ঈষিকা বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

ঈষিকা বৰা এগৰাকী মুম্বাইস্থিত মডেল তথা অভিনেত্ৰী। অসমৰ এইগৰাকী মডেলে ইতিমধ্যে কেইবাটাও আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ সৈতে কাম কৰি আছে। দেৱনায়াৰ শীৰ্ষক আলোচনীখনৰ পাঁচটা সংখ্যাৰ ক'ভাৰ মডেল হিচাপেও কাম কৰিছে ঈষিকা বৰাই। বিগত এটা দশক ধৰি মডেলিং উদ্যোগৰ সৈতে জড়িত হৈ আছে ঈষিকা বৰা। আন্তৰ্জাতিক আবেদনময়ী মডেলৰ এক তালিকাত ঈষিকা বৰাই [1] এছিয়াৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছিল।

কেৰিয়াৰ[সম্পাদনা কৰক]

২০০৮চনত প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক কেৰিয়াৰ আৰম্ভ কৰে ঈষিকা বৰাই। এটা আন্তৰ্জাতিক জুৱেলাৰী ব্ৰেণ্ডৰ সৈতে কাম কৰে ঈষিকা বৰাই।

ন্যুডিটী[সম্পাদনা কৰক]

ঈষিকা বৰাৰ মতে নগ্নতা এক শিল্প। অসমীয়া নিউজ প'ৰ্টেল প্ৰথম খবৰক দিয়া এক সাক্ষাতকাৰত এই কথা প্ৰকাশ কৰিছিল ঈষিকা বৰাই।[2] এগৰাকী ন্যুড মডেল হিচাপেও আন্তৰ্জাতিকভাৱে চিনাকি আছে তেওঁক। নগ্ন হৈ ফটো উঠাত কোনো তেওঁৰ কোনো সমস্যা নাই।[3] ইণ্ডিয়া ডট কমক দিয়া এক সাক্ষাতকাৰত এইদৰে প্ৰকাশ কৰিছিল তেওঁ।

বহিঃসংযোগ[সম্পাদনা কৰক]

  1. https://www.glamhunt.com/model.ishika
  2. http://prathamkhabar.com/2018/10/nude-model-ishika-bora-says-nudity-is-art/
  3. https://www.india.com/showbiz/kim-kardashian-butt-show-effect-model-ishika-borah-flaunts-her-derriere-195490/