আৰেকটি প্ৰেমেৰ গল্প
আৰেকটি প্ৰেমেৰ গল্প | |
---|---|
![]() পোষ্টাৰ | |
পৰিচালক | কৌশিক গাংগুলি |
ৰচনা | কৌশিক গাংগুলি |
প্ৰযোজক | তপন বিশ্বাস |
অভিনয়ত | ঋতুপৰ্ণ ঘোষ যীশু সেনগুপ্ত ইন্দ্ৰনীল সেনগুপ্ত ৰাইমা সেন |
মুক্তি |
১৬ ফেব্ৰুৱাৰী ২০১০(বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ) ২৪ ডিচেম্বৰ ২০১০ (ভাৰত) |
দৈৰ্ঘ্য |
১২৮ মিনিট |
দেশ | ভাৰত |
ভাষা | বঙালী |
আৰেকটি প্ৰেমেৰ গল্প (ইংৰাজী: Just Another Love Story ) ২০১০ চনৰ বাংলা চলচ্চিত্ৰ নিৰ্মাতা কৌশিক গাংগুলীৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় নাট্যধৰ্মী চলচ্চিত্ৰ। ইয়াত অভিনয় কৰিছে ঋতুপৰ্ণ ঘোষ আৰু ইন্দ্ৰনীল সেনগুপ্তই। , ঘোষে ইয়াত এজন ট্ৰাঞ্চজেণ্ডাৰ চলচ্চিত্ৰ নিৰ্মাতাৰ চৰিত্ৰত অভিনয় কৰিছে। ২০০৯ চনৰ জুলাই মাহত দিল্লী উচ্চ ন্যায়ালয়ে ভাৰতীয় দণ্ডবিধিৰ সমকামী যৌনতা সংক্ৰান্তিয় ৩৭৭ নং ধাৰাৰ কিছু অংশ অসাংবিধানিক বুলি বাতিল কৰাৰ পিছত এইখনেই হৈছে সমলৈংগিক যৌন সম্বন্ধৰ ওপৰত প্ৰথমখন ছবি।[1][2] ২০১০ চনত ৬০তম বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনৰ প্ৰিমিয়াৰ হৈছিল।
বঁটা
[সম্পাদনা কৰক]আৰেকটা প্ৰেমেৰ গল্পই উৎকৃষ্ট চলচ্চিত্ৰৰ আই ভিউ ২০১০ এনজেণ্ডাৰড্ বঁটা লাভ কৰে।[3]
ইয়াৰ উপৰিও গোৱাত অনুষ্ঠিত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০১০; বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱ, ২০১০; এন.ৱাই. চলচ্চিত্ৰ মহোৎসৱ, ২০১০ত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Aar Ekti Premer Golpo (2010) Bengali Film". Calcuttatube.com. http://calcuttatube.com/aar-ekti-premer-golpo-2010-bengali-film-review-115/24645/। আহৰণ কৰা হৈছে: 2010-09-01.
- ↑ "Delhi high court decriminalizes homosexuality". www.livemint.com. 2 July 2009. https://www.livemint.com/Politics/sl3bjL7PX8MzUeOhPGejyI/Delhi-high-court-decriminalizes-homosexuality.html। আহৰণ কৰা হৈছে: 10 July 2018.
- ↑ "Filmicafe.com". ‘Just Another Love Story’ wins best film award at I-View film festival 2010 in NY. Archived from the original on 2 October 2011. https://web.archive.org/web/20111002112255/http://www.filmicafe.com/news_detail.php?news_id=16244। আহৰণ কৰা হৈছে: 30 September 2010.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- আৰেকটি প্ৰেমেৰ গল্প সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Bangla Premer Golpo