আৰিফা ছৈয়দ জাহিৰ
আৰিফা ছৈয়দ জাহিৰ (ইংৰাজী : Arifa Sayed Zaheer; জন্ম: ১৭ ফেব্ৰুৱাৰী ১৯৯৮) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ৷ তেওঁ ইণ্ডিয়ান মহিলা লীগত ক্লাব ওড়িশাৰ[1] ডিফেণ্ডাৰ হিচাপে খেলে। ২০২২ চনত তেওঁক ভাৰত মহিলা ৰাষ্ট্ৰীয় ফুটবল দলৰ শিবিৰলৈ মাতি অনা হয়।[2] ইয়াৰ পূৰ্বে তেওঁ কেনক্ৰে এফ চি আৰু সেতু এফ চিৰ সৈতে খেলিছিল।[3]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]মুম্বাইত জন্মগ্ৰহণ কৰা জাহিৰে জীৱনৰ প্ৰথম সময়খিনি কুৱেইট আৰু চৌদি আৰবত কটায়।[4] তাত তেওঁ স্থানীয় চেমুৱেল ফুটবল একাডেমী আৰু কমিউনিটি ফুটবল ক্লাব ইণ্ডিয়াৰ সৈতে খেলিবলৈ আৰম্ভ কৰে।
কেৰিয়াৰ
[সম্পাদনা কৰক]২০২২ চনত ভাৰতীয় মহিলাৰ ২৩ বছৰ অনুৰ্ধ ৩ জাতিৰ প্ৰতিযোগিতা শিবিৰলৈ তেওঁক মাতি অনা হৈছিল। ২০২২ চনত তেওঁ সেতু এফ চিৰ হৈ খেলে যিয়ে ইণ্ডিয়ান মহিলা লীগ ২০২২ত ৰানাৰ্ছ আপৰ স্থান দখল কৰে।[5] ২০২৩ চনৰ জুলাই মাহত ওড়িশা এফ চিয়ে তেওঁক দুবছৰৰ বাবে চুক্তিবদ্ধ কৰে। ওড়িশা এফ চিয়ে অভিষেক ঘটাৰ লগে লগে তেওঁ ষষ্ঠ ইণ্ডিয়ান মহিলা লীগ খেলিব।[6] ২০২৩ চনত তেওঁ গোৱাৰ ফাটৰডাত ২৭ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় মহিলা ফুটবল চেম্পিয়নশ্বিপ খেলিছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Odisha FC". Odisha FC. https://www.odishafc.com/news/details/ofc-women-sign-defender-arifa-zaheer-on-a-two-year-deal। আহৰণ কৰা হৈছে: 2023-09-18.
- ↑ "arifa zaheer: Latest News & Videos, Photos about arifa zaheer | The Economic Times - Page 1" (en ভাষাত). The Economic Times. https://economictimes.indiatimes.com/topic/arifa-zaheer। আহৰণ কৰা হৈছে: 2023-09-18.
- ↑ "Arifa Zaheer Sayed" (en ভাষাত). worldfootball.net. https://www.worldfootball.net/player_summary/arifa-zaheer-sayed/। আহৰণ কৰা হৈছে: 2023-09-19.
- ↑ Release, Press (2022-07-22). "Odisha FC Women sign defender Arifa Zaheer on two-year deal!" (en-GB ভাষাত). Arunava about Football. https://www.arunfoot.com/odisha-fc-women-sign-defender-arifa-zaheer-on-two-year-deal/। আহৰণ কৰা হৈছে: 2023-09-18.
- ↑ "Personalities - Arifa Zaheer". www.orisports.com. 13 April 2023. https://www.orisports.com/PersonDetails.aspx?pId=NjE0MA==। আহৰণ কৰা হৈছে: 2023-09-18.
- ↑ "Bala & Co ready to dazzle". The Times of India. 2023-04-26. ISSN 0971-8257. https://timesofindia.indiatimes.com/sports/football/top-stories/bala-co-ready-to-dazzle/articleshow/99780050.cms?from=mdr.