উত্তৰা বাওকৰ
উত্তৰা বাওকৰ | |
---|---|
[[File: ২০১২, আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বাওকাৰ (সোঁফালে) | |
স্থানীয় নাম | उत्तरा बाओकर |
জন্ম | ৫ আগষ্ট ১৯৪৪ কোহলাপুৰ, কোহলাপুৰ প্ৰদেশ, ব্ৰিটিছ ভাৰত |
মৃত্যু | ১২ এপ্ৰিল, ২০২৩ (৭৮ বছৰ) পুনে, মহাৰাষ্ট্ৰ |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৬৮-২০২৩ |
উত্তৰা বাওকৰ (ইংৰাজী: Uttara Baokar; ৫ আগষ্ট ১৯৪৪ – ১২ এপ্ৰিল ২০২৩)[1] এগৰাকী ভাৰতীয় মঞ্চ, চলচ্চিত্ৰ, আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ কেইবাখনো উল্লেখযোগ্য নাটকত অভিনয় কৰিছিল। তাৰ ভিতৰত ”মুখ্যমন্ত্ৰী ”ত পদ্মাৱতী, ”মেনা গুৰজাৰী”ত মেনা, শ্বেক্সপীয়েৰৰ ”অথেলো ”ত ডেছডিমোনা, নাট্যকাৰ গিৰীশ কৰ্ণাদৰ ”তুগলক ”ত মাক, ”ছোটে ছৈয়দ বড়ে ছৈয়দ”ত নাচনী ছোৱালী আৰু ”উমৰাও জান”ত উমৰাওৰ চৰিত্ৰত অভিনয় কৰিছিল।[2] ১৯৭৮ চনত কুসুম কুমাৰে হিন্দীলৈ অনুবাদ কৰা জয়ন্ত দলৱীৰৰ নাট “সন্ধ্যা ছায়া” পৰিচালনা কৰে।[3]
১৯৮৪ চনত অভিনয়ৰ বাবে সংগীত নাটক অকাডেমী বঁটা (হিন্দী থিয়েটাৰ) লাভ কৰে।[4] তেওঁ মাৰাঠী ছবি, যেনে সদাশিৱ অম্ৰপুৰকাৰ আৰু ৰেনুকা দফতৰদাৰৰ সৈতে “দোঘী“ (১৯৯৫), উত্তৰায়ণ (২০০৫),“ছেৱৰী“ (২০০৬), আৰু সোণালী কুলকাৰ্ণীৰ সৈতে “ৰেষ্টুৰেণ্ট“ (২০০৬) আদি ছবিত অভিনয় কৰে।[5]
উত্তৰাই ইব্ৰাহিম আলকাজিৰ অধীনত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, দিল্লীত[6] অভিনয়ৰ শিক্ষা গ্ৰহণ কৰে আৰু ১৯৬৮ চনত স্নাতক ডিগ্ৰী লাভ কৰে।[7]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "National Award-winning actress Uttara Baokar passes away at 79". The Times of India. 12 April 2023. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/national-award-winning-actress-uttara-baokar-passes-away-at-79/articleshow/99443336.cms। আহৰণ কৰা হৈছে: 13 April 2023.
- ↑ "Of days that were...". The Hindu. 30 June 2005. http://www.hindu.com/mp/2005/06/30/stories/2005063000590300.htm.
- ↑ "Those lonely sunset days". The Hindu. 23 April 2010. http://www.thehindu.com/features/friday-review/theatre/article408560.ece.
- ↑ "Marathi cinema gets the sensitive and intelligent film-lover". The Economic Times. 3 May 2008. http://economictimes.indiatimes.com/features/culture-cauldron/Marathi-cinema-gets-the-sensitive-and-intelligent-film-lover/articleshow/3006029.cms.
- ↑ "'A remarkable human being': Neena Kulkarni, Manoj Joshi remember late actress Uttara Baokar on social media". The Economic Times. 13 April 2023. https://economictimes.indiatimes.com/magazines/panache/veteran-actress-uttara-baokar-passes-away-at-79-manoj-joshi-neena-kulkarni-pay-moving-tribute-to-the-tamas-star-on-social-media/articleshow/99451182.cms। আহৰণ কৰা হৈছে: 13 April 2023.
- ↑ "Theatre is revelation". The Hindu. 24 February 2008. http://www.hindu.com/mag/2008/02/24/stories/2008022450160500.htm.
- ↑ K. Moti Gokulsing; Wimal Dissanayake (17 April 2013). Routledge Handbook of Indian Cinemas. Routledge. পৃষ্ঠা. 77–. ISBN 978-1-136-77284-9. https://books.google.com/books?id=djUFmlFbzFkC&pg=PA77। আহৰণ কৰা হৈছে: 4 May 2013.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- উত্তৰা বাওকৰ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- উত্তৰা বাওকৰ সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য