সমললৈ যাওক

ইণ্ডিয়ান ইনষ্টিটিউট অৱ পাব্লিক এডমিনিষ্ট্ৰেচন, নতুন দিল্লী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইণ্ডিয়ান ইনষ্টিটিউট অৱ পাব্লিক এডমিনিষ্ট্ৰেচন, নতুন দিল্লী
মূলমন্ত্ৰ कर्मसु कौशलम
স্থাপিত ১৯৫৪
ধৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠান
চেয়াৰমেন জিতেন্দ্ৰ সিং (ৰাজনীতিবিদ)
সভাপতি উপ-ৰাষ্ট্ৰপতি
স্থান ইন্দ্ৰপ্ৰস্থ বাগিছা, মহাত্মা গান্ধী মাৰ্গ, নতুন দিল্লী, দিল্লী, ভাৰতবৰ্ষ
ৱেবছাইট Indian Institute of
Public Administration

ইণ্ডিয়ান ইনষ্টিটিউট অৱ পাব্লিক এডমিনিষ্ট্ৰেচন ১৯৫৪ চনত স্থাপিত হৈছিল। ইহ ভাৰত চৰকাৰৰ কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰ্যালয়ৰ অধীনত এক গৱেষণা আৰু প্ৰশিক্ষণ সংস্থা।[1][2]এইখন অনুষ্ঠানে ভাৰতৰ ৰাজহুৱা প্ৰশাসন আৰু শাসন-ব্যৱস্থাৰ সৈতে জড়িতসকলক প্ৰশিক্ষণ আৰু গৱেষণাত সহায় কৰে। প্ৰতিষ্ঠানটোত বিভিন্ন অসামৰিক কৰ্মচাৰী, বিদ্বান ন্যায়িক বিষয়া, ৰাজহুৱা প্ৰশাসক আদিৰ বাবে নিয়মীয়াকৈ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। বৰ্তমান সুৰেন্দ্ৰ নাথ ত্ৰিপাঠী প্ৰতিষ্ঠানটোৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।[3]


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "About – IIPA". https://www.iipa.org.in/cms/public/page/about-us। আহৰণ কৰা হৈছে: 26 September 2021. 
  2. "Shiksha: Indian Institute of Public Administration". Shiksha (NGO). 11 December 2019. https://www.shiksha.com/college/indian-institute-of-public-administration-indraprastha-delhi-25149। আহৰণ কৰা হৈছে: 1 November 2020. 
  3. "IIPA : Indian Institute of Public Administration". https://www.iipa.org.in/cms/public/managements.