উত্তৰ ফাল্গুনী
অৱয়ব
উত্তৰ ফাল্গুনী | |
---|---|
![]() পোষ্টাৰ | |
পৰিচালক | অসিত সেন |
ৰচনা | নিহাৰ ৰঞ্জন গুপ্তা |
চিত্ৰনাট্য | নৃপেন কৃষ্ণ চেটাৰ্জী |
কাহিনী | নিহাৰ ৰঞ্জন গুপ্তা |
প্ৰযোজক | উত্তম কুমাৰ |
অভিনয়ত | সুচিত্ৰা সেন বিকাশ ৰায় |
চিত্ৰগ্ৰহণকাৰী | অনিল গুপ্তা জ্যোতি লাহা |
সম্পাদনা | তৰুণ দত্ত |
সংগীত পৰিচালক | ৰবীন চেটাৰ্জী |
প্ৰযোজনা কোম্পানী |
Uttam Kumar Films Pvt Ltd |
পৰিবেশক | Chayabani Pvt Ltd |
মুক্তি |
১১ অক্টোবৰ ১৯৬৩ |
দৈৰ্ঘ্য |
১৩৭ মিনিট |
দেশ | ভাৰত |
ভাষা | বঙালী |
উত্তৰ ফাল্গুনী (ইংৰাজী: Uttar Falguni ) ১৯৬৩ চনৰ অসিত সেনৰ পৰিচালনা আৰু উত্তম কুমাৰৰ প্ৰযোজনাত নিৰ্মিত এখন ভাৰতীয় বাংলা ভাষাৰ নাট্যধৰ্মী ছবি, য'ত সুচিত্ৰ সেনে দ্বৈত চৰিত্ৰত অভিনয় কৰিছে। অন্য মুখ্য চৰিত্ৰত আছে বিকাশ ৰায় আৰু দিলীপ মুখাৰ্জী। ছবিখনে বাংলা ভাষাৰ শ্ৰেষ্ঠ পূ্ৰ্ণদৈৰ্ঘ্য ছবিৰ একাদশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[1] ছবিখনৰ সংগীত ৰবিন চেটাৰ্জীৰ। ছবিখন পৰিচালক অসিত সেনে নিজেই হিন্দী ভাষাত পুনৰ “মমতা” (১৯৬৬) নামেৰে পুনৰ নিৰ্মাণ কৰে; য’ত সুচিত্ৰা সেনে মুখ্য চৰিত্ৰত অভিনয় কৰে।[2] ছবিখন তামিল ভাষাত “কভিয়া থালাইভি” (১৯৭০),[3] আৰু মালয়ালম ভাষাত “পুষ্পাঞ্জলি” (১৯৭২) হিচাপেও পুনৰ নিৰ্মাণ কৰা হয়।[4]
বঁটা
[সম্পাদনা কৰক]- ১৯৬৪: ১১তম বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
- ১৯৬৪: BFJA বঁটা- শ্ৰেষ্ঠ অভিনেত্ৰী- সুচিত্ৰা সেন
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "State Awards for Films". International Film Festival of India. http://iffi.nic.in/Dff2011/Frm11thNFAAward.aspx.
- ↑ "Forgotten heroes of Bengali screen". The Times of India. 24 August 2009. https://timesofindia.indiatimes.com/city/kolkata/Forgotten-heroes-of-Bengali-screen/articleshow/4926103.cms.
- ↑ Vamanan (23 April 2018). "Tamil cinema's Bong connection". The Times of India. https://timesofindia.indiatimes.com/city/chennai/tamil-cinemas-bong-connection/articleshow/63873364.cms.
- ↑ Ganguly, Ruman (27 November 2019). "Remakes of Bengali films: What's new in this trend?". The Times of India. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/remakes-of-bengali-films-whats-new-in-this-trend/articleshow/72241437.cms.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- উত্তৰ ফাল্গুনী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।