সমললৈ যাওক

আৰাৱল্লী সুৰাৱল্লী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(আৰৱল্লী সুৰৱল্লীৰ পৰা পুনঃনিৰ্দেশিত)
আৰৱল্লী সুৰৱল্লী
পৰিচালক চি ভি ৰমণ
চিত্ৰনাট্য চি ভি ৰমণ
ভিত্তি একে নামৰ লোককথা
প্ৰযোজক চি ভি ৰমণ
সংগীত পৰিচালক জি ৰামনাথন
মুক্তি
২ ফেব্ৰুৱাৰী ১৯৪৬ (1946-02-02) (India)[1]
দৈৰ্ঘ্য
১২২ মিনিট (১০৯৯৯ফুট)
দেশ ভাৰত
ভাষা তামিল

আৰাৱল্লী সুৰাৱল্লী (ইংৰাজী: Aaravalli Sooravalli ) ১৯৪৬ চনৰ ভাৰতীয় তামিল ভাষাৰ এখন ছবি, যিখন চি ভি ৰমণে পৰিচালনা কৰিছে।[2] ছবিখনত অভিনয় কৰিছে কে থৱামণি দেৱী, ভি এ চেল্লাপ্পা, পি এছ গোবিন্দ, এম আৰ সন্থানলক্ষ্মী আৰু ছেৰুকুলাথুৰ সমাই ।[3]

আৰৱল্লী আৰু সুৰৱল্লী দুগৰাকী ভগ্নী, যিয়ে এখন ৰাজ্য শাসন কৰে আৰু মাতৃতন্ত্ৰবাদী সমাজ প্ৰতিষ্ঠা কৰে। দুয়োৰে যাদুকৰী শক্তি আছে। চুবুৰীয়া দেশৰ ৰজাই তেওঁলোকক প্ৰত্যাহ্বান জনায়। কাহিনীটোত তেওঁ কেনেকৈ ভগ্নীসকলক নিজৰ ক্ষমতাৰ অধীনলৈ আনে, সেই বিষয়ে বৰ্ণিত হৈছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Film News Anandan (23 October 2004) (Tamil ভাষাত). Sadhanaigal Padaitha Thamizh Thiraipada Varalaru. প্ৰকাশক Chennai: Sivakami Publishers. http://www.lakshmansruthi.com/cineprofiles/1946-cinedetails2.asp। আহৰণ কৰা হৈছে: 14 April 2018. 
  2. Ashish Rajadhyaksha; Paul Willemen. Encyclopedia of Indian Cinema. Oxford University Press, New Delhi, 1998. পৃষ্ঠা. 576. https://indiancine.ma/texts/indiancine.ma%3AEncyclopedia_of_Indian_Cinema/text.pdf. 
  3. "Aaravalli Sooravalli 1946". www.megatamil.in. http://www.megatamil.in/movie/aaravalli-sooravalli-1946/। আহৰণ কৰা হৈছে: 14 April 2018. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]