সমললৈ যাওক

ইৰাক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইৰাক গণৰাজ্য
جمهورية العراق
দ্ঝুম্হুৰীয়েত এল-‘ইৰাআক়
كۆماری عێراق
কমাৰ-ই ‘এৰাআক়
Flag of ইৰাক
Flag
Coat of arms of ইৰাক
Coat of arms
Motto: الله أكبر (language?)
"আল্লাহু আকবৰ" (অনুবাদ)
"ঈশ্বৰ মহান"
Anthem: "মাৱতিনি"
"موطني"
"মোৰ গৃহস্থান"
Location of ইৰাক
Location of ইৰাক
ৰাজধানী
and largest city
বাগদাদ
Official languagesআৰৱী, কুৰ্ডী
ধৰ্ম
ইছলাম
Demonymইৰাকী
Governmentফেডাৰেল সাংসদীয় গনতন্ত্ৰ
ফোৱাদ মাছুম
হাইদৰ আল-আবাদি
LegislatureCouncil of Representatives
যুক্তৰাজ্যৰ পৰা স্বাধীন হয়
Area
 Total
4,37,072 বৰ্গ কি.মি. (১,৬৮,৭৫৪ বৰ্গ মাইল) (৫৯তম)
 Water (%)
১.১
Population
 ২০১৫ estimate
৩৭,০৫৬,১৬৯[1][2] (৩৬তম)
 Density
82.7 /কিমি (২১৪.২ /বৰ্গ মাইল) (১২৫তম)
GDP (PPP)২০১৫ estimate
 Total
$৩২২৭০০ নিযুত[3] (৩৭তম)
 Per capita
$14,571[3] (৮৫তম)
GDP (nominal)২০১৫ estimate
 Total
$২৪০.০০৬ বিলিয়ন[3] (৪৭তম)
 Per capita
$6,491[3] (৮৮তম)
Gini (২০১৫)২৯.৫[4]
Error: Invalid Gini value
HDI (২০১৩)steady ০.৬২৪[5]
Error: Invalid HDI value (১২০তম)
Currencyইৰাকী ডিনাৰ (IQD)
Time zoneUTC+৩ (আৰৱী মান সময়)
 Summer (DST)
UTC+৩ (অপ্ৰযোজ্য)
Calling code+৯৬৪
Internet TLD.iq
  1. ইৰাকৰ সংবিধান, অনুচ্ছেদ ৪ (১ম)।

ইৰাক (ইংৰাজী: Iraq; /ɪˈræk/, /ɪˈrɑːk/ ( শুনক), বা /ˈræk/; আৰবী: العراق al-‘Irāq, কুৰ্ডী: Êraq) চৰকাৰীভাৱে ইৰাক প্ৰজাতন্ত্ৰ (Arabic: جمهورية العراق Jumhūrīyat al-‘Irāq দ্ঝুম্হুৰীয়েত এল ইৰাআক়), এখন পশ্চিম এছিয়াৰ ৰাষ্ট্ৰ। ইয়াৰ চাৰিসীমা হৈছে, উত্তৰে তুৰষ্ক, পূৱে ইৰাণ, দক্ষিণপূৱত কুৱেট, দক্ষিণে চৌদি আৰৱ, দক্ষিণপশ্চিমত জৰ্দান আৰু পশ্চিমে ছিৰিয়া। ইয়াৰ দক্ষিণাঞ্চল আংশিক ভাবে আৰব উপদ্বীপৰ ভিতৰত পৰে। ৰাষ্ট্ৰখনৰ ৰাজধানী বাগদাদ দেশৰ মধ্যভাগত অৱস্থিত আৰু এইখনেই দেশখনৰ বৃহত্তম নগৰ। ইৰাকৰ বৃহত্তম ভাষিক গোষ্ঠী হৈছে আৰব আৰু কুৰ্ড। অন্যান্য ভাষিক গোষ্ঠীবোৰ হৈছে এছিৰিয়ান, য়াজিদি, আৰ্মেনিয়ান, মনডিয়েনছ, চাৰকেছিয়ান, আৰু কাৱলিয়া[6] দেশখনৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯৫% নাগৰিক মুছলমান, আৰু অবশিষ্ট ৫% লোক খ্ৰীষ্টান, য়াৰ্ছান, য়াজিদি, আৰু মনডেনি ধৰ্মাৱলোম্বী।

পাৰস্য উপসাগৰৰ উত্তৰাংশত ইৰাকৰ এক ঠেক উপকূল আছে যাৰ দৈৰ্ঘ্য প্ৰায় 58 km (৩৬ মাইল) হ'ব। দেশখনৰ মেছ'পটেমিয়ান এলোভিয়েল সমভূমিৰ উত্তৰ পশ্চিম সীমান্তত জাগ্ৰছ পৰ্বত মালা, আৰু পূৱ অঞ্চল হৈছে ছিৰিয়া মৰুভূমি[7] দুখন প্ৰধান নদী, টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ, ইৰাকৰ মধ্যভাগেদি দক্ষিণলৈ পাৰ্ছিয়ান গ'ল্ফৰ কাষত ছাট আল-আৰৱলৈ বৈ গৈছে। এই নদী দুখনে ইৰাকৰ ভূমিভাগ উৰ্বৰ কৰি ৰাখে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]