ইধিকা পাল
ইধিকা পাল | |
---|---|
জন্ম | ২ জুলাই, ১৯৯৮ (২৬ বছৰ)[1] কলকাতা, ভাৰত |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ২০১৯—বৰ্তমান |
উল্লেখযোগ্য কৰ্ম | খাদান |
ইধিকা পাল (ইংৰাজী: Idhika Paul; জন্ম: ২ জুলাই ১৯৯৮[1][2]) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ বঙালী ভাষাৰ ধাৰাবাহিক আৰু চলচ্চিত্ৰসমূহত অভিনয় কৰে।[3] তেওঁ বেছিভাগেই টলিউড আৰু ঢালিউড চলচ্চিত্ৰ উদ্যোগত কাম কৰে। ২০২৪ চনত, তেওঁ একশ্যন নাট্যধৰ্মী ছবি খাদানত অভিনয়েৰে খ্যাতি লাভ কৰিছিল। ছবিখনত তেওঁ অভিনেতা দেবৰ বিপৰীতে নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল।[4]
শিক্ষা
[সম্পাদনা কৰক]পালে কলকাতাৰ পাটুলিৰ কে.কে. দাস মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
কৰ্মজীৱন
[সম্পাদনা কৰক]২০২৩ চনত, হিমেল আশ্ৰাফ পৰিচালিত প্ৰিয়তমা নামৰ ছবিত অভিনয়েৰে ইধিকা পালে ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰিছিল।[5] ২০২৪ চনত, অভিনেতা দেবৰ বিপৰীতে খাদানত অভিনয়েৰে টলিউডতো অভিষেক ঘটায়।[6] এটা সাক্ষাৎকাৰত তেওঁ উল্লেখ কৰে যে তেওঁ সৰুৰে পৰা দেবৰ ডাঙৰ অনুৰাগী আছিল আৰু তেওঁৰ সৈতে কাম কৰাৰ সৌভাগ্য হ’ব বুলি কেতিয়াও ভবা নাছিল।[7] তেওঁ এই চলচ্চিত্ৰখনৰ বাবে ব্যাপকভাৱে স্বীকৃতি লাভ কৰাৰ লগতে ছবিখনত তেওঁৰ প্ৰাণৱন্ত অভিনয়ো প্ৰশংসিত হৈছিল।[8]
চলচ্চিত্ৰপুঞ্জী
[সম্পাদনা কৰক]![]() এতিয়াও মুক্তি লাভ কৰা নাই |
বৰ্ষ | শিৰোনাম | ভূমিকা | টোকা | তথ্যসূত্ৰ |
---|---|---|---|---|
২০২৩ | প্ৰিয়তমা | ইতি | প্ৰথম চলচ্চিত্ৰ; বাংলাদেশী চলচ্চিত্ৰ | [9] |
২০২৪ | খাদান | লতিকা | টলিউডত আত্মপ্ৰকাশ | [10] |
২০২৫ | বহুৰূপ ![]() |
ঘোষণা হ’ব | পোষ্ট প্ৰডাকচন | [11] |
বৰবাদ ![]() |
ঘোষণা হ’ব | চিত্ৰগ্ৰহণ; বাংলাদেশী চলচ্চিত্ৰ | [12] | |
ৰঘু ডাকাত ![]() |
ঘোষণা হ’ব | ঘোষিত | [13] |
দূৰদৰ্শন
[সম্পাদনা কৰক]বৰ্ষ | ধাৰাবাহিক | চৰিত্ৰ | নেটৱৰ্ক | টোকা | তথ্যসূত্ৰ |
---|---|---|---|---|---|
২০১৯ | আৰব্য ৰজনী | ৰাজকুমাৰী ৰাণী | কালাৰ্স বাংলা | এপিচʼডিক ভূমিকা | [14] |
২০১৯–২০২০ | কপালকুণ্ডলা | পদ্মাৱতী | ষ্টাৰ জলছা | নেতিবাচক চৰিত্ৰ | [15] |
২০১৯–২০২১ | বেদেৰ মেয়ে জ্যোৎস্না | লক্ষ্মী | ছান বাংলা | পাৰ্শ্ব চৰিত্ৰ | [16] |
২০২১ | ৰিমলি | ৰিমলি | জি বাংলা | মুখ্য চৰিত্ৰ | [17] |
২০২২ | পিলু | ৰঞ্জিনী বসু মল্লিক "ৰঞ্জা" | নেতিবাচক চৰিত্ৰ | [18] |
মহালয়া
[সম্পাদনা কৰক]- নানাৰূপে মহামায়া - দেৱী চামুণ্ডা (জি বাংলা মহালয়া ২০২১)[19]
- সিংহবাহিনী ত্ৰিনয়নী - দেৱী চণ্ডিকা (জি বাংলা মহালয়া ২০২২)[20]
বঁটা
[সম্পাদনা কৰক]বৰ্ষ | বঁটা | শিতান | চৰিত্ৰ | চলচ্চিত্ৰ/টিভি অনুষ্ঠান |
---|---|---|---|---|
২০২৩ | জি বাংলা সোণাৰ সংসাৰ বঁটা ২০২৩ | প্ৰিয় নবৌ | ৰঞ্জা | পিলু |
২০২৫ | আনন্দলোক বঁটা | শ্ৰেষ্ঠ নৱাগতা নাৰী | লতিকা | খাদান |
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Mukherjee, Priyanka (27 November 2024). "Dev-Idhika: শাকিবেৰ প্ৰিয়তমা খাদানে দেবেৰ 'মনেৰ মানুষ', বয়সে নায়কেৰ চেয়ে কত ছোট 'লতিকা' ইধিকা?" (bn ভাষাত). Hindustan Times. https://bangla.hindustantimes.com/entertainment/dev-shares-first-look-poster-of-idhika-paul-from-khadaan-do-you-know-their-age-gap-31732697422531.html.
