এগোৰাফ’বিয়া
অৱয়ব
| এই প্ৰবন্ধত বৰ্তমান গুৰুত্বপূৰ্ণ সালসলনিৰ কাম চলি আছে। সম্পাদনা দ্বন্দ্ব এৰাই চলিবলৈ এই জাননী থকা পৰ্যন্ত ইয়াত কোনোধৰণৰ সম্পাদনা নকৰিব। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক। যদি এই প্ৰবন্ধত দুসপ্তাহৰ অধিক সময় কাম হোৱা নাই, তেনেহ'লে এই সাঁচটো আঁতৰাই দিব পাৰে। |
এগোৰাফ'বিয়া[1] (ইংৰাজী: Agoraphobia) হৈছে এক উদ্বেগজনিত বিকাৰ, যাৰ বৈশিষ্ট্য হৈছে এনে লক্ষণ য'ত ব্যক্তিজনে নিজৰ পৰিৱেশক অসুৰক্ষিত বুলি অনুভৱ কৰে আৰু পলায়নৰ কোনো উপায় নাই বুলি ভাবি উদ্বিগ্ন হৈ পৰে।[1] এই পৰিস্থিতিৰ কাৰক হʼল ৰাজহুৱা পৰিবহণ, বজাৰৰ ভিৰ, যিকোনো ভিৰ আৰু দিঘল শাৰী বা ঘৰৰ বাহিৰ ওলোৱাৰ লগে লগে উদ্বিগ্নতা। [1] এই পৰিস্থিতিত থকাৰ ফলত "আতংক আক্ৰমণ" হ'ব পাৰে জাক ইংৰাজীত পেনিক এটেক বোলে [2]। আক্ৰান্তসকলে এই পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ যি কোনো কাম কৰিব পাৰে।[1] গুৰুতৰ ক্ষেত্ৰত এজন মানুহ ঘৰৰ পৰা ওলাই যাবলৈ সম্পূৰ্ণৰূপে অক্ষমও হৈ পৰিব পাৰে।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 American Psychiatric Association (2013), Diagnostic and Statistical Manual of Mental Disorders (5th ed.), প্ৰকাশক Arlington: American Psychiatric Publishing, pp. 217–221, 938, ISBN 978-0-89042-555-8, https://archive.org/details/diagnosticstatis0005unse/page/217
- ↑ 2.0 2.1 "Agoraphobia". PubMed Health. https://www.ncbi.nlm.nih.gov/pubmedhealth/PMHT0024921/। আহৰণ কৰা হৈছে: 11 August 2016.[সংযোগবিহীন উৎস]