এঞ্জেলা মাৰ্কেল
এঞ্জেলা মাৰ্কেল | |||||||||||||||||||||||||||||||||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
২০১৯ চনত মাৰ্কেলে | |||||||||||||||||||||||||||||||||||||||||||||
| জাৰ্মানীৰ চ্যান্সেলৰ | |||||||||||||||||||||||||||||||||||||||||||||
| কাৰ্যকাল ২২ নৱেম্বৰ ২০০৫ – ৮ ডিচেম্বৰ ২০২১ | |||||||||||||||||||||||||||||||||||||||||||||
| ৰাষ্ট্ৰপতি |
| ||||||||||||||||||||||||||||||||||||||||||||
| Vice Chancellor | See list
| ||||||||||||||||||||||||||||||||||||||||||||
| পূৰ্বসূৰী | Gerhard Schröder | ||||||||||||||||||||||||||||||||||||||||||||
| উত্তৰসূৰী | Olaf Scholz | ||||||||||||||||||||||||||||||||||||||||||||
| Leader of the Christian Democratic Union | |||||||||||||||||||||||||||||||||||||||||||||
| কাৰ্যকাল 10 April 2000 – 7 December 2018 | |||||||||||||||||||||||||||||||||||||||||||||
| General Secretary | See list
| ||||||||||||||||||||||||||||||||||||||||||||
| সহকাৰী | See list | ||||||||||||||||||||||||||||||||||||||||||||
| পূৰ্বসূৰী | Wolfgang Schäuble | ||||||||||||||||||||||||||||||||||||||||||||
| উত্তৰসূৰী | Annegret Kramp-Karrenbauer | ||||||||||||||||||||||||||||||||||||||||||||
| Leader of the Opposition | |||||||||||||||||||||||||||||||||||||||||||||
| কাৰ্যকাল 22 September 2002 – 22 November 2005 | |||||||||||||||||||||||||||||||||||||||||||||
| চাঞ্চেলৰ | Gerhard Schröder | ||||||||||||||||||||||||||||||||||||||||||||
| পূৰ্বসূৰী | Friedrich Merz | ||||||||||||||||||||||||||||||||||||||||||||
| উত্তৰসূৰী | Wolfgang Gerhardt | ||||||||||||||||||||||||||||||||||||||||||||
| Leader of the CDU/CSU in the Bundestag | |||||||||||||||||||||||||||||||||||||||||||||
| কাৰ্যকাল 22 September 2002 – 21 November 2005 | |||||||||||||||||||||||||||||||||||||||||||||
| First Deputy | Michael Glos | ||||||||||||||||||||||||||||||||||||||||||||
| Chief Whip |
| ||||||||||||||||||||||||||||||||||||||||||||
| পূৰ্বসূৰী | Friedrich Merz | ||||||||||||||||||||||||||||||||||||||||||||
| উত্তৰসূৰী | Volker Kauder | ||||||||||||||||||||||||||||||||||||||||||||
| |||||||||||||||||||||||||||||||||||||||||||||
| Member of the Bundestag for Mecklenburg-Vorpommern | |||||||||||||||||||||||||||||||||||||||||||||
| কাৰ্যকাল 20 December 1990 – 26 October 2021 | |||||||||||||||||||||||||||||||||||||||||||||
| পূৰ্বসূৰী | Constituency established | ||||||||||||||||||||||||||||||||||||||||||||
| উত্তৰসূৰী | Anna Kassautzki | ||||||||||||||||||||||||||||||||||||||||||||
| ব্যক্তিগত তথ্য | |||||||||||||||||||||||||||||||||||||||||||||
| জন্ম | Angela Dorothea Kasner ১৭ জুলাই, ১৯৫৪ (৭১ বছৰ) Hamburg, West Germany | ||||||||||||||||||||||||||||||||||||||||||||
