সমললৈ যাওক

উত্তৰ-পূব গণতান্ত্ৰিক মিত্ৰজোঁট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উত্তৰ-পূব গণতান্ত্ৰিক মৰ্চা
চমু নাম নেডা (NEDA)
নেতা * নীতিন নবীন
(ৰাষ্ট্ৰীয় অধ্যক্ষ)
লোকসভাৰ দলপতি নৰেন্দ্ৰ মোদী
(লোকসভাৰ দলপতি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী)
ৰাজ্যসভাৰ দলপতি জে. পি. নাড্ডা
(ৰাজ্যসভাৰ দলপতি আৰু কেন্দ্ৰীয় মন্ত্ৰী)
প্ৰতিষ্ঠা ২০১৬
মতাদৰ্শ
ৰাজনৈতিক স্থিতি
মূলমন্ত্ৰ Eight States. One Force.[2]
নিৰ্বাচন আয়োগৰ স্বীকৃতি প্ৰয়োজন নাই
মিত্ৰজোট এনডিএ (NDA) (ৰাষ্ট্ৰীয়)
লোকসভাৰ আসন
১৬ / ২৫
ৰাজ্যসভাৰ আসন
১৩ / ১৪
ৰাজ্যিক বিধানসভা-ৰ আসন
৩৯৩ / ৪৯৮
আঠখন উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য
ৰাজ্যিক বিধানসভাৰ আসন
৭ / ৮

ভাৰতৰ ৰাজনীতি
ৰাজনৈতিক দল
নিৰ্বাচন

উত্তৰ-পূব গণতান্ত্ৰিক মিত্ৰজোঁট (ইংৰাজী: North-East Democratic Alliance; চমুকৈ নেডা) হৈছে ২০১৬ চনৰ ২৪ মে’ত ভাৰতীয় জনতা পাৰ্টিৰ দ্বাৰা গঠিত ৰাজনৈতিক মিত্ৰজোঁট। নতুন ৰাজনৈতিক ফ্ৰণ্টৰ উদ্দেশ্য আছিল অঞ্চলটোৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ লগতে উত্তৰ-পূব ভাৰতৰ অকংগ্ৰেছী দলসমূহক একত্ৰিত কৰা। হিমন্ত বিশ্ব শৰ্মাক ফ্ৰণ্টৰ আহ্বায়ক হিচাপে নিযুক্তি দিয়া হয়।[3][4][5][6][7][8]

সদস্যসকল

[সম্পাদনা কৰক]
ৰাজনৈতিক দল লোকসভাৰ সাংসদ ৰাজ্যসভাৰ সাংসদ বিধানসভাৰ বিধায়ক ভিত্তি ৰাজ্য যোগদান বছৰ
বিজেপি ১৫ ১৯৫ ৰাষ্ট্ৰীয় ২০১৬
অগপ অসম ২০১৬
এনপিএফ নাগালেণ্ড, মণিপুৰ ২০১৮
এনপিপি ৪২ ৰাষ্ট্ৰীয় ২০১৮
এনডিপিপি ২৫ নাগালেণ্ড ২০১৮
6

এইচএছডিপি মেঘালয় ২০১৮
এছকেএম ১৯ ছিক্কিম ২০১৯
ইউপিপিএল অসম ২০২০
বিপিএফ অসম ২০২২
১০ কেপিএ মণিপুৰ ২০২২
১১. আৰপিআই (এ) নাগালেণ্ড ২০২৩
১২ নিৰ্দলীয় ১৭ উত্তৰ পূব ভাৰত -
মুঠ ২০ ১০ ৩৪৮

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Candidates who know local language will have edge for govt. jobs in Manipur". Hindustan Times. 2 December 2022. https://www.hindustantimes.com/india-news/for-manipur-govt-jobs-candidates-who-know-more-local-languages-will-have-edge-101669998683236-amp.html.
  2. "Neda: Going from strength to strength" (en ভাষাত). https://www.telegraphindia.com/north-east/neda-going-from-strength-to-strength/cid/1703747.
  3. Himanta Biswa Sarma Named Convener Of BJP's Northeast Alliance
  4. Amit Shah holds meeting with northeast CMs, forms alliance
  5. BJP acts east, brass joins the Assam party
  6. "Former Gogoi close aide Himanta Biswa Sarma named convener of NDA's northeast alliance | Latest News & Updates at Daily News & Analysis" (en-US ভাষাত). dna. 2016-05-24. http://www.dnaindia.com/india/report-former-gogoi-close-aide-himanta-biswa-sarma-named-convener-of-nda-s-northeast-alliance-2216129 আহৰণ কৰা হৈছে: 2016-05-24.
  7. "Chief Minister of Assam, Arunachal Pradesh, Nagaland and Sikkim met BJP National President Shri Amit Shah and proposed to join an alliance of non-congress parties in North-East". Archived from the original on 2018-11-29. https://web.archive.org/web/20181129012909/http://www.bjp.org/en/media-resources/press-releases/press-release-chief-minister-of-assam-arunachal-pradesh-nagaland-and-sikkim-met-bjp-national-president-shri-amit-shah-and-proposed-to-join-an-alliance-of-non-congress-parties-in-north-east আহৰণ কৰা হৈছে: 2023-04-17.
  8. BJP launches Northeast alliance, ousted CM Kalikho Pul meets Shah