojnews.com AA%D9%87%D8%B1%D8%A7%D9%86-%D8%A8%D8%B1%DA%AF%D8%B2%DB%8C%D8%AF%DA%AF%D8%A7%D9%86-%D %AE%D9%88%D8%AF-%D8%B1%D8%A7-%D %B4%D9%86%D8%A7%D8%AE%D8%AA-%D %A2%D8%B1%D8%B4-%D %B9%D8%A8%D8%A7%D8%B3%DB%8C-%D %A7%D8%B3%D8%AA%D8%B9%D9%81%D8%A7-%D %A %AF%D8%A7%D8%AF আহৰণ কৰা হৈছে: 2022-04-08.
  14. "The play "Lady" will be staged in Italian" (fa ভাষাত). asriran.com. 2015-08-17. https://www.asriran.com/fa/news/412070 আহৰণ কৰা হৈছে: 2022-04-08.
  15. %B %B %DB%8C%D8%A7%D8%AA-%D %A7%D8%AE%D8%AA%D8%AA%D8%A7%D9%85%DB%8C%D9%87-%D %B %DB%8C-%D %text=%D %B %D9%8%DB%8C%D9%8-%D8%AC%D8%B4%D9%86%D9%88%D8%A7%D8%B1%D9%87-%D8%A8%DB%8C%D9%8-%D8%A7%D9%8%D9%8%D9%8%DB%8C-%D9%8飞%D9%8%D9%8-%DA%A9%D9%88%D8%AA%D8%A7%D9%87-%D %A %D9%8-%D8%A7%D8%B9%D9%8%D8%A7%D9%8-%D %AF-%D8%A7%D9%8%D8%AF%D8%A7%DB%8C-%D9%8%D8%AF%D8%A7%D9%8-%D8%A7%DB%8C%D8%B3%D9%8飞%D8%A7-%D8%AF%D8%B1-%D8%A7%D8%AE%D8%AA%D8%AA%D8%A7%D9%85%DB%8C%D9%87 "Closing Details of the 38th Tehran International Short Film Festival Announced / ISFA Medal Awarded at the Closing Ceremony" (fa ভাষাত). Moj News Agency. 2021-10-24. https://mojnews.com %B %B %DB%8C%D8%A7%D8%AA-%D %A7%D8%AE%D8%AA%D8%AA%D8%A7%D9%85%DB%8C%D9%87-%D %B %DB%8C-%D %text=%D %B %D9%8%DB%8C%D9%8-%D8%AC%D8%B4%D9%86%D9%88%D8%A7%D8%B1%D9%87-%D8%A8%DB%8C%D9%8-%D8%A7%D9%8%D9%8%D9%8%DB%8C-%D9%8飞%D9%8%D9%8-%DA%A9%D9%88%D8%AA%D8%A7%D9%87-%D %A %D9%8-%D8%A7%D8%B9%D9%8%D8%A7%D9%8-%D %AF-%D8%A7%D9%8%D8%AF%D8%A7%DB%8C-%D9%8%D8%AF%D8%A7%D9%8-%D8%A7%DB%8C%D8%B3%D9%8飞%D8%A7-%D8%AF%D8%B1-%D8%A7%D8%AE%D8%AA%D8%AA%D8%A7%D9%85%DB%8C%D9%87 আহৰণ কৰা হৈছে: 2022-04-08.
  16. "The shooting of the series "Story of a Thousand Charms" directed by Saeed Abbasi has started to be broadcast on the home theater network.". Iran Online. 2021-11-01. http://www.ion.ir/news/756005 আহৰণ কৰা হৈছে: 2022-04-08.
  17. "Abbasi restages adaptation of Tolstoy's well-known novel" (en ভাষাত). Honar Online. http://www.honaronline.ir/Section-performance-3/103258-abbasi-restages-adaptation-of-tolstoy-well-known-novel আহৰণ কৰা হৈছে: 2022-04-08.
  18. ""Yadoo" tops at 39th Fajr Film Fsetival" (en ভাষাত). Tehran Times. 2021-02-12. https://www.tehrantimes.com/news/458014/Yadoo-tops-at-39th-Fajr-Film-Fsetival আহৰণ কৰা হৈছে: 2022-04-08.
  19. "Shooting a new series with Pejman Bazghi and Behnoosh Bakhtiari" (fa ভাষাত). IRNA. 2021-11-02. https://www.irna.ir/news/84527004/تصویربرداری-سریالی-جدید-با-بازی-پژمان-بازغی-و-بهنوش-بختیاری আহৰণ কৰা হৈছে: 2022-04-08.
  20. "Who is the author of Capital 6?" (fa ভাষাত). Bultan News. 2020-04-05. https://www.http://www.bultannews.com/fa/news/661682 আহৰণ কৰা হৈছে: 2022-04-08.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]