উলামা
অৱয়ব

উলামা (ইংৰাজী: Ulama) বা ডেভিল বাৰ্ড (Devil Bird, শয়তান চৰাই) শ্ৰীলংকাৰ লোককথাত বৰ্ণনা কৰা এবিধ কিংবদন্তিমূলক চৰাই৷ এই জীৱটোৱে ৰাতি অৰণ্যৰ পৰা অতি ভয়ানক মানুহৰ দৰে চিঞৰ-বাখৰ কৰে বুলি কোৱা হয়।[1][2][3][4] এই চৰাইটোৰ চিঞৰ-বাখৰ মৃত্যুৰ আগজাননী বুলি শংকা কৰা হয়।[5][6] ২০০১ চনৰ এক তথ্য অনুসৰি এই চৰাইটোক সঠিক পৰিচয় এতিয়াও লাভ কৰিব পৰা হোৱা নাই যদিও এই চৰাইটোৰ বিৱৰণ এবিধ ফেঁচাৰ (Spot-bellied eagle-owl) সৈতে বহু পৰিমাণে মিল দেখা যায়। ইয়াৰ অন্য সম্ভাৱ্য পৰিচয়সমূহ হ’ল ক্ৰাছচেড হনী-বাজাৰ্ড (crested honey-buzzard), আৰু অন্য কিছুমান ঈগলজাতীয় চৰাই।[7] যিহেতু চৰাইটোক সাধাৰণতে দেখা নাযায় আৰু ইয়াৰ চিঞৰৰ বিৱৰণো অস্পষ্ট, সেয়েহে উলামাক অন্য এবিধ ফেঁচা (Ceylon highland nightjar) বুলিও সন্দেহ কৰা হয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Tennent, James Emerson (1861). Sketches of the natural history of Ceylon with narratives and anecdotes. প্ৰকাশক London: Longman, Green. পৃষ্ঠা. 247–248.
- ↑ "Devil Bird of Ceylon". The Sunday Times (New South Wales, Australia) (1113): পৃষ্ঠা 3 (The Sunday Times Magazine Section). 19 May 1907. http://nla.gov.au/nla.news-article126269451। আহৰণ কৰা হৈছে: 3 August 2020.
- ↑ "Devil Bird of Ceylon". Taranaki Herald খণ্ড LIV (13444): পৃষ্ঠা 2. 11 April 1907. https://paperspast.natlib.govt.nz/newspapers/TH19070411.2.7.
- ↑ Veerasingam, Philip G; Kappagoda, Tissa (2010) (English ভাষাত). The cry of the "devil-bird" : incidents in the life of a surgeon, working in Ceylon/Sri Lanka, from 1965 to 2000 / Philip G. Veerasingam; edited by Tissa Kappagoda. Bay Owl Press. ISBN 9789551723132.
- ↑ "Nature" (English ভাষাত). The Folk-Lore of Ceylon Birds (Nature Research) খণ্ড 36: 381–382. August 1887. ISSN 0028-0836.
- ↑ "Ceylon's Devil Bird". Geelong Advertiser (Victoria, Australia) (18,550): পৃষ্ঠা 8. 15 September 1906. http://nla.gov.au/nla.news-article149188289। আহৰণ কৰা হৈছে: 3 August 2020.
- ↑ Rameez, Ria (9 June 2016). "Seven Mythical Creatures That Supposedly Haunt Sri Lanka". Roar Media. https://roar.media/english/life/srilanka-life/local-demons-ghosts-crazy-myths। আহৰণ কৰা হৈছে: 3 August 2020.