সমললৈ যাওক

উত্তৰ-পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উত্তৰ-পূৰ্বাঞ্চল সাংস্কৃতিক কেন্দ্ৰ
গঠন ১৯৮৬–৮৭
প্ৰকাৰ আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰ
উদ্দেশ্য শিক্ষা, কলা আৰু সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰচাৰ
Location
ৱেবছাইট www.nezcc.in
মণিপুৰৰ এটা পৰম্পৰাগত পুং চোলম প্ৰদৰ্শক।
এজন মণিপুৰী শিল্পী এটি মনোমোহক ভংগীমা প্ৰদৰ্শন কৰি আছে।

উত্তৰ-পূৰ্বাঞ্চল সাংস্কৃতিক কেন্দ্ৰ (এনইজেডচিচি) হৈছে নাগালেণ্ডৰ চুমৌকেদিমাত অৱস্থিত ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰ। ইয়াৰ উদ্দেশ্য হৈছে ভাৰতৰ পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰ কৰা। উত্তৰ-পূৰ্বাঞ্চল সাংস্কৃতিক জ'ন হৈছে ভাৰত চৰকাৰৰ দ্বাৰা সংজ্ঞায়িত সাতখন সাংস্কৃতিক অঞ্চলৰ এটা, যাৰ প্ৰতিৰূপে এই কেন্দ্ৰ স্থাপিত হৈছে।[1]

ভাৰতৰ অন্যান্য আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰসমূহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]