| ৰাজনৈতিক দল | Christian Democratic Union (since 1990) | ||||||||||||||||||||||||||||||||||||||||||||
| আন ৰাজনৈতিক সম্পৰ্ক |
| ||||||||||||||||||||||||||||||||||||||||||||
| দাম্পত্যসঙ্গী |
| ||||||||||||||||||||||||||||||||||||||||||||
| শিক্ষানুষ্ঠান | Leipzig University (BS) German Academy of Sciences at Berlin (Dr. rer. nat.)[1] | ||||||||||||||||||||||||||||||||||||||||||||
| পুৰস্কাৰ | Full list | ||||||||||||||||||||||||||||||||||||||||||||
| স্বাক্ষৰ | |||||||||||||||||||||||||||||||||||||||||||||
| ৱেবছাইট | আধিকাৰিক ৱেবছাইট | ||||||||||||||||||||||||||||||||||||||||||||
| ক্ষেত্ৰ | Quantum chemistry | ||||||||||||||||||||||||||||||||||||||||||||
| ডক্তৰেল পৰামৰ্শদাতা | Lutz Zülicke | ||||||||||||||||||||||||||||||||||||||||||||
এঞ্জেলা ড'ৰথিয়া মাৰ্কেল [টোকা 1][টোকা 2] (ইংৰাজী: Angela Dorothea Merkel ; জন্ম: ১৭ জুলাই ১৯৫৪) এগৰাকী জাৰ্মান অৱসৰপ্ৰাপ্ত ৰাজনীতিবিদ যিয়ে ২০০৫ চনৰ পৰা ২০২১ চনলৈকে জাৰ্মানীৰ চ্যান্সেলৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০২ চনৰ পৰা ২০০৫ চনলৈকে বিৰোধী দলৰ নেত্ৰী আৰু ২০০০ চনৰ পৰা ২০১৮ চনলৈকে খ্ৰীষ্টান ডেম’ক্ৰেটিক ইউনিয়নৰ নেত্ৰী আছিল।
মাৰ্কেলৰ জন্ম হৈছিল পশ্চিম জাৰ্মানীৰ হামবাৰ্গত। কেঁচুৱা অৱস্থাতে তাইৰ পৰিয়াল পূব জাৰ্মানীলৈ গুচি যায়। কমিউনিষ্ট ইষ্ট জাৰ্মান ফ্ৰী জাৰ্মান ইউথ (FDJ)ৰ সদস্য মাৰ্কেলে ১৯৮৬ চনত কোৱাণ্টাম ৰসায়ন বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰে আৰু ১৯৮৯ চনলৈকে গৱেষণা বিজ্ঞানী হিচাপে কাম কৰে।[9] ইয়াৰ পিছত ১৯৮৯ চনৰ বিপ্লৱৰ পিছত ৰাজনীতিত প্ৰৱেশ কৰে আৰু চমুকৈ লোথাৰ ডি মাইজিয়েৰৰ নেতৃত্বত পূব জাৰ্মানীৰ প্ৰথমখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ উপ-মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৯০ চনত জাৰ্মানীৰ পুনৰ একত্ৰীকৰণৰ পিছত মাৰ্কেল মেকলেনবাৰ্গ-ভৰ্পমাৰ্ন ৰাজ্যৰ বাবে বুণ্ডেষ্টাগলৈ নিৰ্বাচিত হয়। চ্যান্সেলৰ হেলমুট ক’লৰ আশ্ৰয়দাতা হিচাপে ১৯৯১ চনত মাৰ্কেলক মহিলা আৰু যুৱ মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে, পিছলৈ ১৯৯৪ চনত পৰিৱেশ, প্ৰকৃতি সংৰক্ষণ আৰু পাৰমাণৱিক সুৰক্ষা মন্ত্ৰী হয়।১৯৯৮ চনৰ ফেডাৰেল নিৰ্বাচনত চিডিইউ পৰাস্ত হোৱাৰ পিছত মাৰ্কেলে দলটোৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হয়। তাৰ পিছত দলটোৰ প্ৰথমগৰাকী মহিলা নেত্ৰী আৰু দুবছৰৰ পিছত বিৰোধীৰ প্ৰথমগৰাকী মহিলা নেত্ৰী হিচাপে নিযুক্তি দিয়া হয়।
পটভূমি আৰু প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]মাৰ্কেল এঞ্জেলা ড'ৰথিয়া কাছনাৰ হিচাপে ১৯৫৪ চনত হামবাৰ্গৰ আইমছবুটেল কোৱাৰ্টাৰত জন্ম হৈছিল,[10][11] এঞ্জেলাৰ পিতৃ হৰ্ষ্ট কাছনাৰ (১৯২৬–২০১১),[12][13] এগৰাকী লুথাৰিয়ান পাষ্টৰ আৰু বাৰ্লিনৰ স্থানীয় আৰু মাতৃ পত্নী হাৰ্লিণ্ড (১৯২৮–২০১৯; জন্ম জেনট্জচ), ডানজিগ (বৰ্তমান পোলেণ্ডৰ গ্ডানস্ক)ত জন্মগ্ৰহণ কৰা ইংৰাজী আৰু লেটিন ভাষাৰ শিক্ষক আছিল। এঞ্জেলাৰ দুজন সৰু ভাই-ভনী আছে, মাৰ্কাছ কাছনাৰ, এজন পদাৰ্থবিজ্ঞানী আৰু আইৰিন কাছনাৰ, এগৰাকী অকুপেচনেল থেৰাপিষ্ট। শৈশৱ আৰু যৌৱনত মাৰ্কেলক তেওঁৰ সমনীয়াসকলে "কেছি" নামেৰে জনা গৈছিল, যিটো তেওঁৰ শেষ নাম কাছনাৰৰ পৰা উদ্ভৱ হৈছিল।[14][15]
