সমললৈ যাওক

উদয় উমেশ ললিত

অসমীয়া ৱিকিপিডিয়াৰ পৰা

উদয় উমেশ ললিত
ভাৰতৰ ৪৮তম মুখ্য ন্যায়াধীশ
কাৰ্যকাল
২৭ আগষ্ট ২০২২  ৮ নৱেম্বৰ ২০২২
নিয়োগকৰ্তা দ্ৰৌপদী মূৰ্মু
পূৰ্বসূৰী এন. ভি. ৰমনা
উত্তৰসূৰী ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ
কাৰ্যকাল
১৩ আগষ্ট ২০১৪  ২৬ আগষ্ট ২০২২
মনোনয়নকৰ্তা ৰাজেন্দ্ৰ মল লোধা
নিয়োগকৰ্তা প্ৰণৱ মুখাৰ্জী
ব্যক্তিগত তথ্য
জন্ম ৯ নৱেম্বৰ, ১৯৫৭ (৬৮ বছৰ)
চলাপুৰ, বোম্বে ষ্টেট, ভাৰত (বৰ্তমান মহাৰাষ্ট্ৰ)

উদয় উমেশ ললিত (ইংৰাজী: Uday Umesh Lalit; জন্ম: ৯ নৱেম্বৰ ১৯৫৭) ভাৰতৰ ৪৯তম মুখ্য ন্যায়াধীশ[1] মুখ্য ন্যায়াধীশ এন. ভি. ৰমনায়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ইয়াৰ পূৰ্বে তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল।[2] ন্যায়াধীশ হিচাপে উন্নীত হোৱাৰ পূৰ্বে তেওঁ উচ্চতম ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[3] উচ্চতম ন্যায়ালয়লৈ পোনপটীয়াকৈ উন্নীত হোৱা ছয়গৰাকী জ্যেষ্ঠ অধিবক্তাৰ ভিতৰত ন্যায়াধীশ ললিত অন্যতম আছিল।[4][5][6] বৰ্তমান তেওঁ এজন বিশিষ্ট আইনবিদ আৰু অ’ পি জিন্দাল গ্ল’বেল ইউনিভাৰ্চিটিৰ আইন আৰু ন্যায় বিভাগৰ অধ্যাপক।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Justice U.U. Lalit sworn in as CJI: https://www.thehindu.com/news/national/justice-uu-lalit-sworn-in-as-cji/article65817445.ece
  2. Bureau, The Hindu (2022-08-10). "Justice U.U. Lalit appointed 49th Chief Justice of India" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/justice-uu-lalit-appointed-49th-cji/article65753938.ece.
  3. "SC judge appointment: Who is UU Lalit?". India Today. 11 July 2014. http://indiatoday.intoday.in/story/uu-lalit-name-cleared-by-supreme-court-collegium-for-being-a-judge/1/370824.html.
  4. "Senior advocate Uday Lalit did not represent BJP leader Amit Shah in Sohrabuddin fake encounter case | Latest News & Updates at Daily News & Analysis" (en-US ভাষাত). dna. 14 July 2014. http://www.dnaindia.com/india/report-senior-advocate-uday-lalit-did-not-represent-bjp-leader-amit-shah-in-sohrabuddin-fake-encounter-case-2001957.
  5. "7 Next CJIs". Supreme Court Observer. 23 November 2021. Archived from the original on 28 December 2021. https://web.archive.org/web/20211228123417/https://www.scobserver.in/journal/7-next-cji-s/ আহৰণ কৰা হৈছে: 24 November 2021.
  6. "Justice UU Lalit likely to be the Chief Justice of India for 74 Days; List of India's probable CJs up to 2022, Justice Bobde has the longest tenure | Live Law" (en-US ভাষাত). Live Law. 19 August 2014. http://www.livelaw.in/justice-uu-lalit-likely-chief-justice-india-74-days-list-indias-probable-cjs-2022-justice-bodbe-longest-tenure/.