সমললৈ যাওক

উইলিয়াম কেৰী বিশ্ববিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উইলিয়াম কেৰী বিশ্ববিদ্যালয়
মূলমন্ত্ৰ Expect Great Things From God; Attempt Great Things For God.
স্থাপিত ২০০৫
ধৰণ ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয়
চেয়াৰমেন অধ্যাপক কেন জ্ঞানকান
উপাচাৰ্য ড° আনন্দ গুপ্তা
স্থান শ্বিলং, মেঘালয়, ভাৰতবৰ্ষ
25°34′16″N 91°53′24″E / 25.571°N 91.890°E / 25.571; 91.890স্থানাংক: 25°34′16″N 91°53′24″E / 25.571°N 91.890°E / 25.571; 91.890
ৱেবছাইট আধিকাৰিক ৱেবছাইট

উইলিয়াম কেৰী বিশ্ববিদ্যালয় ভাৰতবৰ্ষমেঘালয় ৰাজ্যৰ শ্বিলংত অৱস্থিত। বিশ্ববিদ্যালয়খন উইলিয়াম কেৰী এক্ট ২০০৫ (গেজেট অৱ মেঘালয় নং ৭৬)ৰ অধীনত প্ৰতিষ্ঠা কৰা হৈছে। এই আইনৰ জৰিয়তেই বিশ্ববিদ্যালয়খন বেপ্টিষ্ট মিছনেৰী উইলিয়াম কেৰীৰ সন্মানত নামকৰণ কৰি প্ৰতিষ্ঠা কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল। বিশ্ববিদ্যালয়খন মূলতঃ উচ্চ শিক্ষাৰ বাবে উৎসৰ্গিত কৰা হৈছিল।[1][2][3][4][5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Chancellor Massage - WCU". williamcareyuniversity.ac.in. https://www.williamcareyuniversity.ac.in। আহৰণ কৰা হৈছে: 2021-01-18. 
  2. "Private University Meghalaya". University Grants Commission (India). https://www.ugc.ac.in/privateuniversitylist.aspx?id=23&Unitype=3। আহৰণ কৰা হৈছে: 10 December 2017. 
  3. "William Carey University, India". 4icu. https://www.4icu.org/reviews/16133.htm। আহৰণ কৰা হৈছে: 11 December 2017. 
  4. "Gazette of Meghalaya". Government of Meghalaya. Archived from the original on 27 August 2018. https://web.archive.org/web/20180827052856/http://megeducation.gov.in/dhte/forms/wcu.pdf। আহৰণ কৰা হৈছে: 11 December 2017. 
  5. The Meghalayan Bureau (7 November 2023). "3rd Convocation of William Carey University to be held on November 8". The Meghalayan. Archived from the original on 15 February 2024. https://web.archive.org/web/20240215215454/https://themeghalayan.com/3rd-convocation-of-william-carey-university-to-be-held-on-november-8/। আহৰণ কৰা হৈছে: 15 February 2024.