এই মাটিতে (চলচ্চিত্ৰ)
অৱয়ব
| এই মাটিতে | |
|---|---|
| পৰিচালক | ড° সীতানাথ লহকৰ |
| চিত্ৰনাট্য | ড° সীতানাথ লহকৰ |
| কাহিনী | ড° সীতানাথ লহকৰ |
| প্ৰযোজক | ড° সীতানাথ লহকৰ, নমিতা লহকৰ, কুমুদ কছাৰী, অজন্তা শইকীয়া |
| অভিনয়ত | ৰূপম চেতিয়া, মনিষা গোস্বামী, Khwrwmdao নাৰ্জাৰী, ড° সীতানাথ লহকৰ |
| চিত্ৰগ্ৰহণকাৰী | প্ৰদীপ দৈমাৰী |
| সম্পাদনা | ড° এ নাগৰাজ |
| সংগীত পৰিচালক | বিভূৰঞ্জন চৌধুৰী |
| পৰিবেশক | গোৱেংকা এণ্টাৰপ্ৰাইজ |
মুক্তি |
৬ অক্টোবৰ, ২০১৭ |
দৈৰ্ঘ্য |
১৩৯ মিনিট |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
এই মাটিতে (ইংৰাজী: Aei Maatite) ডাইনী হত্যাৰ আধাৰত নিৰ্মিত, ২০১৭ চনৰ ৬ অক্টোবৰ তাৰিখে মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। ছবিখন পৰিচালনা, কাহিনী, সংলাপ, গীত ৰচনা ড° সীতানাথ লহকৰৰ। তেখেতৰে এখন মঞ্চনাট ‘তমসা’ৰ আধাৰত ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰা হৈছে।[1]
বক্স অ’ফিচ
[সম্পাদনা কৰক]“এই মাটিতে” ছবিখনে দৰ্শকৰ বিশেষ সঁহাৰি লাভ কৰিবলৈ সক্ষম নহ’ল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "‘Aei Maatite’ : Assamese Film on Witch-Hunting by Dr Sitanath Lahkar". Archived from the original on 2 November 2017. https://web.archive.org/web/20171102014404/http://www.kothasobi.com/movie/aei-maatite-assamese-film-witch-hunting-dr-sitanath-lahkar/। আহৰণ কৰা হৈছে: 11 October 2017.
| ||||||||||||||||||||||||||