ঈমান, ঐক্য, অনুশাসন
| এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|

ঈমান, ঐক্য, অনুশাসন (উৰ্দু: ایمان، اتحاد، نظم; বাংলা: ঈমান, একতা, শৃঙ্খলা) হৈছে পাকিস্তানৰ ৰাষ্ট্ৰীয় মূলমন্ত্ৰ।[1] ইয়াক পাকিস্তানৰ পথ-প্ৰদৰ্শক নীতি হিচাপে গণ্য কৰা হয়।[2]
মুহাম্মাদ আলী জিন্নাহই পাকিস্তানৰ স্বাধীনতাৰ সময়ত ইয়াক জাতীয় মূলমন্ত্ৰ হিচাপে প্ৰৱৰ্তন কৰি গ্ৰহণ কৰিছিল।[3]
যদিও ইয়াত প্ৰথমে বাংলা আৰু উৰ্দু আখৰ আছিল, বৰ্তমানে ইয়াত কেৱল উৰ্দু ভাষাতহে লিপিবদ্ধ কৰা হৈছে। প্ৰতীকটো নিজেই চাৰিটা উপাদানৰ সংমিশ্ৰণ: মালা, অৰ্ধচন্দ্ৰ, তৰা আৰু স্ক্ৰল, ঢালৰ সকলো উপাদান জেচমিন ফুলৰ মালাৰে আগুৰি আৰু তাৰ ওপৰত অৰ্ধচন্দ্ৰযুক্ত তৰা।[4]
উৎস আৰু উৎপত্তি
[সম্পাদনা কৰক]এই মূলমন্ত্ৰৰ উৎপত্তি হৈছে পাকিস্তানৰ জাতিৰ পিতা মুহাম্মাদ আলী জিন্নাহৰ ব্যক্তিগত জীৱন-দৰ্শনৰপৰা।[5]
১৯৪৭ চনৰ ২৮ ডিচেম্বৰত তেওঁ এখন ৰাজহুৱা সভাত ভাষণ দি কয়:
""আমি সকলোৱে জুইৰ মাজেৰে পাৰ হৈছো। সূৰ্য্য এতিয়াও উদয় হোৱা নাই। কিন্তু ঈমান, ঐক্য আৰু অনুশাসনত আমি পৃথিৱীৰ যিকোনো জাতিৰ সমান বুলি কোনো সন্দেহ নাই। আপোনালোক সকলোৱে সেই জুই পাৰ হ'বলৈ এতিয়া সাজু নেকি?"[6]
| উৰ্দূ ভাষাত | দেৱনাগৰীত | অসমিয়াত |
|---|---|---|
|
|
|
জনপ্ৰিয় অৰ্থসকল
[সম্পাদনা কৰক]বৰ্তমান পাকিস্তানত ইয়াৰ বহু ৰকমৰ অৰ্থ কৰা হয়। উদাহৰণ:
উৰ্দূত প্ৰতিলিপ্য
[সম্পাদনা কৰক]- ঈমান, ইত্তিহাদ, নজ্ম
- ঈমান, ইত্তিহাদ, তাঞ্জীম
- ঈমান, ইত্তেহাদ, মুনাযম
- ইত্তেহাদ, ইয়াকিন, তাঞ্জীম
- ইত্তেহাদ, তাঞ্জীম, ইয়াকীনে মোহকাম
ইংৰেজিত প্ৰতিলিপ্য
[সম্পাদনা কৰক]- য়ূনিটী, ফৈথ, ডিসিপ্লিন
বাংলাত প্ৰতিলিপ্য
[সম্পাদনা কৰক]- ঈমান, একতা, শৃঙ্খলা
ইয়াৰ উপৰি বিভিন্ন ভাৰতীয় ভাষাত বহু ধৰণে ব্যাখ্যা কৰা হয়। উদাহৰণ স্বৰূপে:
হিন্দীত প্ৰতিলিপ্য
[সম্পাদনা কৰক]- আস্থা, একতা, অনুশাসন
তথ্যসূত্ৰসমূহ
[সম্পাদনা কৰক]- ↑ "বাংলাদেশেৰ স্বাধীনতা যুদ্ধ দলিলপত্ৰ". ১. হাক্কানি পাবলিশাৰ্স. ২০০৯. পৃষ্ঠা ৩৭৬. https://bn.wikisource.org/wiki/পাতা:বাংলাদেশেৰ_স্বাধীনতা_যুদ্ধ_দলিলপত্ৰ_(প্ৰথম_খণ্ড).pdf/৪০১.
- ↑ https://en.humsub.com.pk/2900/the-state-emblem-of-pakistan/
- ↑ https://www.nation.com.pk/25-Dec-2013/unity-faith-and-discipline
- ↑ https://pakembassytashkent.org.pk/state-emblem/
- ↑ "Quaid's Motto
Unity Faith And Discipline" (en ভাষাত). Paktribune. Archived from the original on 2014-11-05. https://web.archive.org/web/20141105145437/http://paktribune.com/articles/Quaids-MottobrUnity-Faith-And-Discipline-242863.html। আহৰণ কৰা হৈছে: 2026-06-13. - ↑ Merchant, Liaquat; Mujahid, Sharif Al (2020-09-08) (en ভাষাত). Quotes from the Quaid: Foreword by Stanley Wolpert. Saiyid Books. ISBN 978-969-2200-00-4. https://books.google.com.bd/books?id=mtT7DwAAQBAJ&printsec=frontcover&dq=slogan+of+baba+e+qaum&hl=en&newbks=1&newbks_redir=0&source=gb_mobile_search&ovdme=1&sa=X&redir_esc=y.