সমললৈ যাওক

উৰ্বশী গোৰিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উৰ্বশী গোৰিয়া
জন্ম ৮ জানুৱাৰী, ১৯৯৯ (২৭ বছৰ)
মৰিছাছ
উচ্চতা 5'9
'Beauty pageant titleholder'
Title মিছ মৰিছাছ ২০১৮
Hair color গাঢ় খৰিকাজুঁই
Eye color ক'লা
Major
competition(s)
মিছ ৱৰ্ল্ড

উৰ্বশী দেৱী গোৰিয়া (জন্ম: ৮ জানুৱাৰী ১৯৯৯) এগৰাকী মৰিছিয়ান মডেল, উদ্যোগী আৰু সৌন্দৰ্য প্ৰতিযোগিতা বিজয়ী, যিয়ে মিছ মৰিছাছ ২০১৮ উপাধি লাভ কৰিছিল। তেওঁ মৰিছিয়াছক মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিছিল আৰু ইউনিচেফত VOY হিচাপে সক্ৰিয় সদস্য।[1][2] উৰ্বশীয়ে ২০১৯ চনৰ মিছ ৱৰ্ল্ড সৌন্দৰ্য প্ৰতিযোগিতাত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল।[3]

মিছ মৰিছাছ প্ৰতিযোগিতা ২০১৮

[সম্পাদনা কৰক]
বছৰ প্ৰতিযোগিতা অৱস্থা টোকা
২০১৮ মিছ মৰিছাছ[4] বিজয়ী

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]


তথ্যসূত্ৰ

[সম্পাদনা কৰক]