এক ডাক্তৰ কি মৌত
অৱয়ব
এক ডাক্তৰ কি মৌত | |
---|---|
![]() পোষ্টাৰ | |
পৰিচালক | তপন সিনহা |
ৰচনা | ৰামপদ চৌধুৰী (কাহিনী, অভিমন্যু) তপন সিনহা (চিত্ৰনাট্য) |
ভিত্তি | অভিমন্যু লেখক: ৰামপদ চৌধুৰী |
প্ৰযোজক | ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম |
অভিনয়ত | পংকজ কাপুৰ শাবানা আজমী অনিল চেটাৰ্জী ইৰফান দীপা শ্বাহী |
চিত্ৰগ্ৰহণকাৰী | সৌমেন্দু ৰায় |
সম্পাদনা | সৌমেন্দু ৰায় |
সংগীত পৰিচালক | বনৰাজ ভাটিয়া |
মুক্তি |
১৯৯০ |
দৈৰ্ঘ্য |
১২২ মিনিট |
দেশ | ভাৰত |
ভাষা | হিন্দী |
এক ডাক্তৰ কি মৌত (ইংৰাজী: Ek Doctor Ki Maut; অনু. এজন ডাক্তৰৰ মৃত্যু) ১৯৯০ চনত মুক্তি পোৱা তপন সিনহাৰ এখন ভাৰতীয় হিন্দী ভাষাৰ নাট্যধৰ্মী ছবি, য'ত এজন চিকিৎসকে তেওঁৰ গৱেষণাই স্বীকৃতি পোৱাৰ পৰিৱৰ্তে বহিস্কাৰ আমোলাতান্ত্ৰিক গুৰুত্বহীনতা, ভাবুকি আৰু অপমান পোৱাৰ ঘটনাৱলী চিত্ৰায়িত কৰা হৈছে।[1] ১৯৮২ চনৰ ৰামপদ চৌধুৰী গল্প অভিমন্যুৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।[2] ছবিখন ইন ভিট্ৰ’ ফাৰ্টিলাইজেছন চিকিৎসাৰ পথ প্ৰদৰ্শক ভাৰতীয় চিকিৎসক ডাঃ সুভাষ মুখোপাধ্যায়ৰ জীৱনৰ ওপৰত শিথিলভাৱে আধাৰিত। উল্লেখনীয় যে প্ৰায় সেই একে সময়তে আন এজন আগশাৰীৰ বিজ্ঞানী ডাঃ ৰবাৰ্ট এডৱাৰ্ডে ইংলেণ্ডত এই বিষয়টোৰ ওপৰত পৃথক পৰীক্ষা চলাই আছিল।[3][4]
অভিনয় শিল্পী
[সম্পাদনা কৰক]- পংকজ কাপুৰ (ডাঃ দীপাংকৰ ৰায়)
- শাবানা আজমী (সীমা)
- অনিল চেটাৰ্জী (ডাঃ কুণ্ডু)
- ইৰাফান খান )অমূল্য)
- দীপা শ্বাহী
- বিজয়েন্দ্ৰ ঘাটগে (ডাঃ সেন)
- সুশান্ত সান্যাল
- কৌশিক কুমাৰ সিং
বঁটা
[সম্পাদনা কৰক]- ৩৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৯০)
- দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি (ৰজত কমল)
- শ্ৰেষ্ঠ পৰিচালক- তপন সিনহা (ৰজত কমল)
- বিশেষ জুৰী বঁটা- পংকজ কাপুৰ
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ Gupta, Uttaran Das (2019-01-11). "'Ek Doctor Ki Maut' and the dangers of bureaucracy superseding science". Business Standard India. https://www.business-standard.com/article/beyond-business/ek-doctor-ki-maut-and-the-dangers-of-bureaucracy-superseding-science-119011100158_1.html.
- ↑ "'Ek doctor ki maut' writer Ramapada Chowdhury passes away at 95". The Indian Express. 29 July 2018. https://indianexpress.com/article/india/ek-doctor-ki-maut-writer-ramapada-chowdhury-passes-away-5282074/.
- ↑ Times News Network (14 October 2003). "Honour fails to cheer doctor's wife" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/kolkata/Honour-fails-to-cheer-doctors-wife/articleshow/232116.cms। আহৰণ কৰা হৈছে: 2020-07-16.
- ↑ "Subhash Mukhopadhyay - the unlucky doctor behind India's first Test-tube baby". Sify. 4 October 2010. https://www.sify.com/news/subhash-mukhopadhyay-the-unlucky-doctor-behind-india-s-first-test-tube-baby-news-national-kkerEdfedba.html.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Ek Doctor Ki Maut সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
|