এছ্‌ক্লেপিআছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
17:42, 29 April 2018-ত Gitartha.bordoloi (আলোচনা | বৰঙণি) সদস্য‌ই কৰা সংশোধন (চমুকৈ শেষ (edited with ProveIt))
এছ্‌ক্লেপিআছ
Asclepius
চিকিৎসা, আৰোগ্য, পুনৰুজ্জীৱন আৰু চিকিৎসকৰ দেৱতা

সাপে মেৰিওৱা দণ্ডিকাৰ সৈতে এছ্‌ক্লেপিআছ (Archaeological Museum of Epidaurus)
প্ৰতীক সাপে মেৰিওৱা দণ্ডিকা
সঙ্গী এপিয়'ন
পিতৃ-মাতৃ এপ'ল' আৰু ক'ৰ'নিছ
সহোদৰ এছ্‌ক্লেপিআছৰ অৰ্ধ ভাতৃ-ভগ্নী
সন্তান Hygeia, Iaso, Aceso, Aglaea, Panacea, Machaon, Podalirius, Telesphoros, Aratus
ৰোমান সমাৰ্থক ভেজ'ভিছ

সাঁচ:Greek myth (other gods)

প্ৰাচীন গ্ৰীক ধৰ্ম আৰু কিংবদন্তি অনুসৰি এছ্‌ক্লেপিআছ (/æsˈklpiəs/; গ্ৰীক: Ἀσκληπιός, Asklēpiós [asklɛːpiós]; লেটিন: Aesculapius ) এজন নায়ক আৰু চিকিৎসা বিজ্ঞানৰ দেৱতা। ৰোমান দেৱতা ভেজ'ভিছ আৰু ইজিপ্টীয় ইম্‌হ'টেপৰ সৈতে তেওঁক যুক্ত কৰা হয়। [1] তেওঁ এপ'ল' আৰু জলকুঁৱৰী ক'ৰ'নিছৰ সন্তান। এপ'ল'ৰ লগতে তেওঁক Paean ("বৈদ্য")ৰ সন্মান দিয়া হয়।[2] নৰঅশ্ব চিৰ'নৰ পৰা এছ্‌ক্লেপিআছে নিৰাময়ৰ কৌশল শিকে। এছ্‌ক্লেপিআছে মানুহক অমৰ কৰি তুলিব বুলি ভয় কৰি জ্যুচে তেওঁক বজ্ৰৰে প্ৰাণনাশ কৰে।[3] ৰোগীক তেওঁ সপোনত আহি সুস্থ কৰি তোলা বিশ্বাস অনুসৰি ৰোগীয়ে তেওঁৰ মন্দিৰত শোৱাৰ নিয়ম গঢ় লৈ উঠে। এছ্‌ক্লেপিআছৰ দণ্ডিকা বৰ্তমান চিকিৎসা বিজ্ঞানৰ প্ৰতীক।

তথ্য সংগ্ৰহ

  1. Pinch, Geraldine (2002-01-01) (en ভাষাত). Handbook of Egyptian Mythology. ABC-CLIO. ISBN 9781576072424. https://books.google.nl/books?id=N-mTqRTrimgC&pg=PA149&dq=asclepius+imhotep&hl=nl&sa=X&ved=0ahUKEwjtn_nStcrLAhVFbw8KHaYFD6AQ6AEIKjAC#v=onepage&q=asclepius%2520imhotep&f=false. 
  2. Mitchell-Boyask, p. 141
  3. Hoiberg Dale. H (Editor) (2012). Britannica reference Encyclopedia. Britannica Encyclopaedia Inc.. পৃষ্ঠা. 47.