মাৰ্কেল জাৰ্মান আৰু পোলেণ্ডৰ বংশৰ। তাইৰ ককাক লুডৱিক কাছনাৰ আছিল পোলেণ্ড জনগোষ্ঠীৰ এজন জাৰ্মান আৰক্ষী। প্ৰথম বিশ্বযুদ্ধৰ সময়ত ফ্ৰান্সত বন্দী হোৱাৰ পিছত তেওঁ নীলা সেনাবাহিনীত যোগদান কৰে আৰু সম্ভৱতঃ জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ কৰে।[16][17] তেওঁ মাৰ্কেলৰ আইতাক বাৰ্লিনৰ জাৰ্মান মাৰ্গাৰেটক বিয়া কৰাই তেওঁৰ গৃহ চহৰলৈ স্থানান্তৰিত হয় আৰু তাত তেওঁ পুনৰ আৰক্ষীত কাম কৰে। ১৯৩০ চনত তেওঁলোকে পোলেণ্ডৰ কাজমিৰচাক নামটোক জাৰ্মানীকৰণ কৰি কাছনাৰলৈ ৰূপান্তৰিত কৰে।[18][19][20][21] মাৰ্কেলৰ মাতৃৰ ফালৰ পৰা ককাক-আইতাক আছিল ডানজিগ ৰাজনীতিবিদ উইলি জেণ্ট্জছ আৰু এলবিং (বৰ্তমান এলব্লাগ, পোলেণ্ড) চহৰৰ কেৰাণী এমিল ড্ৰেঞ্জৰ কন্যা গেৰ্ট্ৰুড আলমা (জন্ম ড্ৰেঞ্জ)। ১৯৯০ চনৰ মাজভাগৰ পৰা মাৰ্কেলে কেইবাবাৰো ৰাজহুৱাভাৱে নিজৰ পোলেণ্ডৰ ঐতিহ্যৰ কথা উল্লেখ কৰি নিজকে চতুৰ্থাংশ পোলেণ্ড বুলি বৰ্ণনা কৰিছে যদিও ২০১৩ চনৰ জীৱনীখনৰ ফলত তেওঁৰ পোলেণ্ডৰ শিপা অধিক পৰিচিত হৈ পৰে।[22]
টোকা
[সম্পাদনা কৰক]- ↑ German pronunciation: [aŋˈɡeːla doʁoˈteːa ˈmɛʁkl̩] ⓘ
- ↑ The English pronunciation of her first name could be /ˈɑːŋɡələ/ AHNG-gə-lə (a closer approximation of the German) or /ˈæŋɡələ/ ANG-gə-lə. The English pronunciation of her last name is either /ˈmɛərkəl/ mair-kəl (reported for American English and a closer approximation of the German) or /ˈmɜːrkəl/ mur-kəl (reported for British English by the Oxford and Merriam-Webster dictionaries, which base their editing on actual usage rather than recommendations).[2][3][4] In German, her last name is pronounced [ˈmɛʁkl̩],[5][6] and her first name is pronounced [ˈaŋɡela] or [aŋˈɡeːla],[7] but according to her biographer Langguth, Merkel prefers the latter pronunciation, with stress on the second syllable.[8]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Angela Merkel: Her bio in brief. 20 September 2013. https://www.csmonitor.com/World/Europe/2013/0920/Angela-Merkel-her-bio-in-brief। আহৰণ কৰা হৈছে: 29 November 2018.
- ↑ "Merkel, Angela" Archived 7 April 2019 at the Wayback Machine (US) and "Merkel, Angela". Lexico UK English Dictionary. Oxford University Press. Archived from the original on 10 February 2020. Unknown parameter
|url-status=ignored (help) - ↑ "Merkel". মেৰিয়াম-ৱেবষ্টাৰ ডিকছনেৰী. https://www.merriam-webster.com/dictionary/Merkel। আহৰণ কৰা হৈছে: 7 April 2019.
- ↑ Wells, J. C. (2008). Longman Pronunciation Dictionary. Pearson Education Limited.
