সমললৈ যাওক

এগেভ (শ্ৰুতিকথা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এগেভ (/əˈɡeɪviː/; প্ৰাচীন গ্ৰীক: Ἀγαύη, ইংৰাজী: Agave, আক্ষৰিক অৰ্থ: 'যশস্বী, সম্ভ্ৰান্ত' বা 'উচ্চ বৰ্ণত জন্ম') গ্ৰীক শ্ৰুতিকথা অনুসৰি তলত উল্লেখ কৰা চৰিত্ৰ সমূহক বুজায়:[1]

এগেভ: গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছনেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা।[2][3][4] হোমাৰইলিয়াডত বৰ্ণনা কৰা অনুসৰি একিলিছে মৃত পেট্ৰ'ক্লাছৰ বাবে কৰা দুখৰ সমভাগি হোৱা মাতৃ থেটিছক সংগ দিবলৈ সাগৰৰ গভীৰতাৰ পৰা ওলাই আহি ট্ৰয়ৰ উপকূলত সমবেত হোৱা ৩৩ গৰাকী নেৰেইডছৰ ভিতৰত এগেভো আছিল।[5]

এগেভ: লিবিয়া আৰু ইউৰোপাৰ ৰজা ডানাউছৰ কন্যা ডানাইডসকলৰ অন্যতম৷ তেওঁ এগৰাকী ৰাণী আছিল[6] তেওঁ এজিপ্টাছ আৰু আৰ্জিফিয়াৰ পুত্ৰ লাইকাছক বিয়া কৰায়।[7]

এগেভ: কেডমাছৰ কন্যা আৰু পেন্থিউছৰ মাতৃ।[8]

এগেভ: এগৰাকী আমাজন।[9]


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Bell, Robert E. (1991). Women of Classical Mythology: A Biographical Dictionary. ABC-CLIO. পৃষ্ঠা. 4. ISBN 978-0-87436-581-8. 
  2. Homer, Iliad 18.40; Hesiod, Theogony 249; Apollodorus, 1.2.7; Hyginus, Fabulae Preface
  3. Homer, Iliad 18.41; Apollodorus, 1.2.7; Hesiod, Theogony 240
  4. Bane, Theresa (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃষ্ঠা. 11, 12. ISBN 978-0-7864-7111-9. 
  5. Homer, Iliad 18.39
  6. Hyginus, Fabulae Preface (Latin ed. Micyllus; Bunte; Schimdt)
  7. Apollodorus, 2.1.5
  8. Apollodorus, 2.1.5
  9. Hyginus, Fabulae 163 Archived 2014-11-05 at the Wayback Machine