- ↑ "Bengali actress Idhika Paul turns a year older". The Times of India. 2 July 2022. https://timesofindia.indiatimes.com/tv/news/bengali/bengali-actress-idhika-paul-turns-a-year-older/articleshow/92620292.cms.
- ↑ "‘খাদান’-এ দেবেৰ বিপৰীতে ইধিকা, কেৰিয়াৰেৰ শুৰুতে তাঁৰ কি শত্ৰু বাড়ল? উত্তৰ দিলেন অভিনেত্ৰী" (bn ভাষাত). Anandabazar Patrika. 2 January 2024. https://www.anandabazar.com/entertainment/bengali-actress-idhika-paul-shares-her-views-after-casting-in-devs-new-film-khadan-dgtl/cid/1485847.
- ↑ Samadder, Tulika (2 February 2024). "Raghu Dakat: ৰঘু ডাকাতেৰ মহৰতে দেব-অনিৰ্বাণ-ইধিকা-সহ আৰ কাৰা? ভাইচাৰাৰ বাৰ্তা সৃজিতেৰ মুখে" (bn ভাষাত). Hindustan Times. https://bangla.hindustantimes.com/entertainment/subha-muhurat-of-devs-next-bengali-pujo-release-raghu-dakat-with-rupa-ganguly-anirban-bhattacharya-idhika-paul-31738482927664.html.
- ↑ "৩ নভেম্বৰ ভাৰতে মুক্তি পেয়েছে শাকিব খান এবং ইধিকা পাল অভিনীত ছবি ‘প্ৰিয়তমা’।" (bn ভাষাত). Anandabazar Patrika. 7 November 2024. https://www.anandabazar.com/entertainment/actress-idhika-paul-shares-her-take-of-the-reception-of-bangladeshi-film-priyotoma-in-india-dgtl/cid/1472725.
- ↑ "এ বাৰেৰ বড়দিনে অ্যাকশন অবতাৰে দেব, বিপৰীতে ইধিকাও লড়াইয়েৰ দৃশ্যে অভিনয় কৰবেন?" (bn ভাষাত). Anandabazar Patrika. 28 August 2024. https://www.anandabazar.com/entertainment/dev-idhika-paul-starr-khadaan-will-release-on-christmas-dgtl/cid/1541740.
- ↑ "দেবদা খুব ‘ফ্ৰেণ্ডলি’, সুপাৰষ্টাৰেৰ বিপৰীতে কাজ কৰা বড় প্ৰাপ্তি: ইধিকা" (bn ভাষাত). Anandabazar Patrika. 12 December 2024. https://www.anandabazar.com/video/tollywood-actress-idhika-paul-talks-about-her-career-and-her-experiences-with-dev-in-upcoming-bengali-movie-khadaan-dgtl/cid/1567016.
- ↑ Kanji, Subhasmita (20 December 2024). "Khadaan Review: বলিউড-দক্ষিণ নয়, টলিউডও পাৰে, প্ৰমাণ কৰলেন দেব! অ্যাকশন থেকে নাচ-গানে ঠাসা খাদান কেমন হল?" (bn ভাষাত). Hindustan Times. https://bangla.hindustantimes.com/entertainment/dev-jisshu-sengupta-starrer-khadaan-review-31734679387229.html.
- ↑ khadaan, khadaan. "khadaan". https://www.anandabazar.com/topic/khadan.
