উত্তৰ কামৰূপ হিংসা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উত্তৰ কামৰূপ হিংসা
উত্তৰ কামৰূপ হিংসা is located in Assam
{{{alt}}}
স্থান উত্তৰ কামৰূপ, অসম, ভাৰত
তাৰিখ ৪ আৰু ৫ জানুৱাৰী ১৯৮০ (UTC+5:30)
লক্ষ্য অসম আন্দোলনৰ সমৰ্থনকাৰী আৰু বিৰোধী
আক্ৰমণৰ প্ৰকাৰ দলীয় সংঘৰ্ষ
আক্ৰমণকাৰী অসমীয়া বনাম বাংলাভাষী

উত্তৰ কামৰূপ হিংসা ১৯৮০ চনৰ ৪ আৰু ৫ জানুৱাৰীত সংঘটিত অসম আন্দোলনৰ সমৰ্থক আৰু বিৰোধীৰ মাজত সংঘটিত এলানি হিংসাত্মক কাৰ্যকলাপৰ শৃংখলাক সূচায়। [1][2][3] এজন হাইস্কুলীয়া ছাত্ৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য দিলীপ হুজুৰীৰ মৃত্যুৰ প্ৰতিক্ৰিয়া স্বৰূপে অসমীয়া আৰু বঙালী অনুপ্ৰবেশকাৰীসকলৰ মাজত হিংসাত্মক ঘটনাৰ সূত্ৰপাত হয় আৰু যাৰবাবে প্ৰশাসনে সান্ধ্যআইন ঘোষণা কৰিবলৈ বাধ্য হৈ পৰে।[4] কামৰূপৰ বাংলাভাষী লোকসকলক প্ৰতিনিধিত্ব কৰা নাগৰিকত্ব অধিকাৰ সংৰক্ষণ সমিতিৰ মতে, অসম আন্দোলনৰ বিৰোধিতা কৰা ধৰ্মীয় আৰু ভাষিক, সংখ্যালঘু তথা ৰাজনৈতিক দল- চিপিআই, চিপিআই(এম) আৰু চিপিআই(এমএল)ৰ সদস্যসকলৰ বিৰুদ্ধে এই হিংসা সংঘটিত হৈছিল।[5] ভুক্তভোগীসকলৰ ভিতৰত বহুতো মিঞা মুছলমানো আছিল আৰু অভিযোগ কৰা হয় যে সান্ধ্য আইনৰ সময়ত সেনাই অসমীয়া গাঁওবোৰত অত্যাচাৰ চলাইছিল। অসম আন্দোলনৰ সময়ত সংঘটিত হোৱা এইটো আছিল প্ৰথম বৃহৎ পৰিসৰৰ দলীয় সংঘৰ্ষ।[6]

তথ্য উৎস[সম্পাদনা কৰক]

টোকা

উদ্ধৃতি

  1. "The referred to the violence of North Kamrup on January 4-5, 1980." (Nayar, Kannabiran & Tarkunde 1986:114)
  2. Desai, Akshayakumar Ramanlal (1986) (en ভাষাত). Violation of Democratic Rights in India. Popular Prakashan. ISBN 9780861321308. https://books.google.com/books?id=9i5sNMNh_uIC&q=%22bengali+hindus%22+%22north+kamrup%22+%221980%22&pg=PA114. 
  3. Dutta, Nandana (11 September 2012) (en ভাষাত). Questions of Identity in Assam: Location, Migration, Hybridity. SAGE Publications India. ISBN 9788132117001. https://books.google.com/books?id=tOmICwAAQBAJ&q=%22north+kamrup%22+%22massacre%22&pg=PT97. 
  4. "[T]riggered by the death of a high school student who had worked as a member of the AASU. He was killed in a village inhabited my Muslims of East Bengal origin. His death resulted in a series of attacks and counter-attacks between Assamese and immigrant villages..." (Kimura 2013:69)
  5. "The violence according to [the Citizenship Rights Preservation Committee] was directed against linguistic, religio-linguistic, ethnic minorities and against the workers of the CPI, CPI(M) and CPI(ML) who opposed the agitation." (Nayar, Kannabiran & Tarkunde 1986:114)
  6. "This was the first large-scale group clash reported during the movement." (Kimura 2013:69)

গ্ৰন্থপঞ্জী