সমললৈ যাওক

আৰা হিলে ছপৰা হিলে বলিয়া হিলেলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আৰা হিলে ছপৰা হিলে বলিয়া হিলেলা এটি ভোজপুৰী লোকগীত যাক বহু চলচ্চিত্ৰ আৰু এলবামত পুনৰ নিৰ্মাণ কৰা হৈছে।[1]

ৰূপান্তৰণ

[সম্পাদনা কৰক]

১৯৭৭ চনৰ চলচ্চিত্ৰ অভিযোজন

[সম্পাদনা কৰক]

ভোজপুৰী ছবি দংগলত পুনৰ নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ ৰচনা আছিল ৰাজপতি।[2]

১৯৯৬ চনৰ চলচ্চিত্ৰ অভিযোজন

[সম্পাদনা কৰক]

মিথুন চক্ৰৱৰ্তীৰ হিন্দী ছবি অংগৰাত এই গীতটো পুনৰ নিৰ্মাণ কৰা হৈছিল৷

১৯৯৬ চনৰ চলচ্চিত্ৰ অভিযোজন

[সম্পাদনা কৰক]

বলিউডৰ ছবি "অপনে দম পৰ"ত এই গীতটো পুনৰ নিৰ্মাণ কৰা হৈছিল।

২০১২ চনৰ চলচ্চিত্ৰ অভিযোজন

[সম্পাদনা কৰক]

ভোজপুৰী ছবি খুন পচিনাত এই গীতটো পুনৰ নিৰ্মাণ কৰা হৈছিল ৷

২০১৯ চনৰ চলচ্চিত্ৰ অভিযোজন

[সম্পাদনা কৰক]

সিদ্ধাৰ্থ মালহোত্ৰা আৰু পৰিনীতি চোপ্ৰাৰ ছবি জব্ৰীয়া জোডীত এই গীতটোৰ পুনৰ্নিৰ্মাণ কৰা হৈছিল।[3]

২০২০ চনৰ ৰিমিক্স

[সম্পাদনা কৰক]

ভোজপুৰী কণ্ঠশিল্পী ৰিতেশ পাণ্ডেই এটা স্বতন্ত্ৰ এলবামত এই গীতটো পুনৰ নিৰ্মাণ কৰিছে।[4]

আন আটাইকেইখন ভোজপুৰী চিনেমাতে নিৰ্মাণ কৰা এই গীতটি অতি বিখ্যাত হৈছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. घोष, अविजित. सिनेमा भोजपुरी. पेंगुइन यू के.
  2. घोष, अविजीत. सिनेमा भोजपुरी.
  3. "Jabariya Jodi: Parineeti Chopra, Sidharth Malhotra to launch song, UP Hile Zilla Hile, a remake of Bhojpuri song Ara Hile". हिंदुस्तान टाइमस. https://www.hindustantimes.com/bollywood/jabariya-jodi-parineeti-chopra-sidharth-malhotra-to-launch-song-up-hile-zilla-hile-a-remake-of-bhojpuri-song-ara-hile/story-moox4VJjXQFw5paUgg6GSK_amp.html.
  4. "Bhojpuri Song: रितेश पांडे के नये गाने 'काशी हिले, छपरा हिले, पटना हिलेला'". https://www.prabhatkhabar.com/amp/story/entertainment%252Fritesh-pandey-new-bhojpuri-song-kashi-hile-chhapra-hile-goes-viral-watch-video.