- ↑ "Khadaan: Idhika Paul is Dev's new actress" (en ভাষাত). OTTPlay. https://www.ottplay.com/news/khadaan-idhika-paul-is-devs-new-actress/f17cf4f0b1577। আহৰণ কৰা হৈছে: 4 January 2024.
- ↑ "বকেয়া পাৰিশ্ৰমিক নিয়ে জটিলতা! 'বহুৰূপ'-এৰ শুটিং কি বন্ধ? মুখ খুললেন পৰিচালক" (bn ভাষাত). Anandabazar Online. 19 September 2024. https://www.anandabazar.com/entertainment/sources-revealed-that-bengali-film-bahurup-starring-soham-chakraborty-and-idhika-paul-in-trouble-due-to-late-payment-issues-dgtl/cid/1546971.
- ↑ "‘প্ৰিয়তমা’ৰ সাফল্যেৰ পৰ ফেৰ শাকিবেৰ সঙ্গে জুটি বাঁধছেন অভিনেত্ৰী ইধিকা পাল।" (bn ভাষাত). Anandabazar Patrika. 22 October 2024. https://www.anandabazar.com/entertainment/shakib-khan-will-stay-in-mumbai-for-next-one-month-for-upcoming-movie-borbaad-shooting-dgtl/cid/1554779.
- ↑ "ঘোড়াৰ পিঠে দেব, শুৰু কৰে দিলেন 'ৰঘু ডাকাত'-এৰ প্ৰস্তুতি" (bn ভাষাত). ABP Ananda. 5 February 2025. https://bengali.abplive.com/photo-gallery/entertainment/dev-as-raghu-dakat-started-preparation-entertainment-news-tollywood-1118907.
- ↑ "'Arabya Rajani' to narrate the story of Aladdin". Times of India. 14 March 2019. https://timesofindia.indiatimes.com/tv/news/bengali/arabya-rajani-to-narrate-the-story-of-aladdin/articleshow/68410711.cms.
- ↑ বিলকিস, মৌসুমী (25 November 2019). "কপালকুণ্ডলা নিয়ে নতুন সিৰিয়াল, প্ৰযোজনায় ৰাজ চক্ৰবৰ্তী" (bn ভাষাত). Anandabazar Patrika. https://www.anandabazar.com/entertainment/a-new-television-serial-on-kapalkundala-to-start-producer-raj-chakraborty-dgtl-1.1075100.
- ↑ "Fantasy-drama 'Beder Meye Jyotsna' completes 500 episodes". Times of India. 10 September 2020. https://timesofindia.indiatimes.com/tv/news/bengali/fantasy-drama-beder-meye-jyotsna-completes-500-episodes-actress-shreema-bhattacherjee-shares-her-excitement/articleshow/78035013.cms.
- ↑ "TV show 'Rimli' to launch on February 15". Times of India. 4 February 2021. https://timesofindia.indiatimes.com/tv/news/bengali/tv-show-rimli-to-launch-on-february-15/articleshow/80686353.cms.
- ↑ "Bengali television show 'Pilu' crosses 100 episodes; team celebrates". Times of India. 21 April 2022. https://timesofindia.indiatimes.com/tv/news/bengali/bengali-television-show-pilu-crosses-100-episodes-team-celebrates/articleshow/90971436.cms.
- ↑ চৌধুৰী, সৌমিতা (23 September 2021). "Mahalaya 2021 on Television: মহালয়ায় আদ্যাশক্তি শুভশ্ৰী! মিঠাই -অপু -শ্যামাদেৰ দেখা যাবে দেবীৰ কোন ৰূপে?" (bn ভাষাত). Aaj Tak. https://bangla.aajtak.in/cinema-and-tv-serial-news/television/photo/mahalaya-2021-television-subhashree-ganguly-mithai-apu-jamuna-krishnokoli-and-other-leading-television-actresses-different-avatars-devi-durga-nanarupe-mahamaya-program-year-durga-puja-2021-soc-299899-2021-09-23-1.
- ↑ "Mahalaya 2022 on Television: মহিষাসুৰমৰ্দিনী শুভশ্ৰী! দেবীৰ অন্যান্য ৰূপে থাকছেন মিঠাই, গৌৰী, যমুনাৰা" (bn ভাষাত). Aaj Tak. 13 September 2022. https://bangla.aajtak.in/cinema-and-tv-serial-news/television/photo/mahalaya-2022-television-subhashree-ganguly-plays-mahishasuramardini-mithai-gouri-jamuna-soumitrisha-mohona-sweta-and-other-television-actresses-play-different-avatars-devi-durga-soc-446472-2022-09-13-7.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ইধিকা পাল সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।