মিছৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ইজিপ্তৰ পৰা পুনঃনিৰ্দেশিত)
মিচৰ আৰব প্রজাতন্ত্র
جمهورية مصر العربية
যুম্‌হুৰিয়াৎ মিস্ব্‌ৰ্ আল্‌ ʿআৰাবিয়্যাহ্‌
গুম্‌হুৰিয়েৎ মাস্ব্‌ৰ্ এল্‌ ʿআৰাবিয়্যাহ্‌
ৰাষ্ট্ৰীয় সঙ্গীত
বিলাদী, বিলাদী, বিলাদী
মিচৰ-ৰ অৱস্থান
ৰাজধানী কাইৰো
30°2′N 31°13′E / 30.033°N 31.217°E / 30.033; 31.217
বৃহত্তম নগৰ আলেকজান্দ্রীয়া
ৰাষ্ট্ৰভাষা (সমূহ) আৰবী
চৰকাৰ অর্ধ-ৰাষ্ট্রপতি প্রজাতন্ত্র
 -  ৰাষ্ট্রপতি আবদেল ফাত্তাহ আল চিচি
 -  প্রধানমন্ত্রী ইব্ৰাহীম মাহলাব
প্রতিষ্টিত
 -  প্রথম ৰাজবংশ প্রায় ৩১৫০ BCE 
 -  স্বাধীনতা লাভ কৰিছে ফেব্রুৱাৰী ২৮ ১৯২২ 
 -  প্রজাতন্ত্র ঘোষণা কৰিছে জুন ১৮ ১৯৫৩ 
 -  জাতীয় দিবস ২৩শে জুলাই (২৩শে জুলাই ১৯৫২ উদযাপন কৰাত) 
 -  জলভাগ (%) ০.৬৩২
জনসংখ্যা
 -  ২০০৯ আনুমানিক ৭৭,৪২০,০০০[1] 
 -  ১৯৯৬ লোকপিয়ল ৫,৯৩,১২,৯১৪ 
 -  ঘনত্ব ৮২.৩ প্ৰতি বৰ্গকিমি (১২০তম)
২১৪.৪ প্ৰতি বৰ্গমাইল
জিডিপি (পিপিপি) ২০০৯ আনুমানিক
 -  মুঠ $৪৭১.৫০৯ বিলিয়ন[2] (২৬তম)
 -  জনমুৰি $৬,১৪৭.১২[2] (১০১তম)
জিডিপি (নামমাত্ৰ) ২০০৯ আনুমানিক
 -  মুঠ $১৮৭.৯৫৬ বিলিয়ন[2] (৪৯তম)
 -  জনমুৰি $২,৪৫০.৪১[2] (১১৭তম)
জিনি সহগ? (১৯৯৯–০০) ৩৪.৫ (মধ্যম
মানৱ উন্নয়ন সূচক (২০০৭) বৃদ্ধি ০.৭০৩[3] (মধ্যম) (১২৩তম)
মুদ্ৰা মিচৰীয় পাউণ্ড (ইজিপি)
ইণ্টাৰনেট টিএলডি .eg
কলিং ক'ড +২০
1 কথিত ভাষা মিচৰীয় আৰবী

ইজিপ্ত বা মিচৰ (আৰবী ভাষাত: مصر মিস্ব্‌ৰ্, কথিত মিচৰীয় আৰবী مصر মাস্ব্‌ৰ্, ইংৰাজী ভাষাত: Egypt ইজিপ্ত), চৰকাৰী নাম মিচৰ আৰব প্রজাতন্ত্র, উত্তৰ আফ্রিকাৰ এখন প্রাচীন ৰাষ্ট্র। দেশখনৰ বেছি ভাগ অংশ আফ্রিকাত অৱস্থিত। ইয়াৰ একেবাৰে পূর্বৰ অংশটো চিনাই উপদ্বীপ। চিনাই উপদ্বীপ আফ্রিকা মহাদেশৰ মধ্য স্থলসেতুৰ দৰে কাম কৰে। মিচৰৰ অধিকাংশ এলেকা মৰুময়। নীল নদীয়ে দেশখনক দুটা অসমান অংশত ভাগ কৰিছে। নীল নদীৰ উপত্যকা আৰু ব-দ্বীপ অঞ্চলতেই মিচৰৰ বেছি ভাগ মানুহ বাস কৰে। কাইৰো দেশৰ এখন ডাঙৰ চহৰ আৰু ৰাজধানী

নামাকৰণ[সম্পাদনা কৰক]

ইংৰাজী শব্দ Egypt গ্ৰীক ভাষা, ফ্ৰেন্স ভাষা, ইংৰাজী ভাষা আৰু আৰবী ভাষাৰ মিশ্ৰণৰ দ্বাৰা সৃষ্টি হৈছে আৰু মিছৰ শব্দটো আৰবী ভাষাৰ পৰা আহিছে ।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]