ইন্দ্ৰনাৰায়ণ
ইন্দ্ৰনাৰায়ণ (১৬৭৭ - ১৭২৫) সপ্তদশ-অষ্টদশ শতিকাৰ দৰঙৰ ৰজা। পিতৃ চন্দ্ৰনাৰায়ণ। এখেতৰ ককায়েক সূৰ্যনাৰায়ণক মোগলে ধৰি লৈ যোৱাৰ পাছত আহোমে এখেতক দৰঙৰ ৰজা পাতে। দৰং ৰাজ্যৰ পৰিসৰ এখেতৰ দিনতে ভালেখিনি টুটি আহে।।[1]
তথ্য সমল[সম্পাদনা কৰক]
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী