সমললৈ যাওক

ইডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইডিয়া
অ'চেনিড-ৰ সদস্য
সঙ্গী এইটেছ
পিতৃ-মাতৃ অচেনাছ আৰু টেথিছ
সহোদৰ অ'চেনিড, নদী দেৱতাসকল
সন্তান মেডিয়া, চালচিঅ'প আৰু এবচিৰ্টাছ

ইডিয়া (প্ৰাচীন গ্ৰীক: Ἰδυῖα, ইংৰাজী: Idyia) বা ইডিয়া (প্ৰাচীন গ্ৰীক: Εἰδυῖα, ইংৰাজী: Eidyia) গ্ৰীক শ্ৰুতিকথা অনুসৰি টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিডৰ ভিতৰত অন্যতম সামুদ্ৰিক দেৱী৷[1][2][3] তেওঁ কলকিছৰ ৰজা এইটেছৰ ৰাণী আছিল।[4] তেওঁলোকৰ সন্তান হৈছে মেডিয়া, চালচিঅ'প আৰু এবচিৰ্টাছ।[5][6] ৰোডছৰ এপ'লনিয়াছৰ মতে তেওঁ অ'চেনিডসকলৰ ভিতৰত আটাইতকৈ সৰু আছিল।[7] তেখেতৰ নামৰ অৰ্থ হৈছে "সুন্দৰ মুখৰ"[8] বা "জ্ঞানীজন"[9] যিটো গ্ৰীক ভাষাৰ εἴδω (উচ্চাৰণ: ইডো) শব্দৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে "দেখা" বা "জানিব পৰা"।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Hesiod, Theogony 349 & 362–366; Homeric Hymn to Demeter 5 & 418; Apollodorus,1.2.2
  2. Kerényi, Carl (1951). The Gods of the Greeks. প্ৰকাশক London: Thames and Hudson. পৃষ্ঠা. 41. 
  3. Bane, Theresa (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃষ্ঠা. 122. ISBN 9780786471119. 
  4. Apollonius Rhodius, 3.241–244, 269
  5. Hesiod, Theogony 960; Apollodorus, 1.9.23; Hyginus, Fabulae 25
  6. Accounts vary on the name of Absyrtus' mother, and only Apollodorus (1.9.23) seems to consider him full brother of Medea; see Absyrtus.
  7. Apollonius Rhodius, 3.243–244
  8. Bane, Theresa (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃষ্ঠা. 119. ISBN 9780786471119. 
  9. Bane, Theresa (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃষ্ঠা. 189. ISBN 9780786471119.