এছিয়ান আমেৰিকান মহাকাশচাৰীসকলৰ তালিকা
অৱয়ব
| ক্ৰমিক নং | ফটো | নাম জন্ম তাৰিখ |
বংশাৱলীৰ দেশ | জন্মৰ দেশ | মন্তব্য | অভিযানসমূহ |
|---|---|---|---|---|---|---|
| ১ | এলিছন অ'নিযুকা জুন ২৪, ১৯৪৬ |
মহাকাশত প্ৰথম জাপানীজ আমেৰিকান। স্পেছ চাটল্ চেলেঞ্জাৰ দুৰ্ঘটনাত মৃত্যু। | STS-51-C (জানুৱাৰী ২৪, ১৯৮৫) STS-51-L (জানুৱাৰী ২৮, ১৯৮৬) | |||
| ২ | টেইলৰ গুন-জিং ৱাং জুন ১৬, ১৯৪০ |
মহাকাশত প্ৰথম চাইনীজ আমেৰিকান মহাকাশচাৰী। | STS-51-B (এপ্ৰিল ২৯, ১৯৮৫) | |||
| ৩ | ফ্ৰেংকলিন চাং-ডিয়াজ এপ্ৰিল ৫, ১৯৫০ |
STS-61-C (জানুৱাৰী ১২, ১৯৮৬) STS-34 (অক্টোবৰ ১৮, ১৯৮৯) STS-46 (জুলাই ৩১, ১৯৯২) STS-60 (ফেব্ৰুৱাৰী ৩, ১৯৯৪) STS-75 (ফেব্ৰুৱাৰী ২২, ১৯৯৬) STS-91 (জুন ২, ১৯৯৮) STS-111 (জুন ৫, ২০০২) | ||||
| ৪ | ইউজিন ট্ৰিনাহ ছেপ্তেম্বৰ ১৪, ১৯৫০ |
মহাকাশত প্ৰথম ভিয়েটনামীজ আমেৰিকান মহাকাশচাৰী। | STS-50 (জুন ২৫, ১৯৯২) | |||
| ৫ | লেৰয় চিয়াও আগষ্ট ২৮, ১৯৬০ |
ISS অভিযান ১০ত কাম কৰিছিল। | STS-65 (জুলাই ৮, ১৯৯৪) STS-72 (জানুৱাৰী ১১, ১৯৯৬) STS-92 (অক্টোবৰ ১১, ২০০০) Soyuz TMA-5 (অক্টোবৰ ১৪, ২০০৪) | |||
| ৬ | এড্ লু জুলাই ১, ১৯৬৩ |
ISS অভিযান ৭ত কাম কৰিছিল। | STS-84 (মে ১৫, ১৯৯৭) STS-106 (ছেপ্তেম্বৰ ৮, ২০০০) Soyuz TMA-2 (এপ্ৰিল ৬, ২০০৩) | |||
| ৭ | কল্পনা চাওলা মাৰ্চ ১৭, ১৯৬২ |
মহাকাশত প্ৰথম ভাৰতীয় আমেৰিকান মহাকাশচাৰী। স্পেছ চাটল্ ক'লম্বিয়া দুৰ্ঘটনাত মৃত্যু। | STS-87 (নৱেম্বৰ ১৯, ১৯৯৭) STS-107 (জানুৱাৰী ১৬, ২০০৩) | |||
| ৮ | মাৰ্ক এল. পোলানস্কি জুন ২, ১৯৫৬ |
মহাকাশত প্ৰথম কোৰিয়ান আমেৰিকান মহাকাশচাৰী। | STS-98 (ফেব্ৰুৱাৰী ৭, ২০০১) STS-116 (ডিচেম্বৰ ৯, ২০০৬) STS-127 (জুলাই ১৫, ২০০৯) | |||
| ৯ | ডেনিয়েল এম. টানি ফেব্ৰুৱাৰী ১, ১৯৬১ |
ISS অভিযান ১৬ত কাম কৰিছিল। | STS-108 (ডিচেম্বৰ ৫,২০০১) STS-120 (অক্টোবৰ ২৩, ২০০৭) STS-122 (ফেব্ৰুৱাৰী ৭, ২০০৮) | |||
| ১০ | সুনীতা পাণ্ড্যা উইলিয়ামছ ছেপ্তেম্বৰ ১৯, ১৯৬৫ |
ISS অভিযান ১৪/১৫ আৰু অভিযান ৩২/৩৩ত কাম কৰিছিল। ISSৰ দ্বিতীয় মহিলা কমাণ্ডাৰ। | STS-116/117 (ডিচেম্বৰ ৯, ২০০৬) | |||
| ১১ | জেল এল. লিণ্ডগ্ৰেন জানুৱাৰী ২৩, ১৯৭৩ |
২০০৯ চনত নাছা মহাকাশ গোট ২০লৈ নিৰ্বাচিত। ২০১৫ চনৰ জুন মাহত Soyuz TMA-17Mৰ সৈতে অভিযান ৪৪ৰ অংশ হিচাপে ISSলৈ তেঁওক লঞ্চ কৰা হৈছিল। | ||||