- ↑ Mangold, Max, ed (1995) (de ভাষাত). Duden, Aussprachewörterbuch (6th সম্পাদনা). Dudenverlag. পৃষ্ঠা. 501. ISBN 978-3-411-20916-3. https://archive.org/details/dudenaussprachew0006unse/page/501. "Merkel ˈmɛrkl̩"
- ↑ Deutsches Aussprachewörterbuch (1st সম্পাদনা). Walter de Gruyter. 2009. পৃষ্ঠা. 739. ISBN 978-3-11-018202-6. "Merkel mˈɛʶkl̩"
- ↑ Mangold, Max, ed (1995) (de ভাষাত). Duden, Aussprachewörterbuch (6th সম্পাদনা). Dudenverlag. পৃষ্ঠা. 139. ISBN 978-3-411-20916-3. https://archive.org/details/dudenaussprachew0006unse/page/139. "Angela ˈaŋɡela auch: aŋˈɡeːla."
- ↑ Langguth, Gerd (2005) (de ভাষাত). Angela Merkel. প্ৰকাশক Munich: dtv. পৃষ্ঠা. 50. ISBN 3-423-24485-2. "Merkel wollte immer mit der Betonung auf dem 'e' Angela genannt werden. (Merkel always wanted her first name pronounced with the stress on the 'e'.)"
- ↑ Miller, Saskia (20 April 2020). "The Secret to Germany's COVID-19 Success: Angela Merkel Is a Scientist". The Atlantic. https://www.theatlantic.com/international/archive/2020/04/angela-merkel-germany-coronavirus-pandemic/610225/। আহৰণ কৰা হৈছে: 21 April 2020.
- ↑ "Angela Merkel: Pfarrertochter aus Hamburg, Physikerin, Kanzlerin" (de ভাষাত). Hamburger Abendblatt. 2009-09-27. https://www.abendblatt.de/politik/deutschland/article108521228/Angela-Merkel-Pfarrertochter-aus-Hamburg-Physikerin-Kanzlerin.html.
- ↑ "Altkanzlerin: Angela Merkel wird 70" (de ভাষাত). ZDFheute. 2024-07-17. https://www.zdfheute.de/panorama/angela-merkel-70-bilder-17-juli-100.html.
- ↑ Langguth, Gerd (August 2005) (de ভাষাত). Angela Merkel. Deutscher Taschenbuch Verlag. পৃষ্ঠা. 10. ISBN 3-423-24485-2.
- ↑ "Kanzlerin Merkel hat polnische Wurzeln" (de ভাষাত). Süddeutsche.de. 13 March 2013. https://www.sueddeutsche.de/politik/familiegeschichte-der-kanzlerin-merkel-hat-polnische-wurzeln-1.1623363। আহৰণ কৰা হৈছে: 20 June 2023.
- ↑ Qvortrup, Matthew (2016). "In the Shadow of the Berlin Wall". Angela Merkel: Europe's Most Influential Leader. The Overlook Press. ISBN 978-1-4683-1408-3.
- ↑ "Merkel, power player who changed Germany". The West Australian. 26 August 2021. https://thewest.com.au/politics/merkel-power-player-who-changed-germany-c-3790345। আহৰণ কৰা হৈছে: 21 June 2023.
- ↑ "Picturing the Family: Media, Narrative, Memory | Research". 18 June 2014. http://blogs.bbk.ac.uk/research/2014/06/18/picturing-the-family-media-narrative-memory/। আহৰণ কৰা হৈছে: 11 February 2017.
- ↑ Schuller, Konrad; Warschau (22 March 2013). "Merkels polnische Wurzeln: Großvaters Krieg" (de ভাষাত). FAZ.NET. ISSN 0174-4909. https://www.faz.net/aktuell/politik/ausland/merkels-polnische-wurzeln-grossvaters-krieg-12124653.html.
- ↑ Kornelius, Stefan (March 2013) (de ভাষাত). Angela Merkel: Die Kanzlerin und ihre Welt. Hoffmann und Campe. পৃষ্ঠা. 7. ISBN 978-3-455-50291-6.
- ↑ Kornelius, Stefan (10 September 2013). "Six things you didn't know about Angela Merkel". The Guardian. https://www.theguardian.com/world/german-elections-blog-2013/2013/sep/10/angela-merkel-origins-germany-election.
- ↑ "The German chancellor's Polish roots". Deutsche Welle. http://www.dw.de/the-german-chancellors-polish-roots/a-16698783.
- ↑ "Merkel hat polnische Wurzeln". Süddeutsche Zeitung. 13 March 2013. http://www.sueddeutsche.de/politik/familiegeschichte-der-kanzlerin-merkel-hat-polnische-wurzeln-1.1623363.
- ↑ Krauel, Torsten (13 March 2013). "Ahnenforschung: Kanzlerin Angela Merkel ist zu einem Viertel Polin" (de ভাষাত). Die Welt. https://www.welt.de/politik/deutschland/article114407379/Kanzlerin-Angela-Merkel-ist-zu-einem-Viertel-Polin.html.