আৰ বানোৰজা
অৱয়ব
আৰ বানোৰজা | |
---|---|
লোকসভা | |
কাৰ্যকাল ২০১৪ – ২০১৯ | |
সমষ্টি | তিৰুৱন্নমালাই |
ব্যক্তিগত তথ্য | |
জন্ম | ২০ জানুৱাৰী, ১৯৫৯ (৬৬ বছৰ) ভেল্লোৰ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ৰাজনৈতিক দল | AIADMK |
দাম্পত্যসঙ্গী | এন শনমুগাম |
সন্তান | ২ |
আৰ বানাৰোজা (ইংৰাজী: R. Vanaroja জন্ম-১৯৬৩) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু তামিলনাডুৰ পৰা নিৰ্বাচিত হোৱা প্ৰাক্তন সংসদ সদস্য।[1] ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ তিৰুৱন্নমলাই সমষ্টিৰ পৰা আন্না দ্ৰাবিদা মুনেত্ৰ কাঝাগমৰ প্ৰাৰ্থী হিচাপে লোকসভালৈ নিৰ্বাচিত হয়।[2]
তেখেত স্নাতকোত্তৰ আৰু তিৰুৱন্নমলাই জিলা (দক্ষিণ) এআইএডিএমকে মহিলা শাখাৰ সম্পাদিকা আৰু চেংগাম তালুকৰ নীপথুৰাই গাঁৱৰ বাসিন্দা।[3]
শিক্ষাৰ অৰ্হতা
[সম্পাদনা কৰক]তেওঁ এম.এ., বি.এড. ডিগ্ৰীপ্ৰাপ্ত৷ তেওঁ অন্নমলাই বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছে।
পদাধিকাৰ
[সম্পাদনা কৰক]তেওঁ মে', ২০১৪ত ১৬ নং লোকসভালৈ নিৰ্বাচিত হয়৷ ১ ছেপ্টেম্বৰ ২০১৪ৰ পৰা তেওঁ মহিলা সবলীকৰণ সমিতিৰ সদস্য, তথ্য প্ৰযুক্তিৰ স্থায়ী সমিতিৰ সদস্য, পৰামৰ্শদাতা সমিতি, মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ সদস্য।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "R. Vanaroja". http://india.gov.in/my-government/indian-parliament/r-vanaroja.
- ↑ "GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014". ELECTION COMMISSION OF INDIA. Archived from the original on 22 May 2014. https://web.archive.org/web/20140522195857/http://eciresults.nic.in/ConstituencywiseS2211.htm?ac=11। আহৰণ কৰা হৈছে: 22 May 2014.
- ↑ "Jayalalithaa Picks Educated Quartet for 4 Seats in Tiruvannamalai, Vellore". The New Indian Express. 25 February 2014. Archived from the original on 25 April 2014. https://web.archive.org/web/20140425062243/http://www.newindianexpress.com/states/tamil_nadu/Jayalalithaa-Picks-Educated-Quartet-for-4-Seats-in-Tiruvannamalai-Vellore/2014/02/25/article2076534.ece। আহৰণ কৰা হৈছে: 22 May 2014.
- ↑ "R. Vanaroja | National Portal of India". https://www.india.gov.in/my-government/indian-parliament/r-vanaroja। আহৰণ কৰা হৈছে: 3 November 2017.