উষা গাংগুলী
অৱয়ব
উষা গাংগুলী | |
---|---|
চিত্ৰ:Usha Ganguly.jpg | |
জন্ম | সাঁচ:Birth year যোধপুৰ, ৰাজস্থান |
মৃত্যু | ২৩ এপ্ৰিল ২০২০ কলকাতা |
পেচা | নাট পৰিচালক, অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৭০- ১৯২০ |
জনা যায় | প্ৰতিষ্ঠাপক-সঞ্চালক, ৰংগকৰ্মী নাট্যদল (১৯৭৬) |
উষা গাংগুলী (ইংৰাজী: Usha Ganguli ; ১৯৪৫ – ২৩ এপ্ৰিল ২০২০) এগৰাকী ভাৰতীয় নাট পৰিচালক, অভিনেত্ৰী আৰু সক্ৰিয় কৰ্মী। তেওঁ ১৯৭০ আৰু ১৯৮০ দশকত কলকাতাৰ হিন্দী থিয়েটাৰত কৰা কামৰ বাবে বেছিকৈ পৰিচিত। ১৯৭৬ চনত তেওঁ ৰংগকৰ্মী থিয়েটাৰ গ্ৰুপ প্ৰতিষ্ঠা কৰে, যি মহাভোজ, ৰুদালী, ক'ৰ্ট মাৰ্শ্বেল, অন্তৰযাত্ৰা আদি প্ৰযোজনাৰ বাবে পৰিচিত।[1][2] পদাতিকৰ (১৯৭২ চনত প্ৰতিষ্ঠিত) অভিনেতা শ্যামানন্দ জালানৰ বাহিৰে তেওঁ আছিল কলকাতাত হিন্দী নাট চৰ্চা কৰা একমাত্ৰ আন এগৰাকী নাট্য পৰিচালক, যি গৰাকী ব্যক্তি মূলতঃ বাংলা ভাষী।[3][4]
১৯৯৮ চনত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত, নৃত্য আৰু নাটক একাডেমী- সংগীত নাটক একাডেমীয়েয়ে প্ৰদান কৰা সংগীত নাটক একাডেমী বঁটা লাভ কৰে।[6] গুড়িয়া ঘৰ নাটকৰ বাবেও তেওঁক পশ্চিম বংগ চৰকাৰে শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে সন্মানিত কৰে।[5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Calcutta, home to Hindi Theatre". The Hindu. 29 October 1997. http://www.cscsarchive.org:8081/MediaArchive/advertise.nsf/%28docid%29/70B426B140A9AA74652569420029534A.[সংযোগবিহীন উৎস]
- ↑ "Panelist: Usha Ganguly – South Asian Theater Festival, 2009". South Asian Theater Festival. 2009. Archived from the original on 2011-07-27. https://web.archive.org/web/20110727235144/http://www.satf2010.org/2009/panelist.html#ushagangugli। আহৰণ কৰা হৈছে: 2025-03-06.
- ↑ Dharwadker, p. 440
- ↑ Borah, Prabalika M. (1 March 2011). "The language of expression". The Hindu (Chennai, India). http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/article1499222.ece?textsize=large&test=1.
- ↑ "Using theatre to voice her deepest concerns". The Tribune. 20 September 2004. http://www.tribuneindia.com/2004/20040920/cth2.htm#6.
- Aparna Bhargava Dharwadker (2005). Theatres of independence: drama, theory, and urban performance in India since 1947. University of Iowa Press. ISBN 0-87745-961-4. https://books.google.com/books?id=mLQaz-12Eo8C&q=Shyamanand+Jalan&pg=PA401.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Rangkarmee, website[সংযোগবিহীন উৎস]
- উষা গাংগুলী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।